ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা

১। ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা গদ্যটো কোনে লিখিছিল ?

(ক)মহেন্দ্ৰ বৰা

(খ)প্ৰসন্নলাল চৌধুৰী

(গ)কৃষ্ণকান্ত সন্দিকৈ

উত্তৰঃ (গ)কৃষ্ণকান্ত সন্দিকৈ

২। তেওঁৰ কিমান চনত জন্ম হৈছিল ?

(ক)১৮৯৮ চনত

(খ)১৮৮৭ চনত

(গ)১৮৮৫ চনত


উত্তৰঃ 
(ক)১৮৯৮ চনত

৩। তেওঁৰ ক'ত জন্ম হৈছিল ?

(ক)তেজপুৰ

(খ)যোৰহাট

(গ)চিলং


উত্তৰঃ 
(খ)যোৰহাট

৪। তেওঁ কিমান চনত প্ৰৱেশিকা পৰীক্ষাত উঠে ?

(ক)১৯১১ চনত

(খ)১৯১২ চনত

(গ)১৯১৩ চনত


উত্তৰঃ 
(গ)১৯১৩ চনত

৫। কিমান চনত গুৱাহাটীৰ কটন কলেজৰ পৰা আই এ পৰীক্ষাত উত্তীৰ্ণ হয় ?

(ক)১৯১৫ চনত

(খ)১৯১৬ চনত

(গ)১৯১৭ চনত

উত্তৰঃ 
(ক)১৯১৫ চনত

৬। কিমান চনত কলিকতাৰ সংস্কৃত কলেজৰ পৰা সংস্কৃতত সন্মানসহ বি এ পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰে ?

(ক)১৯২৩ চনত

(খ)১৯১৮ চনত

(গ)১৯১৭ চনত


উত্তৰঃ 
(গ)১৯১৭ চনত

৭। কিমান চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বৈদিক শাখাৰ এম এ পৰীক্ষাত প্ৰথম শ্ৰেণী বিলাতলৈ যাত্ৰা কৰে ?

(ক)১৯২২ চনত

(খ)১৯১৯ চনত

(গ)১৯৩৪ চনত


উত্তৰঃ 
(খ)১৯১৯ চনত

৮। অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী কিমান চনত মডাৰ্ণ হিষ্ট্ৰী'ত এম এ ডিগ্ৰী লৈ পেৰিছত দুবছৰ কাল  বিভিন্ন ভাষা অধ্যয়ন কৰে ?

(ক)১৯২১ চনত

(খ)১৯২২ চনত

(গ)১৯২৩ চনত


উত্তৰঃ 
(গ)১৯২৩ চনত

৯। কিমান চনত স্বদেশলৈ ঘূৰি আহি পৰৱৰ্তী বছৰত হেমলতাৰ পাণি গ্ৰহণ কৰে ?

(ক)১৯২৭ চনত

(খ)
১৯৩২চনত

(গ)১৯২২ চনত

উত্তৰঃ (ক)১৯২৭ চনত

১০। কিমান চনত অসম ছাত্ৰ সন্মিলন'ৰ চতুৰ্দশ গোলাঘাট অধিৱেশনৰ সভাপতিৰ আসনত সমাসীন হয় ?

(ক)১৯৩০ চনত

(খ)১৯৩১ চনত

(গ)
১৯২৯ চনত

উত্তৰঃ (গ)১৯২৯ চনত

১১। কিমান চনত অসম সাহিত্য সভাৰ সভপতি হয় ?

(ক)১৯৩৪ চনত

(খ)১৯৩৭ চনত

(গ)১৯৩৮ চনত

উত্তৰঃ (খ)১৯৩৭ চনত

১২। কিমান চনত জগন্নাথ বৰুৱা কলেজৰ অধ্যক্ষৰ দায়িত্ব লোৱা হৈছিল ?

(ক)১৯৭৬ চনত

(খ)১৯৩২ চনত

(গ)১৯৩০ চনত

উত্তৰঃ (গ)১৯৩০ চনত

১৩। কিমান চনত অখিল ভাৰতীয় প্ৰাচ্য বিদ্যা সন্মিলনৰ লৌকিক সংস্কৃত শাখাৰ সভাপতি হয় ?

(ক)১৯৫১ চনত

(খ)১৯৫২ চনত

(গ)১৯৫৩ চনত


উত্তৰঃ 
(ক)১৯৫১ চনত

১৪। তেওঁৰ কিমান চনত মৃত্যু হৈছিল

(ক)১৯৮০ চনত

(খ)১৯৮১ চনত

(গ)
১৯৮২ চনত

উত্তৰঃ (গ)১৯৮২ চনত

১৫। জাতিয় অভ্য়ুত্থানৰ দিনত কাৰ পক্ষে আদৰ্শৰ মূল্য় সহজে বুজিব পাৰি?

(ক)জাতিৰ পক্ষে

(খ)সমাজৰ পক্ষে

(গ)ছাত্ৰৰ পক্ষে

উত্তৰঃ 
(ক)জাতিৰ পক্ষে