আৰম্ভণি

1. দ্ৰব্য় আৰু সেৱাৰ উৎপাদনৰ লগতে বিনিময় আৰু উপভোগবোৰ মানুহৰ জীৱনৰ বাবে কি হয়?

(ক) মৌলিক অৰ্থনৈতিক প্ৰয়োজন

(খ) মৌলিক অৰ্থনৈতিক ব্য়ৱহাৰ

(গ) মৌলিক অৰ্থনৈতিক কাৰ্যকলাপ

উত্তৰঃ (গ) মৌলিক অৰ্থনৈতিক কাৰ্যকলাপ

2. প্ৰতিখন সমাজে সম্ভাৱনীয়ভাৱে কি উৎপাদন কৰে?

(ক)দ্ৰব্য় আৰু সেৱা

(খ)দ্ৰব্য় আৰু শিক্ষা

(গ)শিক্ষা আৰু সামগ্ৰী

উত্তৰঃ (ক)দ্ৰব্য় আৰু সেৱা

3. দুষ্পাপ্য় সম্পদৰ আৱন্টন আৰু চূড়ান্ত দ্ৰব্য় আৰু সেৱাৰ বিতৰণবোৰ কাৰ সমস্য়া?

(ক)অৰ্থনীতিৰ সমস্য়া

(খ)ৰাজনীতিৰ সমস্য়া

(গ)অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্য়া

উত্তৰঃ (গ)অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্য়া

4. ব্য়ক্তিসকলে সমূহীয়াভাৱে যি পাব বিচাৰে তাৰ তূলনাত সামগ্ৰীকভাৱে অৰ্থনীতিৰ সম্পদবোৰ সদায় কি হয়?

(ক)বেছি হয়

(খ)বেয়া হয়

(গ)সীমিত হয়

উত্তৰঃ 
(গ)সীমিত হয়

5. দুষ্পাপ্য় সম্পদবোৰ কেনে ব্য়ৱহাৰযোগ্য়?

(ক)প্ৰকল্প ব্য়ৱহাৰযোগ্য়

(খ)বিকল্প ব্য়ৱহাৰযোগ্য়

(গ)সামাজিক ব্য়ৱহাৰযোগ্য়

উত্তৰঃ (খ)বিকল্প ব্য়ৱহাৰযোগ্য়

6. বিভিন্ন দ্ৰব্য় আৰু সেৱা উৎপাদনত কোনটো সম্পদৰ কিমানখিনি ব্য়ৱহাৰ কৰিব লাগিব সেই সিন্ধান্ত কোনে লব?

(ক)প্ৰতিখন সমাজে লব

(খ)প্ৰতিজন মানুহে লব

(গ)দেশে লব

উত্তৰঃ (ক)প্ৰতিখন সমাজে লব

7. অৰ্থবিজ্ঞানত সুযোগ ব্য়য়ৰ গুৰুত্বপূৰ্ণতাৰ বাবে কি বুলি কোৱা হয়?

(ক)অৰ্থনৈতিক আয়

(খ)অৰ্থনৈতিক ব্য়য়

(গ)অৰ্থনৈতিক বিজ্ঞান

উত্তৰঃ (খ)অৰ্থনৈতিক ব্য়য়

8. অৰ্থনীতিৰ দুস্পাপ্য় সম্পদৰ এটা আৱন্টনে বিভিন্ন দ্ৰব্য় আৰু সেৱাৰ এটা নিৰ্দিষ্ট কি সৃষ্টি কৰে?

(ক) ঈচ্ছা

(খ)সংমিশ্ৰণ

(গ)আশা

উত্তৰঃ (খ)সংমিশ্ৰণ

9. সম্পদৰ মুঠ পৰিমাণৰ হিচাপত সম্পদবোৰৰ বিভিন্ন ধৰণেৰে কিহৰ সম্ভৱ হয়?

(ক)সংমিশ্ৰণ

(খ)আৱন্টন

(গ)ঈচ্ছা

উত্তৰঃ (খ)আৱন্টন

10. সম্ভৱপৰ সকলো দ্ৰব্য় আৰু সেৱাৰ বিভিন্ন মিশ্ৰণ সমূহ কি কৰিব লাগিব?

