বিশ্বায়ন

১। ভাৰতে ইয়াৰ অৰ্থনৈতিক সংস্কাৰ কোন চনত আৰম্ভ কৰিছিল?

ক)১৯৯৯ চনত

খ)১৯৯১ চনত

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ)১৯৯১ চনত

২। এটা কথা ঠিক যে প্ৰবাহৰ ধৰণ আৰু গতি কেই ধৰণৰ হ'ব পাৰে?

ক)দুই ধৰণৰ

খ)এক ধৰণৰ

গ)বিভিন্ন ধৰণৰ

উত্তৰঃ গ)বিভিন্ন ধৰণৰ

৩। এটা কথা হ'ল বিভিন্ন অঞ্চলৰ মাজত গঢ়ি উঠা সম্পৰ্ক কেৱল যে যোগাযোগ আৰু যাতায়াতৰ ব্যৱস্থাৰ ফলতহে ঘটে সেই কথাও সম্পূৰ্ণ 

ক)সত্য

খ)অসত্য

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ)অসত্য

৪। কাৰ জৰিয়তে সমগ্ৰ বিশ্বত সমৰূপী অৰ্থনৈতিক ব্যৱস্থা সম্ভৱ হোৱাৰপ্ৰৱল সম্ভাৱনা থাকে?             
ক)বিশ্বায়নৰ জৰিয়তে

খ)কল-কাৰখানা জৰিয়তে

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক)বিশ্বায়নৰ জৰিয়তে

৫। কিমান চনত বিশ্ব সামাজিক মবাসভাখনৰ সভাখন ভাৰতৰ অনুষ্ঠিত হৈছিল?

ক)২০০৮ চনত

খ)২০১০ চনত

গ)২০০৪ চনত

উত্তৰঃ গ)২০০৪ চনত

৬। কিমান চনত বিশ্ব সামাজিক মহাসভাৰ সপ্তমখন সভা  অনুষ্ঠিত হৈছিল?

ক)২০০৭ চনত

খ)২০০৮ চনত

গ)২০০৯ চনত

উত্তৰঃ ক)২০০৭ চনত

৭। বিশ্ব সামাজিক মহাসভাৰ সপ্তমখন সভা ক'ত অনুষ্ঠিত হৈছিল?

ক)মুম্বাই

খ)অসম

গ)
কেনিয়া

উত্তৰঃ গ)কেনিয়া

৮। WTOৰ সম্পূৰ্ণ নাম কি?  

ক)World Term in Organisation

খ)World translation in Organisation

গ)world Trade Organisation

উত্তৰঃ গ)world Trade Organisation

৯। কিমান চনত ভাৰতৰ মুম্বাই আৰু কিমান চনত কেনিয়াৰ নাইৰোবিত অনুষ্ঠিত হৈছিল?  

ক)২০০৩ চনত আৰু ২০০৮ চনত

খ)২০০৪ চনত আৰু ২০০৭ চনত

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ)২০০৪ চনত আৰু ২০০৭ চনত

১০। কিমান চনত ভাৰতে এলানি অৰ্থনৈতিক সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰিবলগিয়া হৈছিল?

ক)১৯৯০ চনত

খ)১৯৯৫ চনত

গ)১৯৯১ চনত

উত্তৰঃ গ)১৯৯১ চনত