মানৱ বিকাশৰ স্তৰ

 ১। বিকাশৰ কেইটা উপাদান ?

(ক) পাঁচটা

(খ) চাৰিটা

(গ) দুটা

উত্তৰঃ (খ) চাৰিটা

২। বাল্যকাল কোন সময ছোৱাক কোৱা হয়?

(ক)৪ বছৰ পৰা ৫ বছৰলৈ

(খ) ৫ বছৰ পৰা ১২ বছৰ লৈ

(গ) ১২ বছৰ পৰা ১৫ বছৰ লৈ

উত্তৰঃ (খ) ৫ বছৰ পৰা ১২ বছৰ লৈ

৩। ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ স্তৰটোৰ নাম কি?

(ক) বাল্যকাল

(খ) কৈশোৰকাল

(গ) শৈশৱকাল

উত্তৰঃ (খ) কৈশোৰকাল

৪। জন্মৰ পৰা ৫ বছৰ স্তৰটোৰ নাম কি?

(ক) শৈশৱকাল

(খ) বাল্যকাল

(গ) কৈশোৰকাল

উত্তৰঃ (ক) শৈশৱকাল

৫। মানৱ জীৱনৰ বিকাশ  স্তৰ কেইটা ?

(ক) ৬ টা

(খ) ২ টা

(গ) ৩ টা

উত্তৰঃ (গ) ৩ টা

৬। শিশুৰ দেহ -মানসিক  এটা  প্ৰয়োজনীয়তা কি ?  

(ক) দৈহিক আদৰ-যত্নৰ প্ৰয়োজন

(খ) ভাষাৰ বিকাশ

(গ) উপৰৰ এটাও নহয়

উত্তৰঃ (ক) দৈহিক আদৰ-যত্নৰ প্ৰয়োজন

৭। বাল্যকালৰ যিকোনো এটা বৈশিষ্ট্য কি ?

(ক) দৈহিক বিকাশ

(খ) মানসিক বিকাশ

(গ) উপৰৰ এটাও নহয়

উত্তৰঃ (ক) দৈহিক বিকাশ

৮। শেহতীয়া কৈশোৰ কাল  কোন সময়ছোৱাক বুজায় ?

(ক) ১০ বছৰৰ পৰা ২০ বছৰলৈ

(খ) ১৫ বছৰৰ পৰা ২০ বছৰলৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ১৫ বছৰৰ পৰা ২০ বছৰলৈ

৯।প্ৰাক কৈশোৰ কাল কোন সময়ছোৱাক কোৱা হয়?

(ক) ১২ বছৰৰ পৰা ১৫ বছৰলৈ

(খ) ৫ বছৰৰ পৰা ৮ বছৰলৈ

(গ) ১০ বছৰৰ পৰা ২০ বছৰলৈ

উত্তৰঃ 

১০। শৈশৱৰ দেহ মানসিক বিকাশৰ য়িকোনো এটা বৈশিষ্ট্য লিখা ?

(ক) ভাষাৰ বিকাশ

(খ) শিশুৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ভাষাৰ বিকাশ