আমেৰিকা যুক্তৰাষ্টৰ আঞ্চলিক ভূগোল

১। ভূ-প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি?

(ক) দুটা ভাগত

(খ) তিনটা ভাগত

(গ) সাটতা ভাগত

উত্তৰঃ (খ) তিনটা ভাগত

২। পৃথিৱী বিখ্য়াত নিয়াগাৰ কত অবস্থিত?

(ক) জলপ্ৰপাত

(খ) ৰকি পৰ্বত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) জলপ্ৰপাত

৩। গ্ৰেট বিছিনৰ দক্ষিণত অৱস্থিত মৃত উপত্যকাটো সাগৰপৃষ্ঠৰ পৰা কিমান মিটাৰ তলত আছে?

(ক) ৬৭ মিটাৰ

(খ) ৯৪ মিটাৰ

(গ) ৮৬ মিটাৰ

উত্তৰঃ (গ) ৮৬ মিটাৰ

৪। পূব প্ৰান্তত অৱস্থিত দেশৰ সৰ্ববৃহৎ মহানগৰী নিউইয়ৰ্কৰ জনসংখ্য কিমান নিযুত? 

(ক) ১২ নিযুত

(খ) ২২ নিযুত

(গ) ১৮ নিযুত

উত্তৰঃ (খ) ২২ নিযুত

৫। দেশৰ দ্বিতীয় বৃহৎ মহানগৰী লছ এঞ্জেলেছৰ জনসংখ্যা কিমান নিযুত ?

(ক) ১৮ নিযুত

(খ) ৩৪ নিযুত

(গ) ২২ নিযুত

উত্তৰঃ (ক) ১৮ নিযুত

৬। যুক্তৰাষ্ট্ৰৰ বৰ্তমান বছৰি জনমূৰি ৰাষ্ট্ৰীয় আয় কিমান ডলাৰ?

(ক) ৩৫,০০০ ডলাৰ

(খ) ৩৮,০০০ ডলাৰ

(গ) ২১,০০০ ডলাৰ

উত্তৰঃ (খ) ৩৮,০০০ ডলাৰ

৭। অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত মুঠ লোকৰ কিমান শতাংশ কৃষিৰ ওপৰত নিৰ্ভৰ কৰে?

(ক) ৭ শতাংশ

(খ) ৫০ শতাংশ

(গ) ৫ শতাংশ

উত্তৰঃ (গ) ৫ শতাংশ

৮। মেক্সিকো উপকূলীয় অঞ্চলত কি জলবায়ু বিৰাজ কৰে?

(ক) উপ-ক্ৰান্তীয় জলবায়ু

(খ) উত্তৰ জলবায়ু

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) উপ-ক্ৰান্তীয় জলবায়ু

৯। প্ৰেইৰী অঞ্চলৰ উত্তৰ অংশত কি বলয় অৱস্থিত?

(ক) মাকৈ বলয়

(খ) গম বলয়

(গ) কৃষি বলয়

উত্তৰঃ (খ) গম বলয়

১০। আমেৰিকা যুক্তৰাষ্টৰ প্ৰধানকৈ কেইটা বৃহৎ উদ্যোগ অঞ্চল  চিনাক্ত কৰি পৰি?

(ক) পাছটা

(খ) তিনিটা

(গ) দুটা

উত্তৰঃ (খ) তিনিটা

১১। কোনখন যুক্তৰাষ্ট্ৰ বিশ্বৰ উন্নত দেশসমূহৰ ভিতৰত অন্যতম?

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰ

(খ) ফ্ৰান্স যুক্তৰাষ্ট্ৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) আমেৰিকা যুক্তৰাষ্ট্ৰ

১২। ২০০৭ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ মুঠ জনসংখ্যা কিমান নিযুত?

(ক) ৭৮০ নিযুত

(খ) ৩০২ নিযুত

(গ) ২৫৮ নিযুত

উত্তৰঃ (খ) ৩০২ নিযুত

১৩। প্ৰৰ্বত-পাহাৰ, মালভূমি, উপত্যকা, হ্ৰদ আদিৰে গঠিত ভূখণ্ডটোক কি অঞ্চল বোলা হয়?

(ক) মেৰু অঞ্চল

(খ) তুন্দ্ৰা অঞ্চল

(গ) কৰ্ডিলেৰা অঞ্চল

উত্তৰঃ (গ) কৰ্ডিলেৰা অঞ্চল

১৪। আমেৰিকা যুক্তৰাষ্ট্ৰ কি জলবায়ুৰ অন্তৰ্গত?

