মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিক্দৰ্শন

1) কুৰি শতিকাৰ প্ৰথম দুটা দশকত আমেৰিকাৰ কোনজন বিজ্ঞানীয়ে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞানস্বৰূপে বৰ্ণনা কৰিছিল।

(ক)'William Mc Dougall'

(খ)'John B. Watson'

(গ)'Sigmund Freud'

উত্তৰঃ 
(খ)'John B. Watson'

2) আচৰণক কেইটা ভাগত ভাগ কৰিব পাৰি ?

(ক)2

(খ)4

(গ)3

উত্তৰঃ (ক)2

3) যি বিজ্ঞানে প্ৰতিটো জীৱন্ত প্ৰাণীৰে আচৰণ সম্পৰ্কে অধ্য়য়ন কৰে তেনে বিজ্ঞানকে মনোবিজ্ঞান বুলি কোৱা হয়।

(ক)True

(খ)False

উত্তৰঃ (ক)True

4) মানুহৰ প্ৰতিক্ৰিয়া আৰু আচৰণক কেৱল যান্ত্ৰিক আৰু দৈহিক ৰূপতহে বিবেচনা কৰিব পাৰি।

(ক)True

(খ)False

উত্তৰঃ (খ)False

5) প্ৰয়োজনক ঘাইকৈ কেইটা ভাগত ভাগ কৰিব পাৰি-

(ক)5

(খ)3

(গ)2

উত্তৰঃ (গ)2

6) ''প্ৰয়োজন জীৱৰ এনে এক শাৰীৰিক আৰু মানসিক অৱস্থা যাৰ উপস্থিত জীৱই এক বিশেষ কৰ্ম প্ৰৱণতা অনুভৱ কৰে আৰু এক বিশেষ ধৰণৰ আচৰণ প্ৰদৰ্শন কৰে''- কোনজন বিজ্ঞানীয় প্ৰয়োজন সম্পৰ্কে এই বুলি মত প্ৰকাশ কৰিছিল।

(ক)'William Mc Dougall'

(খ)'Klausameir'

(গ)'John B. Watson'

উত্তৰঃ (খ)'Klausameir'

7) প্ৰাণৰক্ষাৰ বাবে অতি প্ৰয়োজন হোৱাৰ বাবে ইহতক-----------বোলা হয়।

(ক)'মৌলিক প্ৰয়োজন' (Basic needs)

(খ)' দৈহিক বা জৈৱিক' (Physical or organic need)

(গ)'মনোবৈজ্ঞানিক' (Psychological needs)

উত্তৰঃ (ক)'মৌলিক প্ৰয়োজন' (Basic needs)

8) প্ৰয়োজনৰ প্ৰধান বৈশিষ্ট্য় কেইটা-

(ক)10

(খ)8

(গ)6

উত্তৰঃ (গ)6

9) কোনটো প্ৰেৰণা বৈশিষ্ট্য় নহয়-

(ক)'প্ৰাণী মাত্ৰেই সকলোৱে বিভিন্ন পৰিৱেশত দৈহিক প্ৰয়োজন অনুভৱ কৰে।'

(খ)'প্ৰয়োজনৰ দ্বাৰা সৃষ্ট উত্তেজনা উপশমৰ এক উপায় হ'ল প্ৰেৰণা।'

(গ)
'প্ৰেৰণা হ'ল জীৱৰ দৈহিক প্ৰয়োজনৰ বাহ্য়িক প্ৰকাশ'।

উত্তৰঃ (ক)'প্ৰাণী মাত্ৰেই সকলোৱে বিভিন্ন পৰিৱেশত দৈহিক প্ৰয়োজন অনুভৱ কৰে।'

10) জীৱই মৌলিক প্ৰয়োজন পূৰণৰ বাবে যি অভিপ্ৰায় অনুভৱ কৰে তাকে ------------বোলা হয়।

(ক)'ব্য়ক্তিগত অভিপ্ৰায়' (Personal Motive)

(খ)'জৈৱিক অভিপ্ৰায়' (Organic Motive)

(গ)'অচেতন অভিপ্ৰায়' (Unconscious Motive)

উত্তৰঃ 
(খ)'জৈৱিক অভিপ্ৰায়' (Organic Motive)

11) ''অভিপ্ৰায় হৈছে কোনো এক বিশেষ আভ্য়ন্তৰীণ অৱস্থা যি উদ্দেশ্য় প্ৰণোদিত হৈ কাৰ্যৰ সক্ৰিয়তা সৃষ্টি আৰু পুষ্ট কৰি তোলে''।-কোনজন মনোবিজ্ঞানীয়ে কৈছিল-

(ক)'Mc Dougall'

(খ)'Mackenzie'

(গ)'Guilford'


উত্তৰঃ 
(গ)'Guilford'

12)গেট্চৰ মতে - 'আৱেগ হ'ল এটা প্ৰয়াস য'ত ব্য়ক্তি সঞ্চালিত বা উত্তেজিত হয়।

(ক)True

(খ)False


উত্তৰঃ 
(ক)True

13) আৱেগৰ ইংৰাজী প্ৰতিশব্দ হৈছে-

(ক)'Emovere'

(খ)'Excite'

(গ)'Emotion'

উত্তৰঃ (গ)'Emotion'

14) 'Emotion' শব্দটো কোনটো শব্দৰ পৰা আহিছে।

(ক)'To Excite'

(খ)'Emovere'

(গ)'To Agitate'

উত্তৰঃ (খ)'Emovere'

15) আৱেগক কেইটা ভাগত ভাগ কৰা হৈছে ?

(ক)3

(খ)5

(গ)6

উত্তৰঃ (ক)3

16) প্ৰবৃত্তিৰ কাৰ্যকাৰিতাৰ বাবে আৱেগৰ দৰকাৰ হয়।

(ক)True

(খ)False

উত্তৰঃ (খ)False

17) আৱেগ আৰু প্ৰবৃত্তিগত  কাৰ্যত পাৰ্থক্য়ৰ কোনজন মনোবিজ্ঞানীয়ে নিৰ্ণয় কৰিছিল।

(ক)'James Drever'

(খ)'William Mac Dougall'

(গ)'Woodworth'

উত্তৰঃ (গ)'Woodworth'

18) অভ্য়াস শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে-

(ক)'Habitus'

(খ)'Habit'

(গ)'Condition'

উত্তৰঃ (খ)'Habit'

19) 'Habit' শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা আহিছে?

(ক)'Condition'

(খ)'Emovere'

(গ)'Habitus'

উত্তৰঃ (গ)'Habitus'

20) অভ্য়াসৰ প্ৰধান বৈশিষ্ট্য় কেইটা-

(ক)10

(খ)12

(গ)9


উত্তৰঃ 
(ক)10