শিক্ষাৰ ধাৰণা আৰু লক্ষ্য

1। সমাজ কেন্দ্ৰিক লক্ষ্যৰ মুখ্য সমৰ্থক জন কোন?

(ক) জৰ্জ

(খ) জন ডিউই

(গ)ৰেমন্ট

উত্তৰঃ (খ) জন ডিউই

2। ডিউইয়ে লিখা বিখ্যাত গ্ৰহ্ন খনৰ নাম কি?

(ক) Democracy and Education

(খ) Democracy

(গ) sociology

উত্তৰঃ (ক) Democracy and Education

3। গণতন্ত্ৰৰ ইংৰাজী প্ৰতিশব্দ কি?

(ক) Democracy

(খ) Education

(গ) sociology

উত্তৰঃ (ক) Democracy

4। আন্তঃৰাষ্ট্ৰীয় আয়োগে সৰ্বপ্ৰথম কি শিক্ষাৰ বিষয়ে উল্লেখ কৰিছিল?

(ক) বোলছবি

(খ) অনানুষ্ঠানিক শিক্ষা

(গ)অনৌপচাৰিক শিক্ষা

উত্তৰঃ 
(গ)অনৌপচাৰিক শিক্ষা

5। শিক্ষাক দৰ্শনৰ কি ৰুপ বুলি কোৱা হয়?

(ক) প্ৰত্যেক্ষ

(খ) গতিশীল

(গ) শিক্ষাৰ

উত্তৰঃ 
(খ) গতিশীল

6। পৃথিৱীৰ বিখ্যাত দাৰ্শনিক সকল একোজন কি আছিল?

(ক) দৰ্শন শিক্ষাবিদ

(খ) সুদক্ষ শিক্ষাবিদ

(গ) প্ৰত্যেক্ষ শিক্ষাবিদ

উত্তৰঃ (খ) সুদক্ষ শিক্ষাবিদ

7। শিক্ষা শব্দটোৰ কি শব্দৰ পৰা উৎপওি হৈছে?

(ক) লেটিন শব্দ

(খ) প্ৰতিশব্দ

(গ) ইংৰাজী শব্দ

উত্তৰঃ (ক) লেটিন শব্দ

8। সমাজশাস্ত বি জ্ঞানৰ ইংৰাজী প্ৰতিশব্দ কি?

(ক) Sociology

(খ) Socius

(গ) Companion

উত্তৰঃ (ক) Sociology

9। ছাৰ জন আদামেছে লিখা এখন পুথিৰ নাম কি?

(ক) Education

(খ) Evolution of Education Theory

(গ) in to be

উত্তৰঃ (খ) Evolution of Education Theory

10। শিক্ষা কেইপ্ৰকাৰৰ?

(ক) ৪

(খ) ৩

(গ) ৫

উত্তৰঃ (খ) ৩

Answer Type - Boby Bora