(ক) নাতিশীতোষ্ণ জলবায়ুৰ

(খ) উত্তৰ জলবায়ু

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) নাতিশীতোষ্ণ জলবায়ুৰ

১৫। আমেৰিকা যুক্তৰাষ্ট্ৰই কিমান চনত স্বাধীনতা লাভ কৰিছিল?

(ক) ১৯৮৭ চনত

(খ) ২০২০ চনত

(গ) ১৭৭৬ চনত

উত্তৰঃ (গ) ১৭৭৬ চনত

১৬। আমেৰিকা যুক্তৰাষ্ট্ৰই স্বাধীনতা লাভ কৰাৰ সময়ত ইয়াৰ কিমানখন ৰাজ্য আছিল?

(ক) ১৩ খন

(খ) ৫০ খন

(গ) ১৭ খন

উত্তৰঃ (ক) ১৩ খন

১৭। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৃথিৱীৰ কিমান শতাংশ মাটিকালিৰ  আগুৰি আছে?

(ক) ৭.৭৮ শতাংশ

(খ) ৬.৩৭ শতাংশ

(গ) ৪.৭৮ শতাংশ

উত্তৰঃ (খ) ৬.৩৭ শতাংশ

১৮। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানীখনৰ নাম কি?

(ক) মেঘালয়

(খ) মিজোৰাম

(গ) কলোম্বিয়া

উত্তৰঃ(গ) কলোম্বিয়া

১৯। আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতবৰ্ষতকৈ কিমান গুণে ডাঙৰ?

(ক) পাছগুণ

(খ) তিনিগুণ

(গ) দুগুণ

উত্তৰঃ (খ) তিনিগুণ

২০। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিমান শতাংশ লোক খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী?

(ক) ৮০ শতাংশ

(খ) ৮৫ শতাংশ

(গ) ৯০ শতাংশ

উত্তৰঃ (খ) ৮৫ শতাংশ

২১। উত্তৰ আমেৰিকা মহাদেশৰ মাটিকালি কিমান?

(ক) ২৫.৩ বৰ্গ কিলোমিটাৰ

(খ) ২৭.৬ বৰ্গ কিলোমিটাৰ

(গ) ২৪.৩ বৰ্গ কিলোমিটাৰ

(ঘ) ২৬.৩ বৰ্গ কিলোমিটাৰ

উত্তৰঃ (গ) ২৪.৩ বৰ্গ কিলোমিটাৰ

২২। ইয়াৰে কোনটো পৰ্বতমালা এচিয়াত অৱস্থিত?

(ক) ইউৰাল পৰ্বতমালা

(খ) হিমালয় পৰ্বতমালা

(গ) গৰাকোৰাম পৰ্বতমালা

(ঘ) ওপৰৰ আটাইকেইটা

উত্তৰঃ (ঘ) ওপৰৰ আটাইকেইটা

২৩। পাইৰেনিজ পৰ্বতমালা কোনখন মহাদেশত আছে?

(ক) এচিয়া মহাদেশ

(খ) আফ্ৰিকা মহাদেশ

(গ) উত্তৰ আমেৰিকা মহাদেশ

(ঘ) ইউৰোপ মহাদেশ

উত্তৰঃ (ঘ) ইউৰোপ মহাদেশ 

২৪। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ - 

(ক) এছিয়া

(খ) ইউৰোপ

(গ) ওচেনিয়া

(ঘ) এন্টাৰ্কটিকা

উত্তৰঃ (গ) ওচেনিয়া

২৫। আমাজান নদীৰ অৱবাহিকাত থকা এনে ডাঠ অৰণ্যক - বুলি কোৱা হয়

(ক) ছেলভা

(খ) ছিলভা

(গ) লাভাকা

(ঘ) লাবাৰ

উত্তৰঃ (ক) ছেলভা

২৬। কোমল কাঠৰ অৰণ্য়ক কি বুলি জনা যায়?

(ক) ডাউন

(খ) টাইগা

(গ) ভেল্ড

(ঘ) লানোচ

উত্তৰঃ (খ) টাইগা

২৭। জন্তুৰ ছালেৰে তৈয়াৰ কৰা নাওঁক কোৱা হয়-

(ক) ভেল্ড

(খ) লানোচ

(গ) কায়াক

(ঘ) চাগায়া

উত্তৰঃ (গ) কায়াক

২৮।  অসমৰ মুঠ মাটিকালি কিমান?

