মনোৰম মাজুলী


১। পৃথিৱীৰ অন্যতম বৃহৎ  নদীদ্বীপ কি?

a) শিবসাগৰ

b) মাজুলী

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) মাজুলী

২। কোনে মাজুলীত থকা ব্যৱস্থা কৰি দিছে?

a) ছাৰ-বাইদেউসকলে

b) মা-দেউতাই

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ছাৰ-বাইদেউসকলে

৩। কিমান জনীয়া ছাত্ৰ-ছাত্ৰীৰ দলটো বিদ্যালয়ৰ খেল-পথাৰত সমবেত হ'লহি?

a) দহজনীয়া

b) বিশজনীয়া

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) দহজনীয়া

৪। ছাত্ৰ-ছাত্ৰীবোৰে কিহত মাজুলীলৈ যাত্ৰা আৰম্ভ কৰিলে?

a) বাছত

b) গাড়ীত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) গাড়ীত

৫। সিহঁতৰ লগত কোন কোন ছাৰ বাইদেউ বহিল?

a)বৰুৱা ছাৰ গগৈ বাইদেউ

b) বৰা ছাৰ গগৈ বাইদেউ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a)বৰুৱা ছাৰ গগৈ বাইদেউ

৬। গগৈ বাইদেউৱে ছাত্ৰ-ছাত্ৰীৰ লগত বহি কি গীত গাইছিল?

a) অসম আমাৰ ৰূপহী

b) মহা বাহু ব্ৰহ্মপুত্ৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) মহা বাহু ব্ৰহ্মপুত্ৰ

৭। ছাত্ৰ-ছাত্ৰীৰসকল গৈ ক'ত বহিল?

a) জাহাজত

b) ফেৰীত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ফেৰীত

৮। শিহুবোৰে পানীত কি খেলি আছিল?

a) লুকা-ভাকু

b) কাবাদী

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) লুকা-ভাকু

৯। ব্ৰহ্মপুত্ৰ বুকুৱেদি আহি আহি কি ঘাট পালেহি?

a) যোৰহাট ঘাট

b) কমলাবাৰী ঘাট

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) কমলাবাৰী ঘাট

১০। ঘাটত অগণন মানুহ দেখি কোনে কাক সুধিলে?

a) প্ৰিয়মে বৰা ছাৰক

b) অৰুণে বৰুৱা ছাৰক

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) অৰুণে বৰুৱা ছাৰক

১১। মাজুলীলৈ আহিবলৈ মাত্ৰ কেইটা বাট আছে?

a) ২ দুটা

b) ৪ টা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ২ দুটা

১২। কিছুসময়ৰ পাছত তেওঁলোক কি সত্ৰত উপস্থিত হ'লগৈ?

a) মাজুলী সত্ৰত

b) কমলাবাৰী সত্ৰত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) কমলাবাৰী সত্ৰত

১৩। বৰ্তমান মাজুলীত কেইখন সত্ৰ আছে?

a) ২০ খন

b) ৩২ খন

c) ২২ খন

উত্তৰঃ c) ২২ খন

১৪। সত্ৰ নগৰী বুলি কাক কোৱা হয়?

a) জগনাথ

b) মাজুলী 

c) কাশী

উত্তৰঃ b) মাজুলী 

১৫। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি সংযোগ বুলি জনা যায়?
 
a) মণিকাঞ্চন সংযোগ

b) শংকৰদেৱ সংযোগ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) মণিকাঞ্চন সংযোগ

১৬। কিমান চনত শংকৰদেৱে সৃষ্টি কৰা শাস্ত্ৰীয় নৃত্য স্বীকৃতি লাভ কৰিছিল?

a) ২০০১ চনত

b) ২০০০ চনত

c) ২০০৫ চনত

উত্তৰঃ  b) ২০০০ চনত

১৭। মাজুলীৰ কোনখন সত্ৰত সাচীপাতৰ পুথি সংৰক্ষণ কৰা হয়?

a) কমলাবাৰকী সত্ৰ

b) চাংবৰী সত্ৰ

c) বেঙনাআটি সত্ৰ

উত্তৰঃ c) বেঙনাআটি সত্ৰ

১৮।  বৰপেটা ধামক কিহৰ লগত তুলনা কৰিছে?

a) অসম কাশীপুৰী আৰু জগনাথৰ লগত

b) অসম কশীপুৰী আৰু দ্বাৰকা মথুৰাপৰী

c)  ইয়াৰ ভিতৰত এটাও নহয়

 উত্তৰঃ  b) অসম কশীপুৰী আৰু দ্বাৰকা মথুৰাপৰী

১৯। বৰপেটা নামটো কি আছে?

a) ইতিহাস আছিল

b) বুৰঞ্জী আছিল

c) সময় আছিল

উত্তৰঃ a) ইতিহাস আছিল

 ২০। মাজুলীৰ কোনখন সত্ৰত হাতীদাঁতৰসত্ৰত  বিভিন্ন অলংকাৰ, হাতীদাঁতৰ পাটি সংৰক্ষিত কৰা হয়?

a) বেঙনাআটি সত্ৰ

b) কমলাবাৰী সত্ৰ

c) গড়মূৰ সত্ৰ

উত্তৰঃ a) বেঙনাআটি সত্ৰ

২১। পৃথিৱী এটা সমাৰ্থক শব্দ কি?

a) ধৰা

b) সুচল 

c) চুই 

উত্তৰঃ a) ধৰা

২২। শেষ এটা সমাৰ্থক শব্দ কি?

a) ৰহণ 

b) সীৰলু 

c) সমাপ্ত 

উত্তৰঃ c) সমাপ্ত 

২৩। আনন্দ এটা সমাৰ্থক শব্দ কি?

a) সুখী 

b) চুই 

c) নিশা

উত্তৰঃ a) সুখী 

২৪। নিশা এটা সমাৰ্থক শব্দ কি?

a) শেষ 

b) আন্ধাৰ 

c) কিৰীলি

উত্তৰঃ b) আন্ধাৰ 

২৫। বেছি এটা সমাৰ্থক শব্দ কি?

a) অধিক 

b) কম

c) সুচল

উত্তৰঃ a) অধিক