ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা


১। লক্ষ্মীনাথ বেজবৰুৱা কিমান চনত জন্ম হৈছিল?

a) ১৮৬৮

b) ১৮৬৪

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ১৮৬৪

২। লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি আছিল?

a) দীননাথ 

b) নিৰ্মলপ্ৰভা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) দীননাথ 

৩। লক্ষ্মীনাথ বেজবৰুৱাৰ মাতৃৰ নাম কি আছিল?

a) থানেশ্বৰী দেৱী

b) মনোৰমা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) থানেশ্বৰী দেৱী

৪। লক্ষ্মীনাথ বেজবৰুৱাই ক'ত স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল?

a) যোৰহাটত

b) শিৱসাগৰত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) শিৱসাগৰত

৫। লক্ষ্মীনাথ বেজবৰুৱাই ক'ত বি. এ. পাছ কৰে?

a) কলিকতাৰ চিটী কলেজৰ পৰা

b) শিৱসাগৰৰ চিটী কলেজৰ পৰা

উত্তৰঃ a) কলিকতাৰ চিটী কলেজৰ পৰা

৬। লক্ষ্মীনাথ বেজবৰুৱা কিমান চনত মৃত্যু হৈছিল?

a) ১৯৪৬

b) ১৯৩৮

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ১৯৩৮

৭। ৰবীন্দ্ৰনাথ ঠাকুৰ কিমান চনত জন্ম হৈছিল?

a)  ১৮৬১

b) ১৮৮৮

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a)  ১৮৬১

৮। ৰবীন্দ্ৰনাথ ঠাকুৰ ক'ত জন্ম হৈছিল?

a) কলিকতাত

b) যোৰহাটত

c) যোৰহাটত

উত্তৰঃ a) কলিকতাত

৯। ৰবীন্দ্ৰনাথ ঠাকুৰে কি মহৎ গন্থৰ বাবে নোবেল বঁটা লাভ কৰে?

a) মোৰ জীৱন-সোঁৱৰণ

b) গীতাঞ্জলি
 
c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) গীতাঞ্জলি

১০। কিমান চনত ৰবীন্দ্ৰনাথ টাকুৰে নোবেল বঁটা লাভ কৰে?

a) ১৯২৮

b) ১৯১৩

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ১৯১৩

১২। মহাৰাজকুমাৰী বিনোদিনী কিমান চনত জন্ম হৈছিল?

a) ১৯২২

b) ১৯২৯

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ১৯২২

১৩। মহাৰাজকুমাৰী বিনোদিনী পিতৃৰ নাম কি?

a) চাৰ চড়াচনা

b) যোগেন্দ্ৰ কুমাৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) চাৰ চড়াচনা

১৪। যোগেন্দ্ৰ কুমাৰ বসুমতাৰী কিমান চনত জন্ম হৈছিল?

a) ১৯০২

b) ১৯২০

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ১৯২০

১৫। কিমান চনত যোগেন্দ্ৰ কুমাৰ বসুমতাৰী মৃত্যু হৈছিল?

a) ২০১০

b) ২০০২

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ২০১০

১৬। হৰিভক্ত কটুৱাল কিমান চনত জন্ম হৈছিল?

a) ১৯৪৪

b) ১৯৩৫

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ১৯৩৫

১৭। হৰিভক্ত কটুৱাল একাধাৰে কবি গীতিকাৰ, নাট্যকাৰ, অভিনেটা আৰু লগতে কি আছিল?

a) চিত্ৰকৰ

b) গায়ক

c) ইয়াৰ ভিতৰত এটাও নহয়?

উত্তৰঃ a) চিত্ৰকৰ

১৮। হৰিভক্ত কটুৱালৰ উল্লেখযোগ্য গ্ৰন্থ কেইখন?

a) 

b) 

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) 

১৯। হৰিভক্ত কটুৱালৰ কিমান চনত মৃত্যু হৈছিল?

a) ১৯৯০

b) ১৯৮০

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ১৯৮০

২০। হাৱাড দেনিচন মোমিন কিমান চনত জন্ম হৈছিল?

a) ১৯১৩

b) ১৯২২

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ১৯১৩

২১। সংগোপনৰ শব্দ অৰ্থ কি?

a) লুকাই 

b) ধৰণ 

c) শিকলি খুলি দিয়া 

উত্তৰঃ a) লুকাই 

২২। দয়াপৰৱশ শব্দ অৰ্থ কি? 

a) তেৰ সংখ্য়ক 

b) দয়াযুক্ত

c) দুৱৰী

উত্তৰঃ b) দয়াযুক্ত

২৩। যৎপৰোনাস্তি শব্দ অৰ্থ কি?

a) অতিশয় 

b) বহুৰঙীন 

c) প্ৰবোধ

উত্তৰঃ a) অতিশয় 

২৪। বহুমুখী শব্দ অৰ্থ কি?

a) কমি 

b) যাত্ৰী 

c) নানা বিষয়ত ব্য়ুৎপত্তি থকা 

উত্তৰঃ c) নানা বিষয়ত ব্য়ুৎপত্তি থকা 

২৫। সুৰুঙা শব্দ অৰ্থ কি?

a) সংগ

b) জলঙা 

c) ধৰণ 

উত্তৰঃ b) জলঙা 

২৬। নিশ্চন্ত শব্দ অৰ্থ কি?

a) ভাৱনা নথকা 

b) ভাষণ 

c) কোৱা 

উত্তৰঃ a) ভাৱনা নথকা 

২৭। গঠন অনুসৰি কেইটা প্ৰকাৰৰ বাক্য় পোৱা যায়?

a) দুই প্ৰকাৰৰ 

b) তিনি প্ৰকাৰৰ 

c) চাৰি প্ৰকাৰৰ 

উত্তৰঃ b) তিনি প্ৰকাৰৰ 

২৮। ভাব বা অৰ্থ অনুসৰি বাক্য় কেইটা প্ৰকাৰৰ?

a) চাৰিটা প্ৰকাৰৰ 

b) পাঁচ প্ৰকাৰৰ 

c) ছয় প্ৰকাৰৰ 

উত্তৰঃ b) পাঁচ প্ৰকাৰৰ 

২৯। হাৱাড দেনিচন মোমিনৰ জন্ম কিমান চনত হৈছিল?

a) ১৯১৩ চনত 

b) ১৯৮০ চনত 

c) ১৯৩৫ চনত 

উত্তৰঃ a) ১৯১৩ চনত 

৩০। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?

a) মোৰ জীৱন সোঁৱৰণ

b) নিজৰ স্বামী 

c) ইয়াৰ ভিতৰত এটাও নহয় 

উত্তৰঃ a) মোৰ জীৱন সোঁৱৰণ