(ক)আহৰণ কৰিব লাগিব

(খ)আৱণ্টন কৰিব লাগিব

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)আহৰণ কৰিব লাগিব

11. কোনডাল ৰেখাই এটা সামগ্ৰীৰ নিৰ্দিষ্ট পৰিমাণৰ লগত সৰ্বোচ্চ আন এটা সামগ্ৰী কিমান পৰিমাণে উৎপাদন কৰিব পাৰি তাক দেখুৱায়?

(ক)উৎপাদন সীমাৰেখা

(খ)সম্ভাৱনীয় সীমাৰেখা

(গ)উৎপাদন সম্ভাৱনীয় সীমাৰেখা

উত্তৰঃ (গ)উৎপাদন সম্ভাৱনীয় সীমাৰেখা

12. প্ৰতিটো অৰ্থনীতিয়ে তাত থকা বহুতো সম্ভাৱনীয়তাৰ এটা কি কৰিব লাগিব?

(ক)বেয়া

(খ)ভাল

(গ)পচন্দ

উত্তৰঃ (গ)পচন্দ

13. বহুতো উৎপাদন সম্ভাৱনীয়তাৰ মাজৰ পৰা এটা পচন্দ কৰাটো অৰ্থনীতিৰ বাবে কি হয়?

(ক)কেন্দ্ৰীয় সমস্য়া

(খ)দেশীয় সমস্য়া

(গ)নিজৰ সমস্য়া

উত্তৰঃ (ক)কেন্দ্ৰীয় সমস্য়া

14. সুযোগ ব্য়য়ৰ ধাৰণাটো কাৰ ক্ষেত্ৰত প্ৰযোজ্য়?

(ক)ব্য়ক্তি আৰু দেশৰ

(খ)দেশ আৰু জনসাধাৰণৰ

(গ)ব্য়ক্তি আৰু সমাজৰ

উত্তৰঃ (গ)ব্য়ক্তি আৰু সমাজৰ

15. অৰ্থবিজ্ঞানত অতি গুৰুত্বপূৰ্ণ আৰু বহুলভাৱে ব্য়ৱহৃত ধাৰণাটো কি?

(ক)সুযোগ ব্য়য় ধাৰণা

(খ)সুযোগ আয় ধাৰণা

(গ)সুৱৰ্ণ সুযোগ ধাৰণা

উত্তৰঃ (ক)সুযোগ ব্য়য় ধাৰণা

16. ব্য়ক্তিসকলৰ নিজা লক্ষ্য় অনুসৰণকাৰী ব্য়ক্তিসকলে বজাৰত কৰাৰ দৰে অবাধ আদান প্ৰদানৰ যোগেদি কি সমস্য়াৰ সৃষ্টি হয়?

(ক)মৌলিক সমস্য়াৰ

(খ)ৰাজহুৱা সমস্য়াৰ

(গ)ব্য়ক্তিগত সমস্য়াৰ

উত্তৰঃ (ক)মৌলিক সমস্য়াৰ

17. কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত কোনে সকলোবোৰ গুৰুত্বপূৰ্ণ কাৰ্যকলাপ পৰিকল্পনা কৰে?

(ক)চৰকাৰে

(খ)নিজে

(গ)সমাজে

উত্তৰঃ (ক)চৰকাৰে

18. সম্পদৰ নিৰ্দিষ্ট আৱন্টন আৰুসামগ্ৰীকভাৱে বাঞ্চনীয় চূড়ান্ত দ্ৰব্য় আৰু সেৱাৰ বিতৰণ আহৰণৰ চেষ্টা কোনে কৰিব পাৰে?

(ক)কেন্দ্ৰীয় চৰকাৰে

(খ)কেন্দ্ৰীয় অধিকৰ্তাই

(গ)জনসাধাৰনে

উত্তৰঃ (খ)কেন্দ্ৰীয় অধিকৰ্তাই

19. কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতিত দ্ৰব্য় আৰু সেৱা,বিনিময় আৰু উপভোগ আদিৰ সকলোবোৰ সিদ্ধান্ত কোনে লয়?

(ক)জনসাধাৰণে

(খ)চৰকাৰে

(গ)দেশে

উত্তৰঃ (খ)চৰকাৰে

20. অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্য়াবোৰ সমাধান কৰিবলৈ নীতিগতভাৱে এতকৈ বেছি কি আছে ?

(ক)চিন্তা ধাৰা

(খ)প্ৰক্ৰিয়া

(গ)আলোচনা

উত্তৰঃ (খ)প্ৰক্ৰিয়া

Answer Type - Boby Bora