শিৱৰ কৃষি-কৰ্ম 

১। শিৱৰ কৃষি-কৰ্ম কবিতাটো কোনে ৰচনা কৰিছিল ?

(ক)ৰামসৰস্বতী

(খ)হেম সৰস্বতী

(গ)ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (ক)ৰামসৰস্বতী

২। ৰামসৰস্বতীয়ে লিখা কাব্যক  কি আখ্যা দিয়া হৈছে ?

(ক)ডাঙৰ কাব্য

(খ)সৰুকাব্য

(গ)বধকাব্য

উত্তৰঃ (গ)বধকাব্য

৩। ৰামসৰস্বতী কেইখন বধকাব্য আছে ?

(ক)পাঁচখন

(খ)তিনিখন

(গ)চাৰিখন

উত্তৰঃ (ক)পাঁচখন

৪। শংঙ্কী যুগৰ কবি ৰামসৰস্বতী অসমীয়া সাহিত্যত কি ৰূপে পৰিচিত ?                            

(ক)ইংৰাজী ব্যাস

(খ)অসমীয়া ব্যাস

(গ)ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ 
(খ)অসমীয়া ব্যাস

৫। ৰামসৰস্বতীয়ে কেতিয়া বিশাল মহাভাৰতৰ পদ ভাঙনিৰ কাম আৰম্ভ কৰে ?

(ক)ষোড়শ শতিকা

(খ)ষোড়শ খ্ৰীষ্টিয়

(গ)ষোড়শ হাজাৰ

উত্তৰঃ (ক)ষোড়শ শতিকা

৬। ৰামসৰস্বতী প্ৰধানভাৱে কি কবি ?

(ক)অসমীয়া

(খ)সাহিত্য

(গ)মহাভাৰতৰ

উত্তৰঃ (গ)মহাভাৰতৰ

৭। ৰামসৰস্বতীয়ে মহাভাৰতৰ বনপৰ্বৰ ঘটনাৰ আধাৰত একশ্ৰেণীৰ কি কাব্য ৰচনা কৰিছিল ?

(ক)লঘু

(খ)সৰু

(গ)ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (ক)লঘু

৮। শিৱৰ কৃষিকৰ্ম কি নামৰ লঘু কাব্য এখনৰ পৰা তুলি লোৱা হৈছে ?

(ক)প্ৰহ্লাদ চৰিত্ৰ

(খ)ভীম চৰিত্ৰ

(গ)এটাও শুদ্ধ নহয়

উত্তৰঃ (খ)ভীম চৰিত্ৰ

৯। শিৱৰ বুঢ়া বলধটো ৰাখিবলৈ কোন গৰখীয়াৰূপে শিৱৰ ঘৰত থাকে ?

(ক)ভীম

(খ)হনুমান

(গ)এটাও শুদ্ধ নহয়

উত্তৰঃ (ক)ভীম

১০। ভীমৰ খাদ্য যোগান ধৰি কোন ভাগৰি পৰে ?

(ক)শিৱ

(খ)হনুমান

(গ)পাৰ্বতী

উত্তৰঃ (গ)পাৰ্বতী

১১। শিৱৰ আন এটা নাম কি ?

(ক)মণ্ডমালী

(খ)ৰণ্ডমালী

(গ)অণ্ডমালী

উত্তৰঃ (ক)মণ্ডমালী

১২। আৰৱ শব্দ অৰ্থ হল ?

(ক)কন্দা

(খ)চিঞৰ

(গ)দুখ

উত্তৰঃ (খ)চিঞৰ

১৩। দুষ্কৰ শব্দৰ অৰ্থ কি ?

(ক)চিঞৰ

(খ)
সুখ

(গ)অসাধ্য

উত্তৰঃ (গ)অসাধ্য

১৪। বিষভ শব্দ অৰ্থ কি?

(ক)বলধ

(খ)বলি

(গ)অসাধ্য

উত্তৰঃ 
(ক)বলধ

১৫। আঁৰে শব্দ অৰ্থ হল

(ক)মনে মনে

(খ)কলে

(গ)কয়

উত্তৰঃ 
(ক)মনে মনে