(ক) 68,438 বৰ্গ কিমি

(খ) 78,438 বৰ্গ কিমি 

(গ) 88,438 বৰ্গ কিমি

(ঘ) 98,438 বৰ্গ কিমি

উত্তৰঃ(খ) 78,438 বৰ্গ কিমি 

২৯।  ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে অধিকাৰ কৰে?

(ক) 1.4%

(খ) 2.4% 

(গ) 3.4%

(ঘ) 4.4%

উত্তৰঃ (খ) 2.4% 

৩০। অসমক কিয় "উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ" বুলি কোৱা হয়?

(ক) বৃহৎ জনসংখ্যাৰ বাবে

(খ) উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ মূল ভূখণ্ডৰ সৈতে সংযোগ কৰা বাবে 

(গ) চাহ উৎপাদনৰ বাবে

(ঘ) তেল উৎপাদনৰ বাবে

উত্তৰঃ (খ) উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ মূল ভূখণ্ডৰ সৈতে সংযোগ কৰা বাবে 

৩১। অসমৰ উত্তৰত কোন দেশ অৱস্থিত?

(ক) বাংলাদেশ

(খ) ম্যানমাৰ

(গ) ভূটান 

(ঘ) নেপাল

উত্তৰঃ (গ) ভূটান 

৩২।  ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা প্ৰায় কিমান?

(ক) 2.5 কোটি

(খ) 3.12 কোটি 

(গ) 4.5 কোটি

(ঘ) 5 কোটি

উত্তৰঃ (খ) 3.12 কোটি 

৩৩।  অসমৰ সৰ্বাধিক জনবসতিপূৰ্ণ জিলা কোনখন?

(ক) যোৰহাট

(খ) নগাঁও 

(গ) শিৱসাগৰ

(ঘ) ধেমাজি

উত্তৰঃ (খ) নগাঁও 

৩৪।  অসমৰ চৰকাৰী ভাষা কোনটো?

(ক) বাংলা

(খ) হিন্দী

(গ) অসমীয়া 

(ঘ) ইংৰাজী

উত্তৰঃ (গ) অসমীয়া 

৩৫।  অসমৰ মুখ্য কৃষিজ ফচল কোনটো?

(ক) গম

(খ) ধান 

(গ) কপাহ

(ঘ) মাকৈ

উত্তৰঃ (খ) ধান 

৩৬।  ভাৰতৰ ভিতৰত চাহ উৎপাদনত অসমৰ স্থান—

(ক) দ্বিতীয়

(খ) তৃতীয়

(গ) প্ৰথম 

(ঘ) চতুৰ্থ

উত্তৰঃ (গ) প্ৰথম 

৩৭।  অসমৰ মুখ্য খনিজ সম্পদ কোনটো?

(ক) সোণ

(খ) খনিজ তেল 

(গ) ৰূপ

(ঘ) তাম

উত্তৰঃ(খ) খনিজ তেল 

৩৮।  অসমৰ বিখ্যাত তেলক্ষেত্ৰ কোনটো?

(ক) ডিগবৈ 

(খ) নাজিৰা

(গ) মৰিগাঁও

(ঘ) বৰপেটা

উত্তৰঃ (ক) ডিগবৈ 

৩৯।  অসমৰ প্ৰধান নদী কোনখন?

(ক) বৰাক

(খ) ব্ৰহ্মপুত্ৰ 

(গ) গংগা

(ঘ) যমুনা

উত্তৰঃ (খ) ব্ৰহ্মপুত্ৰ 

৪০।  অসমৰ কোন উদ্যোগটো বিশ্ববিখ্যাত?

(ক) বস্ত্ৰ উদ্যোগ

(খ) চাহ উদ্যোগ 

(গ) জাহাজ উদ্যোগ

(ঘ) চিমেণ্ট উদ্যোগ

উত্তৰঃ (খ) চাহ উদ্যোগ 

৪১।  অসমৰ প্ৰাকৃতিক গেছৰ অন্যতম ক্ষেত্ৰ কোনটো?

(ক) লাকুৱা 

(খ) ধুবুৰী

(গ) নলবাৰী

(ঘ) গোলাঘাট

উত্তৰঃ (ক) লাকুৱা 

৪২। অসমৰ অৰ্থনীতিৰ মূল ভিত্তি কি?

