পানেশৈ

১। পানেশৈ কবিতাটো কোনে ৰচিছিল ?

(ক)আনন্দচন্দ্ৰ আগৰৱালা

(খ)হেমচন্দ্ৰ গোস্বামী

(গ)প্ৰসন্নলাল চোধুৰী

উত্তৰঃ (ক)আনন্দচন্দ্ৰ আগৰৱালা

২। আনন্দচন্দ্ৰ আগৰৱালা কিমান চনত জন্ম হৈছিল ?

(ক)১৭৪৮ চনত

(খ)১৮৮০ চনত

(গ)১৮৭৪ চনত


উত্তৰঃ 
(গ)১৮৭৪ চনত

৩। আনন্দচন্দ্ৰ আগৰৱালা ক'ত জন্ম হৈছিল ?

(ক)নগাঁও

(খ)শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰৰ বৰঙাবাৰীত

(গ)মৰিগাঁও


উত্তৰঃ 
(খ)শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰৰ বৰঙাবাৰীত

৪। আনন্দচন্দ্ৰ আগৰৱালা আৰক্ষী অধীক্ষক হিচাপে চৰকাৰী চাকৰিৰ পৰা কিমান চনত অৱসয় লয় ?

(ক)১৯২৯ চনত

(খ)১৮২৮ চনত

(গ)
১৮৮৮ চনত

উত্তৰঃ (ক)১৯২৯ চনত

৫। তেওঁ কেইখন প্ৰধান কবিৰ লেখক আছিল ?

(ক)এখন

(খ)দুখন

(গ)তিনিখন


উত্তৰঃ 
(খ)দুখন

৬। আগৰৱালাই ইংৰাজীৰ পৰা ভালেখিনি কিতাপ কিহলৈ অনুবাদ কৰিছিল ?

(ক)হিন্দী

(খ)ইংৰাজী

(গ)অসমীয়া

উত্তৰঃ (গ)অসমীয়া

৭। তেওঁৰ কবিতা পুথিখনৰ নাম কি ?

(ক)জিলিকনি

(খ)জোনাকী

(গ)বিজুলী


উত্তৰঃ 
(ক)জিলিকনি

৮। আনন্দচন্দ্ৰ আগৰৱালা কিমান চনত মৃত্যু হয়?

(ক)১৯৬৭ চনত

(খ)১৯৪৫ চনত

(গ)১৯৩৯ চনত

উত্তৰঃ 
(গ)১৯৩৯ চনত

৯। আনন্দচন্দ্ৰ আগৰৱালাৰ ক'ত মৃত্যু হৈছিল ?

(ক)তেজপুৰত

(খ)নগাঁত

(গ)তিনিচুকীয়াত

উত্তৰঃ 
(ক)তেজপুৰত

১০।  আগৰৱালাই কিমান চনত সঈলদৈত অনুষ্ঠত অসম সাহিত্য সভাৰ পঞ্চদশ অধিৱেশনত সভাপতিত্ব কৰে ?

(ক)১৯৩৪ চনত

(খ)১৮২৪ চনত

(গ)১৯৬৭ চনত

উত্তৰঃ 
(ক)১৯৩৪ চনত

১১। খাটলি পীৰা শব্দৰ অৰ্থ কি ?

(ক)এবিধ তিনিচুকীয়া পীৰা

(খ)এবিধ চাৰিচুকীয়া পীৰা

(গ)ওপৰৰ এটাও শুদ্ধ নহয়


উত্তৰঃ 
(খ)এবিধ চাৰিচুকীয়া পীৰা

১২। নীলিমা শব্দৰ অৰ্থ হ'ল ?

(ক)নীল বৰণ

(খ)ৰঙা বৰণ

(গ)হালধীয়া বৰণ


উত্তৰঃ 
(ক)নীল বৰণ

১৩। ভুৱন শব্দ অৰ্থ কি ?

(ক)পাহাৰ

(খ)পৃথিৱী

(গ)
ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (খ)পৃথিৱী

১৪। সুগন্ধি গোলাপ নিজানত ফুলি কিহত গ'ল সৰি ?

(ক)নিজানত

(খ)নিয়ৰত

(গ)ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (ক)নিজানত

১৫। আপোন মনেৰে আপোনাৰ ভাবে আপুনি সদায় কি ?

(ক)শুদ্ধ

(খ)ভুল

(গ)ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (খ)ভুল