আবয়বিক নৃতত্ত্ব
১। মানৱ কংকালত সবৰ্বমুঠ কিমান ডাল হাড় থাকে।
১। ২০৫ ডাল
২। ২০৬ ডাল
৩। ২০৭ ডাল
উত্তৰঃ ২। ২০৬ ডাল
২। লাওখোলাত মুঠ কিমান ডোখৰ হাড় আছে।
১। ২২ ডোখৰ
২। ২০ ডোখৰ
৩। ২৫ ডোখৰ
উত্তৰঃ ১। ২২ ডোখৰ
৩। মুখমণ্ডলৰ আটাইতকৈ শক্তিশালী হাড় ডাল নাম কি?
১। চিবুকাস্থি
২। কপোলাস্থি
৩। নাসিকাস্থি
উত্তৰঃ ১। চিবুকাস্থি
৪। মানৱ কংকালৰ হাড়বোৰৰ ভিতৰত আটাইতকৈ দীঘল আৰু শক্তিশালী হাড় ডাল নাম কি?
১। জংঘাস্থি
২। শ্ৰোণীবেষ্টনী
৩। উৰ্বস্থি
উত্তৰঃ ৩। উৰ্বস্থি
৫। সমমিতাধী সীৱনৰ ওপৰত থকা লাওখোলাৰ সৰ্বোচ্চ বিন্দুটোক কি বোলে।
১। পাৰ্শ্বাস্থি
২। শীৰ্ষ
৩। অগ্ৰপৃষ্ঠ
উত্তৰঃ ২। শীৰ্ষ
৬। কামীহাড়ৰ সংখ্য়া কিমান ডাল।
১। ২৪ ডাল
২। ২৬ ডাল
৩। ২৮ ডাল
উত্তৰঃ ১। ২৪ ডাল
৭। শ্ৰোণীবেষ্টনী কেইডাল হাড়ৰ দ্বাৰা গঠিত হয়।
১। চাৰিডাল
২। তিনিডাল
৩। দুডাল
উত্তৰঃ ৩। দুডাল
৮। ওৰাং উটানক কাষৰ পৰা চালে মুখমণ্ডল ইংৰাজী কি আখৰ নিচিনা দেখি।
১। S আখৰ নিচিনা
২। G আখৰ নিচিনা
৩। R আখৰ নিচিনা
উত্তৰঃ ১। S আখৰ নিচিনা
৯। ললাটিকা সীৱন আৰু সমমিতাধী সীৱন লগ লগা বিন্দুটোক কি বোলে।
১। ব্ৰেগমা
২। শীৰ্ষ
৩/পাৰ্শ্ব
উত্তৰঃ ১। ব্ৰেগমা
১০। মানুহৰ স্থায়ী দাঁতৰ সংখ্য়া কিমান।
১। ৩০ টা
২। ৩৫ টা
৩। ৩২ টা
উত্তৰঃ ৩। ৩২ টা
১১। মানুহৰ গাখী দাঁতৰ সংখ্য়া কিমান।
১। ২০ টা
২। ২৫ টা
৩। ১৫টা
উত্তৰঃ ১। ২০ টা
১২। অনুকপাল অস্থিত দেখা ৰন্ধ্ৰটোৰ নাম কি।
১। প্ৰত্ৰৰন্ধ্ৰ
২। মহাৰন্ধ্ৰ
৩।এটাও নহয়
উত্তৰঃ ২। মহাৰন্ধ্ৰ
১৩। দুই ললাটিকা স্ফীতিৰ মাজৰ অংশটোক কি বোলে।
১। লাওখোলা
২। অনুকপাল
৩। মেট'পিয়ন
উত্তৰঃ ৩। মেট'পিয়ন
১৪। ললাটিকা অস্থি আৰু নাসিকাস্থি দুডাল লগলগা সীৱনডাল নাম কি।
১। ললাটিকা নাসিকা সীৱন
২। অনুকপাল সীৱন
৩। সমমিতাধী সীৱন
উত্তৰঃ ১। ললাটিকা নাসিকা সীৱন
১৫। প্লেটিৰাইন বান্দৰ কত বাস কৰে।
১। অসমত
২।আমেৰিকা
৩। সুমাত্ৰা
উত্তৰঃ ২।আমেৰিকা
0 Comments