ভাৰত আৰু অসমৰ প্ৰাথমিক শিক্ষা

১। ১৮১৩ চনত কি আইন উলিয়াছিল ?

(ক) চাৰ্টাৰ আইন

(খ) ঘোষনাপত্ৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) চাৰ্টাৰ আইন

২। কিমান চনত লৰ্ড মেকলে ভাৰতলৈ আহিছিল?

(ক) ১৮৩৪ চনত

(খ) ১৮৩৫ চনত

(গ) ১৯২৩ চনত

উত্তৰঃ (ক) ১৮৩৪ চনত

৩। জাতিৰ পিতা মহাত্মা গান্ধী কি শিক্ষা আঁচনিৰ প্ৰৱৰ্তক আছিল?

(ক) বুনিয়াদী শিক্ষা

(খ) ৰাজকীয় শিক্ষা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বুনিয়াদী শিক্ষা

৪। সৰ্বশিক্ষা অভিযানৰ কেইটা দিশ আছে?

(ক) এটা দিশ

(খ) দুটা দিশ

(গ) এটাও নাই

উত্তৰঃ 

৫। ১৯৮৯ চনত  কি ৰাষ্ট্ৰীয় আঁচনি গ্ৰহণ কৰে?

(ক) জন জাগৰন প্ৰচেষ্টা

(খ) কেৰাত শাস্ত্ৰ সাহ্যিত

(গ) জনসাক্ষৰতা

উত্তৰঃ (ক) জন জাগৰন প্ৰচেষ্টা

৬। ১২ নং খণ্ডটোৱে কেইটা অনুচ্ছেদ সামৰি লৈছে?

(ক) ৯ টা

(খ) ৪ টা

(গ) ৭ টা

উত্তৰঃ (গ) ৭ টা

৭। ১৮৪৫ চনৰ উদৰ ঘোষনাৱলীক ভাৰতীয় শিক্ষা ইতিহাসক কি বোলা হয়?

(ক) ভোটা তৰা বুলি

(খ) থলুৱা বুলি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ভোটা তৰা বুলি

৮। কিমান চনত শিক্ষানীতি ঘোষনা কৰিছিল?

(ক) ১৯০৪ চনৰ ১১ মাৰ্চত

(খ) ১৯৩৭ চনৰ ২৬ জানুৱাৰীত

(গ) ১৯০১ চনৰ ১১ এপ্ৰিল

উত্তৰঃ (ক) ১৯০৪ চনৰ ১১ মাৰ্চত

৯। শিক্ষা আয়োগৰ প্ৰথম সভাপতি কোন আছিল?

(ক) চাৰ উইলিয়াম হান্টাৰ

(খ) জে.এম ঠাকুৰ

(গ) ভুদেব মুখাৰ্জী

উত্তৰঃ (ক) চাৰ উইলিয়াম হান্টাৰ

১০। অসমত জিলা প্ৰাথমিক শিক্ষা আঁচনিয়ে কেইখন জিলা সামৰি লৈছে?

(ক) ৪ খন

(খ) ৯ খন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ 

Answer Type - Boby Bora