(ক) উদ্যোগ

(খ) কৃষি 

(গ) পৰ্যটন

(ঘ) বাণিজ্য

উত্তৰঃ (খ) কৃষি 

৪৩।  অসমৰ মুঠ মাটিকালি কিমান?

(ক) 68,438 বৰ্গ কিমি

(খ) 78,438 বৰ্গ কিমি 

(গ) 88,438 বৰ্গ কিমি

(ঘ) 98,438 বৰ্গ কিমি

উত্তৰঃ(খ) 78,438 বৰ্গ কিমি 

৪৪।  ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে অধিকাৰ কৰে?
(ক) 1.4%

(খ) 2.4% 

(গ) 3.4%

(ঘ) 4.4%

উত্তৰঃ(খ) 2.4% 

৪৫।  অসমৰ ৰাজধানী কি?

(ক) দিছপুৰ 

(খ) গুৱাহাটী

(গ) যোৰহাট

(ঘ) শিলচৰ

উত্তৰঃ (ক) দিছপুৰ 

৪৬।  অসমৰ উত্তৰত কোন দেশ অৱস্থিত?

(ক) বাংলাদেশ

(খ) ভূটান 

(গ) নেপাল

(ঘ) ম্যানমাৰ

উত্তৰঃ(খ) ভূটান 

৪৭।  অসমৰ দক্ষিণত কোন ৰাজ্য অৱস্থিত?

(ক) অৰুণাচল প্ৰদেশ

(খ) মিজোৰাম আৰু ত্ৰিপুৰা 

(গ) পশ্চিমবংগ

(ঘ) বিহাৰ

উত্তৰঃ(খ) মিজোৰাম আৰু ত্ৰিপুৰা 

৪৮।  অসমৰ জীৱন ৰেখা বুলি কাক কোৱা হয়?

(ক) বৰাক নদী

(খ) ব্ৰহ্মপুত্ৰ নদী 

(গ) মানাহ নদী

(ঘ) ধনশিৰি নদী

উত্তৰঃ(খ) ব্ৰহ্মপুত্ৰ নদী 

৪৯।  অসমৰ দ্বিতীয় বৃহৎ নদী কোনখন?

(ক) সুবনশিৰী

(খ) বৰাক 

(গ) কপিলী

(ঘ) মানাহ

উত্তৰঃ(খ) বৰাক 

৫০।  অসমৰ মুখ্য কৃষিজ ফচল কি?

(ক) গম

(খ) ধান 

(গ) কপাহ

(ঘ) মাকৈ

উত্তৰঃ(খ) ধান 

৫১। অসমৰ অন্যতম নগদ শস্য কি?

(ক) গম

(খ) চাহ 

(গ) বাজৰা

(ঘ) বাৰ্লি

উত্তৰঃ(খ) চাহ 

৫২।  ভাৰতত চাহ উৎপাদনত অসমৰ স্থান—

(ক) দ্বিতীয়

(খ) তৃতীয়

(গ) প্ৰথম 

(ঘ) চতুৰ্থ

উত্তৰঃ(গ) প্ৰথম 

৫৩। অসমৰ বিখ্যাত তেলক্ষেত্ৰ কোনটো?

(ক) ডিগবৈ 

(খ) বৰপেটা

(গ) নলবাৰী

(ঘ) মৰিগাঁও

উত্তৰঃ(ক) ডিগবৈ 

৫৪। এছিয়াৰ প্ৰথম তেল শোধনাগাৰ ক'ত অৱস্থিত?

(ক) নুমলীগড়

(খ) ডিগবৈ 

(গ) বঙাইগাঁও

(ঘ) গুৱাহাটী

উত্তৰঃ(খ) ডিগবৈ 

৫৫।  অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান একশিঙীয়া গঁড়ৰ বাবে বিখ্যাত?

(ক) মানস

(খ) কাজিৰঙা 

(গ) ওৰাং

(ঘ) নামেৰি

উত্তৰঃ(খ) কাজিৰঙা 

৫৬।  মানস ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত?

(ক) যোৰহাট

(খ) বাক্সা 

(গ) ডিমা হাছাও

(ঘ) তিনিচুকীয়া

উত্তৰঃ(খ) বাক্সা 

৫৭।  অসমৰ সৰ্বোচ্চ শৃংগ কোনটো?

(ক) ডাফা বুম 

(খ) নীলাচল

(গ) বৰাইল

(ঘ) চেংহে

উত্তৰঃ(ক) ডাফা বুম 

৫৮।  অসমৰ প্ৰধান বনাঞ্চলৰ প্ৰকাৰ কি?

