তিৱাসকল | 

1) তিৱাসকল প্ৰাচীন কালৰে পৰা ক'ত বাস কৰি আহিছে ?

ক) চীনত

খ)  অসমত

গ) মৰিগাঁওত

উত্তৰঃ খ)  অসমত

2) বৰ্তমান তিৱাসকলক কেইটা ভাগত বিভক্ত কৰা হৈছে ?

ক) ৩ টা ভাগত

খ) ২ টা ভাগত

গ)  ৪ টা ভাগত

উত্তৰঃ খ) ২ টা ভাগত

3) অসমৰ প্ৰথমটো বিদ্ৰোহ 'ফুলগুৰি ধেঁৱা'ৰ  জন্ম আৰু নেতৃত্ব কোনে দিছিল ?

ক) কাৰ্বিসকলে

খ) কলিতাসকলে

গ)  তিৱাসকলে

উত্তৰঃ গ)  তিৱাসকলে

4)  প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰক পূজা কৰাৰ উপৰিও উৎসৱ-পাৰ্বণত তেওঁলোকে কাক দেৱতা বুলি   পূজা কৰে ?

ক) পূৰ্বপুৰুষসকলক

খ) মহিলাসকলক

গ)  ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক) পূৰ্বপুৰুষসকলক

5) তিৱাসকলৰ ৱা মেছাম্ মানে কি ?

ক)  কুকুৰাৰ মাংস

খ)  ছাগলী মাংস

গ)  গাহৰিৰ মাঙহ

উত্তৰঃ গ)  গাহৰিৰ মাঙহ

6) ইন্দ্ৰচিং দেউৰীৰ জন্ম কিমান চনত হৈছিল ?

ক) ১৯৩১ চনত

খ) ১৯৩২ চনত

গ)  ১৯৪৯ চনত

উত্তৰঃ খ) ১৯৩২ চনত

7) 'অ' তিৱা, অ' তিৱা ছেৰাণ চাৱা' নামে গীতটি কোনে ৰচনা কৰিছিল ?

ক) বলাইৰাম সেনাপতিৰ

খ) ইন্দ্ৰচিং দেউৰীৰ

গ)  পদ্মকান্ত কাকতিৰ

উত্তৰঃ খ) ইন্দ্ৰচিং দেউৰীৰ

8) তিৱাসকলৰ প্ৰিয় খাদ্য় কি ?

ক)  টু মেছাম্ আৰু ৱা মেছাম্

খ)  ছাগলী মাংস

গ)  হাহঁ মাংস

উত্তৰঃ ক)  টু মেছাম্ আৰু ৱা মেছাম্

9) খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত কি বুলি কোৱা হয় ?

ক) লৰ বুলি কোৱা হয়

খ) জেলা বুলি কোৱা হয়

গ)  ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ) জেলা বুলি কোৱা হয়

10) বলাইৰাম সেনাপতি কিমান চনত সম্বৰণ কৰে ?

ক) ২০১৪ চনৰ ১১ মে'ত

খ) ২০১০ চনত

গ) ১৯৯১ চনত

উত্তৰঃ ক) ২০১৪ চনৰ ১১ মে'ত