২ মাটি, শিল আৰু খনিজ পদাৰ্থ


 ১) মাটি কেই প্ৰকাৰৰ ?

ক) দুই প্ৰকাৰৰ

খ) চাৰি প্ৰকাৰৰ

গ) তিনি প্ৰকাৰৰ

Ans: গ) তিনি প্ৰকাৰৰ


২) মাটি উপাদান কেইটা ?

ক) ২ প্ৰকাৰৰ

খ) ৪ প্ৰকাৰৰ

গ) ১ প্ৰকাৰৰ

Ans: ক) ২ প্ৰকাৰৰ


৩)মাটিৰ ঘাই তৰপ কেইটা ?

ক) ২

খ) ৩

গ) ১

Ans: ক) ২


৪) মাটি পৰা আমি কি কি পাওঁ ?  

ক) গছ - গছনি

খ) খেতি- বাতি

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) খেতি- বাতি

৫) নদ-নদী, সাগৰ-মহাসাগৰ আদি হ'ল পৃথিৱীৰ কি ভাগ হয় ?

ক) উপ ভাগ

খ) পানী ভাগ

গ) ইয়াৰ বিতৰত এটাও নহয়

Ans: খ) পানী ভাগ


৬) মাটিত কি কি গজে ?

ক) গছ-গছনি

খ) ফল-মূল আদি

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) গছ-গছনি


৭) সাৰুৱা বা পলসুৱা মাটিত কি থাকে ?

ক) শক্তি

খ) হিউমাছ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) হিউমাছ

৮) কি মাটিত হিউমাছৰ পৰিমান কম ?

ক) বালিয়া মাটিত

খ) বোকা মাটিত

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) বোকা মাটিত

৯) কি মাটি খহটা ?

ক) সাৰুৱা মাটি

খ) বালিয়া মাটি

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) বালিয়া মাটি


১০) মাটিৰ ভিতৰত সোমাই থকা বোৰক কি বুলি ধৰা নহয় ?

ক) হিউমাছ

খ) উপাদান

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) উপাদান