গুৰুদক্ষিণা


১। বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম কি?

a) বেদকণ্ঠ

b) সত্যব্ৰত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃa) বেদকণ্ঠ

২। বেদকণ্ঠৰ চতুষ্পাঠীত কিমানজনমান ছাতৰ আছিল?

a) তিনিকুৰিজনমান

b) দুকুৰীজনমান

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) দুকুৰীজনমান

৩। নামজ্বলা শব্দৰ অৰ্থ কি?

a) প্ৰখ্যাত

b) আনন্দৰে

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) প্ৰখ্যাত

৪। গুৰুৰ পৰামৰ্শ কোনজন ছাতৰে গ্ৰহণ কৰিবহ নোৱাৰিলে?

a) যজ্ঞদত্ত

b) সত্যব্ৰত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) সত্যব্ৰত

৫। প্ৰকৃত গুৰুদক্ষিণা কোনে দিব পাৰিলে?

a) সত্যব্ৰত

b) বেদকণ্ঠ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) সত্যব্ৰত

৬। চতুষ্পাঠী শব্দৰ অৰ্থ কি?
 
a) বেদ বিদ্যালয়

b) মুদৈ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃa) বেদ বিদ্যালয়

৭। নাম বুজোৱা পদক কি বোলে?

a) বিশেষণ পদ

b) বিশেষ্য পদ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) বিশেষ্য পদ

৮। বিশেষ্য পদৰ বিকল্প ৰূপে ব্যৱহৃত পদক কি পদ বোলে?

a) বিশেষণ পদ

b) সৰ্বনাম পদ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) সৰ্বনাম পদ

৯। কৰ্তাৰ কাৰ্য বা উদ্যেশ্য সম্পূৰ্ণ বা অসমাম্পূৰ্ণভাৱে সম্পন্ন কৰা পদক কি পদ বোলা হয়?

a) ক্ৰিয়া পদ

b) সৰ্বনাম পদ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ক্ৰিয়া পদ

১০। বাক্যত কেতিয়াও ৰূপ সলনি নোহোৱা পদক কি পদ বোলে?

a)  অব্যয় পদ

b) সৰ্বনাম পদ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a)  অব্যয় পদ

১১। আন পদৰ গুণ, দোষ, সংখ্যা বা পৰিমাণ, অৱস্থা, অধিক্য, উচ্চতা আদি বুজোৱা পদক কি পদ বোলে?

a) বিশেষণ পদ

b) সৰ্বনাম পদ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) বিশেষণ পদ

১২। ধনী সমাৰ্থক শব্দ কি?

 a) চহকী

b) উজু

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ  a) চহকী

১৩। ডাঙৰ সমাৰ্থক শব্দ কি?

a) গুৰু

b) বৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) বৰ

১৪। দক্ষিণা সমাৰ্থক শব্দ কি?

a) প্ৰাচীন

b) অৰিহণা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) অৰিহণা

১৫। আনন্দ বিপৰীত শব্দ কি?

a) নিৰানন্দ

b) ডাঙৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) নিৰানন্দ

১৬। খুজি যুৰীয়া শব্দ কি?

a) গুৰু

b) মাগি

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) মাগি

১৭। ধনী বিপৰীত শব্দ কি?

a) চহকী

b) দুখীয়া

c) ইয়াৰ ভিতৰত এটাও নহয়

  উত্তৰঃ b) দুখীয়া

১৮। মহলা শব্দৰ অৰ্থ কি?

a) পৰীক্ষা

b) বেপাৰী

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) বেপাৰী

১৯। আকৰ শব্দৰ অৰ্থ কি?

a) খনি

b) সদাগৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) খনি

২০। ছেগ শব্দৰ অৰ্থ কি?

a) ৰঙেৰে

b) সময়ৰ ভাগ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃb) সময়ৰ ভাগ

২১। হৃষ্টচিত্তে শব্দৰ অৰ্থ কি?

a) ৰঙেৰে 

b) সদাগৰ 

c) এটাও নহয় 

উত্তৰঃ a) ৰঙেৰে 

২২। সাউদ শব্দ অৰ্থ কি? 

a) বেপাৰী

b) ৰঙেৰে 

c) এটাও নহয় 

উত্তৰঃ a) বেপাৰী

২৩। ভেঁটগুটিয়া শব্দ অৰ্থ কি? 

a) পৰীক্ষা 

b) ভেঁট ফুলৰ গুটিৰ নিচিনা সৰু 

c) এটাও নহয় 

উত্তৰঃ b) ভেঁট ফুলৰ গুটিৰ নিচিনা সৰু 

২৪। চৈত-ফুৰি শব্দ অৰ্থ কি? 

a) চত মাহত ফুৰি সংগ্ৰহ কৰা ধন?

b) ভাল নাম থকা 

c) এটাও নহয় 

উত্তৰঃ a) চত মাহত ফুৰি সংগ্ৰহ কৰা ধন?

২৫। উজু সমাৰ্থক শব্দ কি?

a) টান 

b) ধিলা 

c) এটাও নহয় 

উত্তৰঃ a) টান 

২৬। প্ৰাচীন বিপৰিত শব্দ কি? 

a) পুৰণি 

b) নতুন 

c) এটাও নহয় 

উত্তৰঃ b) নতুন