প্ৰহ্লাদ চৰিত্ৰ 

১। প্ৰহ্লাদৰ পিতৃৰ নাম কি?

(ক)ললিত

(খ)হিৰণ্যকশিপু

(গ)নিল

উত্তৰঃ (খ)হিৰণ্যকশিপু

২। মলচখু শব্দৰ অৰ্থ হ'ল ?

(ক)ভয়

(খ)দুখ

(গ)বেয়া বা লেতেৰা দৃষ্টি

উত্তৰঃ 
(গ)বেয়া বা লেতেৰা দৃষ্টি

৩।  প্ৰাক্ শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি ?

(ক)সৰস্বতী

(খ)হেম সৰস্বতী

(গ)ৰাম সৰস্বতী

উত্তৰঃ (খ)হেম সৰস্বতী

৪। ফটিক তম্ভতোৰ আৰত কোন আছিল ?

(ক)নৰসিংহ

(খ)হিৰণ্যকশিপু

(গ)
প্ৰহ্লাদ

উত্তৰঃ (ক)নৰসিংহ

৫। হেম সৰস্বতীয়ে কেইখন কাব্যগ্ৰন্থ ৰচনা কৰিছিল ?

(ক)এখন

(খ)দুখন

(গ)তিনিখন

উত্তৰঃ (খ)দুখন

৬। ফটিক শব্দৰ অৰ্থ কি ?

(ক)বৰ বগা বহুমূলীয়া পাথৰ

(খ)লেতেৰা পাথৰ

(গ)হালধীয়া পাথৰ


উত্তৰঃ 
(ক)বৰ বগা বহুমূলীয়া পাথৰ

৭। তৰাস শব্দৰ অৰ্থ কি ?

(ক)দুখ

(খ)সুখ

(গ)ভয়

উত্তৰঃ (গ)ভয়

৮। জোজন শব্দৰ অৰ্থ হল ?

(ক)মতা হাতী

(খ)আঠ মাইল দূৰত্ব

(গ)এটাও শুদ্ধ নহয়

উত্তৰঃ 
(খ)আঠ মাইল দূৰত্ব

৯। মাতঈ শব্দৰ অৰ্থ কি ?

(ক)মতা হাতী

(খ)মাইকী হাতী

(গ)এটাও শুদ্ধ নহয়

উত্তৰঃ (ক)মতা হাতী

১০। নৰসিংহই কাক মাৰিছিল ?

(ক)প্ৰহ্লাদ

(খ)নাৰায়ন

(গ)হিৰণ্যকশিপু


উত্তৰঃ 
(গ)হিৰণ্যকশিপু

১১। 'প্ৰহলাদ চৰিত্ৰ' কেইখনি সৰু বৰ্ণনাত্মক কাব্য ?

(ক)এখনি

(খ)দুখনি

(গ)
তিনিখনি

উত্তৰঃ (ক)এখনি

১২। প্ৰহ্লাদ চৰিত্ৰ কবিতাতি কোনে ৰচনা কৰিছিল ?

(ক)ৰাম সৰস্বতী

(খ)হেম সৰস্বতী

(গ)হেমচন্দ্ৰ গোস্বামী

উত্তৰঃ (খ)হেম সৰস্বতী

১৩। হেম সৰস্বতীৰ কোনখন অসমীয়া সাহিত্যৰ প্ৰথম লিখিত কাব্য-নিদৰ্শন ?

(ক)প্ৰহ্লাদ চৰিত্ৰ

(খ)হৰগৌৰী-সংবাদ

(গ)এটাও শুদ্ধ নহয়

উত্তৰঃ 
(ক)প্ৰহ্লাদ চৰিত্ৰ

১৪। হেম সৰস্বতীয়ে কিয় হিৰণ্যকশিপু আৰু ভক্ত প্ৰহলাদৰ তৰ্ক-বুিতৰ্কৰ পৰা আৰম্ভ কৰি হিৰণ্যকশিপু বধৰ বিৱৰণ পোৱা যায় ?

(ক)বামন পুৰাণ চাই

(খ)নাৰায়ণৰ কাৰণে

(গ)ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (ক)বামন পুৰাণ চাই

১৫। কহন্তা শুনন্তা ৰক্ষা কৰে কোনে?

(ক)প্ৰহ্লাদ

(খ)নাৰায়ণে

(গ)হিৰণ্যকশিপু

উত্তৰঃ (খ)নাৰায়ণে