12 | পাৰস্য়ত এভুমুকি

1)  ৰথীন্দ্ৰনাথ গোস্বামী কিমান চনত জন্ম হৈছিল ?

ক) ১৯৬৭ চনত

খ) ১৯৯২ চনত

গ) ১৯৯১ চনত

উত্তৰঃ ক) ১৯৬৭ চনত

2) ৰথীন্দ্ৰনাথ গোস্বামীৰ ক'ত জন্ম হৈছিল ?

ক) যোৰহাট

খ) নগাঁও

গ) গুৱাহাটী

উত্তৰঃ ক) যোৰহাট

3) ৰথীন্দ্ৰনাথ গোস্বামী পিতৃ নাম কি আছিল ?

ক) যতীন্দ্ৰনাথ গোস্বামী

খ) জ্য়োতি প্ৰসাদ আগৰৱালা 

গ)  এটাও নহয় ।

উত্তৰঃ ক) যতীন্দ্ৰনাথ গোস্বামী

4)  খিতাপ শব্দৰ অৰ্থ কি ?

ক) আইনা

খ) কিনা

গ) সন্মান

উত্তৰঃ গ) সন্মান

5)  গোলাকৃতি শব্দৰ অৰ্থ কি ?

ক) নীলা

খ) প্ৰথম

গ) ঘূৰণীয়া আকৃতি

উত্তৰঃ গ) ঘূৰণীয়া আকৃতি

6)  ৰথীন্দ্ৰনাথ গোস্বামীয়ে গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ পৰা কিমান চনত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ?

ক) ১৯৯৩ চনত

খ) ১৯৯১ চনত

গ) ২০০৯ চনত

উত্তৰঃ খ) ১৯৯১ চনত

7)  ৰথীন্দ্ৰনাথ গোস্বামীয়ে কিমান চনত অসম প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে যোগদান কৰে ?

ক) ১৯৬৭ চনত

খ) ১৯৯২ চনত

গ) ১৯৯৮ চনত

উত্তৰঃ খ) ১৯৯২ চনত

8)  চিচা শব্দৰ অৰ্থ কি ?

ক) আইনা

খ) কিনা

গ) সন্মান

উত্তৰঃ ক) আইনা

9)  নীলিম শব্দৰ অৰ্থ কি ?

ক) আইনা

খ) নীলা

গ) প্ৰথম

উত্তৰঃ খ) নীলা

10)  ৰথীন্দ্ৰনাথ গোস্বামীদেৱৰ উল্লেখযোগ্য় গ্ৰন্থ এখনৰ নাম কি ?

ক) বিদেশী বন্ধুৰ দেশত

খ) সংগ্ৰাম

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) বিদেশী বন্ধুৰ দেশত

11)  পহিলা শব্দৰ অৰ্থ কি ?

ক) প্ৰথম

খ) শাস্ত্ৰ

গ) নীলা

উত্তৰঃ ক) প্ৰথম

12)  প্ৰচণ্ড শব্দৰ অৰ্থ কি ?

ক) প্ৰবল, ভয় লগা

খ) নীলা

গ) প্ৰথম

উত্তৰঃ ক) প্ৰবল, ভয় লগা

13)  ৰথীন্দ্ৰনাথ গোস্বামীৰ এখন চুটিগল্প-সংকলন নাম কি ?

ক) কিংকিনীৰ বিদ্ৰোহ

খ) সংগ্ৰাম

গ) এটাও নহয় ।

উত্তৰঃ খ) সংগ্ৰাম

14)  লেকেটা শব্দৰ অৰ্থ কি ?

ক) পাতল

খ) প্ৰবল

গ) সহজে ছিগি ভাগি নোযোৱা, লিকটা

উত্তৰঃ গ) সহজে ছিগি ভাগি নোযোৱা, লিকটা

15)  সংকট শব্দৰ অৰ্থ কি ?

ক) প্ৰতিকূল অৱস্থা, বিপদ

খ) ভয় লগা

গ) কিনা

উত্তৰঃ ক) প্ৰতিকূল অৱস্থা, বিপদ

16) ৰথীন্দ্ৰনাথ গোস্বামীৰ এখন ভ্ৰমণ কাহিনীৰ নাম কি ?

ক) বিজ্ঞানে আনিব জোৱাৰ

খ) সমুদ্ৰিকা

গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ খ) সমুদ্ৰিকা

17)  কোনে হেমবৰুৱা সোঁৱৰণী বঁটা লাভ কৰে ?

ক) যতীন্দ্ৰনাথ গোস্বামী

খ) ৰথীন্দ্ৰনাথ গোস্বামী

গ) জ্য়ােতি প্ৰসাদ আগৰৱালা

উত্তৰঃ খ) ৰথীন্দ্ৰনাথ গোস্বামী

18)  ৰথীন্দ্ৰনাথ গোস্বামীয়ে কোনখন গ্ৰন্থৰ বাবে হেমবৰুৱা সোঁৱৰণী বঁটা লাভ কৰে ? 

ক) মহাসমুদ্ৰৰ সিপাৰে

 খ) বিজ্ঞানে আনিব জোৱাৰ

গ) সমুদ্ৰিকা

উত্তৰঃ ক) মহাসমুদ্ৰৰ সিপাৰে

19)  সেৰেঙা শব্দৰ অৰ্থ কি ?

ক) পৃথিৱীৰ অভ্য়ন্তৰ

খ) বিপদ

গ) মাজত বেছি ব্য়ৱধান থকা, পাতল

উত্তৰঃ গ) মাজত বেছি ব্য়ৱধান থকা, পাতল

20)  হিজাব শব্দৰ অৰ্থ কি ?

ক) মুছলমান মহিলাই মূৰ ঢাকি লোৱা কাপোৰ

খ) পাতল

গ) প্ৰথম

উত্তৰঃ ক) মুছলমান মহিলাই মূৰ ঢাকি লোৱা কাপোৰ