মানৱ আচৰণৰ ভিওি আৰু দিকদৰ্শন

১। ৱাটছনে তেওঁৰ তৃতীয় খন বিশিষ্ট গ্ৰহ্ন কিমান চনত লিখি উলিয়াইছিল?

(ক) ১৯২৫ চনত

(খ) ১৯৩০ চনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ১৯২৫ চনত

২। প্ৰবৃওি শব্দটোৰ ইংৰাজী কি শব্দ ?

(ক) প্ৰতিশব্দ

(খ) লেটিন শব্দ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) প্ৰতিশব্দ

৩। Instinctus শব্দটোৰ অৰ্থ কি?  

(ক) impulse

(খ) stinct

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) impulse

৪। অভ্যাস শব্দটো ইংৰাজী প্ৰতিশব্দ কি?

(ক) Habit

(খ) Habitus

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) Habit

৫। প্ৰবৃওি পলায়ন আৱেগিক প্ৰতিক্ৰিয়া কি?

(ক) ভয়

(খ) সাহস

(গ) স্নেহ

উত্তৰঃ (ক) ভয়

৬। সংগ্ৰহ কি আৱেগিক প্ৰতিক্ৰিয়া?

(ক) মালিকীস্বত্ববোধ

(খ) বিনোদন

(গ) উল্লাস

উত্তৰঃ (ক) মালিকীস্বত্ববোধ

৭। আৱেগ আৰু অনুভূতি প্ৰধানকৈ কেইপ্ৰকাৰৰ?

(ক) তিনিপ্ৰকাৰৰ

(খ) দুইপ্ৰকাৰৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) দুইপ্ৰকাৰৰ

৮। যৌন প্ৰবণতাবোৰৰ শাম কটাব বিচৰা অৱস্থাটোক কি বোলে?

(ক) আত্মকাম

(খ) দৈহিক

(গ) প্ৰেৰণা

উত্তৰঃ (ক) আত্মকাম

৯। ১৯১৪ চনত ৱাটছনে কি বিখ্যাত গ্ৰহ্ন প্ৰকাশ কৰিছিল?

(ক) আচৰণ

(খ) প্ৰস্তাৱনা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আচৰণ

১০। কিতাপ গ্ৰহ্নখন ৱাটছনে কিমান চনত উলিয়াছিল?

(ক) ১৯১৯ চনত

(খ) ১৯২৫ চনত

(গ) ১৯৫৬ চনত

উত্তৰঃ (ক) ১৯১৯ চনত