(ক) মৰুভূমি বন

(খ) চিৰসেউজ বন 

(গ) টুণ্ড্ৰা বন

(ঘ) কাঁইটীয়া বন

উত্তৰঃ(খ) চিৰসেউজ বন 

৫৯।  অসমৰ প্ৰধান ভাষা কি?

(ক) বাংলা

(খ) অসমীয়া 

(গ) ইংৰাজী

(ঘ) হিন্দী

উত্তৰঃ(খ) অসমীয়া 

৬০।  ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা প্ৰায়—

(ক) 2.5 কোটি

(খ) 3.12 কোটি 

(গ) 4 কোটি

(ঘ) 5 কোটি

উত্তৰঃ(খ) 3.12 কোটি 

৬১।  অসমৰ সৰ্বাধিক জনবসতিপূৰ্ণ জিলা কোনখন?

(ক) যোৰহাট

(খ) নগাঁও 

(গ) ধেমাজি

(ঘ) গোলাঘাট

উত্তৰঃ(খ) নগাঁও 

৬২। অসমৰ অৰ্থনীতিৰ মূল ভিত্তি কি?

(ক) উদ্যোগ

(খ) কৃষি 

(গ) বাণিজ্য

(ঘ) পৰ্যটন

উত্তৰঃ(খ) কৃষি 

৬৩।  অসমৰ মুখ্য খনিজ সম্পদ কি?

(ক) সোণ

(খ) খনিজ তেল 

(গ) ৰূপ

(ঘ) তাম

উত্তৰঃ(খ) খনিজ তেল 

৬৪।  অসমৰ কোনখন নদী উপত্যকা অধিক বিস্তৃত?

(ক) বৰাক উপত্যকা

(খ) ব্ৰহ্মপুত্ৰ উপত্যকা 

(গ) সোৱণশিৰী উপত্যকা

(ঘ) কপিলী উপত্যকা

উত্তৰঃ (খ) ব্ৰহ্মপুত্ৰ উপত্যকা 

৬৫।  অসমৰ প্ৰধান বৃষ্টিকাল কোনটো?

(ক) শীতকাল

(খ) বসন্তকাল

(গ) বৰ্ষাকাল 

(ঘ) শৰৎকাল

উত্তৰঃ (গ) বৰ্ষাকাল 

৬৬। অসমৰ জলবায়ুৰ প্ৰকাৰ কি?

(ক) মৰুভূমি

(খ) উষ্ণ আৰ্দ্ৰ মৌচুমী 

(গ) টুণ্ড্ৰা

(ঘ) ভূমধ্যসাগৰীয়

উত্তৰঃ(খ) উষ্ণ আৰ্দ্ৰ মৌচুমী 

৬৭।  অসমৰ অন্যতম বিশ্ব ঐতিহ্য ক্ষেত্ৰ কোনটো?

(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 

(খ) দীপৰ বিল

(গ) উমানন্দ

(ঘ) চান্দুবি

উত্তৰঃ(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 

৬৮।  অসমৰ প্ৰধান উদ্যোগ কি?

(ক) জাহাজ উদ্যোগ

(খ) চাহ উদ্যোগ 

(গ) কাগজ উদ্যোগ

(ঘ) বস্ত্ৰ উদ্যোগ

উত্তৰঃ(খ) চাহ উদ্যোগ 

৬৯।  অসমৰ বিখ্যাত ৰেচম কি?

(ক) টাসাৰ

(খ) মুগা 

(গ) এৰি

(ঘ) পাট

উত্তৰঃ(খ) মুগা 

৭০।  অসমৰ বিখ্যাত গামোচা কোন ৰেচমেৰে বনোৱা হয়?

(ক) পাট

(খ) মুগা 

(গ) টাসাৰ

(ঘ) নাইলন

উত্তৰঃ (খ) মুগা 

৭১।  অসমৰ পশ্চিম সীমান্তত কোন ৰাজ্য?

(ক) নাগালেণ্ড

(খ) পশ্চিমবংগ 

(গ) মিজোৰাম

(ঘ) মণিপুৰ

উত্তৰঃ(খ) পশ্চিমবংগ 

৭২। অসমৰ পূব সীমান্তত কোন ৰাজ্য?

(ক) পশ্চিমবংগ

(খ) অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড 

(গ) বিহাৰ

(ঘ) ওড়িশা

উত্তৰঃ (খ) অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড