বিদ্যালয় আৰু ইয়াৰ সংগঠন

১। এটা কম্পিউটাৰ মূল অংশ কেইটা ?

(ক) ৬ টা

(খ) ৭ টা

(গ) ৫ টা

উত্তৰঃ (গ) ৫ টা

২। কম্পিউটাৰৰ যিকোনো এটা বৈশিষ্ট্য কি ?

(ক) চাবিফলি

(খ) কম্পউটাৰ অতি দ্ৰত গতিৰ যত্ৰ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কম্পউটাৰ অতি দ্ৰত গতিৰ যত্ৰ

৩। প্ৰতিটো ৱেব চাইতত কিহেৰে আৰম্ভ হয়?

(ক) sss ৰে

(খ) WWW ৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) WWW ৰে

৪। DIET ৰ মুঠ কেইটা শাখা আছে ?

(ক) ৫ টা

(খ) ৭ টা

(গ) ১০ টা

উত্তৰঃ (খ) ৭ টা

৫। SCERT কিমান চনত গঠন কৰা হৈছিল ?

(ক) ১৯৮৫ চনৰ ২৯ মাৰ্চত

(খ) ১৯৬১ চনৰ ১ ছেপ্টেম্বৰত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ(ক) ১৯৮৫ চনৰ ২৯ মাৰ্চত

৬। DIET যিকোনো এটা মুখ্য কাৰ্য উল্লেখ কৰা ?

(ক) গৱেষণা ।

(খ) চাকৰিকালীন ।

(গ) প্ৰশিক্ষণ ।

উত্তৰঃ (গ) প্ৰশিক্ষণ ।

৭। কোনজন ইংৰাজ লোকে কম্পিউটাৰ আৱিস্কাৰ কৰিছিল ?

(ক) জৰ্জ ডিউই

(খ) চাৰ্লছ বেবেজ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) চাৰ্লছ বেবেজ

৮। Curriculum শব্দটো কি ভষাৰ ?

(ক) ইংৰাজ ভাষাৰ

(খ) লেটিন ভাষাৰ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) লেটিন ভাষাৰ

৯। NCERT কিমান চনত গঠন কৰা হৈছিল ?

(ক) ১৯৬১ চনৰ ১ ছেপ্টেম্হৰত

(খ) ১৮৫২ চনৰ ১ জানুৱাৰীত

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ১৯৬১ চনৰ ১ ছেপ্টেম্হৰত

১০। প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান ?

(ক) ১২০-১৮

(খ) ১৪০ ৰ উৰ্ধৰ

(গ)৮০-৯০

উত্তৰঃ (খ) ১৪০ ৰ উৰ্ধৰ