প্ৰাকৃতিক সম্পদ

১। প্ৰাকৃতিক সম্পদসমূহ কেই প্ৰকাৰৰ ?

(ক)তিনি প্ৰকাৰৰ

(খ)চাৰি প্ৰকাৰৰ

(গ)দুই প্ৰকাৰৰ

উত্তৰঃ (গ)দুই প্ৰকাৰৰ

২। বিশ্বৰ মুঠ ভূ-ভাগৰ প্ৰায় কিমান তৃতীয়াংশ বনভূমিৰে আবৃত ?

(ক)দুই-তৃতীয়াংশ

(খ)এক-তৃতীয়াংশ

(গ)
তিনি-তৃতীয়াংশ

উত্তৰঃ (খ)এক-তৃতীয়াংশ

৩। আমাৰ পৃথিৱীখনত কিমান শতাংশ লুণীয়া পানী আছে ?

(ক)৯৭ শতাংশ

(খ)৬৫ শতাংশ

(গ)
৭৫ শতাংশ

উত্তৰঃ (ক)৯৭ শতাংশ

৪। আমাৰ পৃথিৱীত কিমান শতাংশ পৰিষ্কাৰ পানী আছে ?

(ক)২ শতাংশ

(খ)৩ শতাংশ

(গ)
১ শতাংশ

উত্তৰঃ (খ)৩ শতাংশ

৫। উত্তৰ-পূৰ্বাঞ্চলত বছৰি কিমান মি.মি. বৃষ্টিপাত হয় ?

(ক)২০০০ মি.মি.

(খ)১১,০০০ মি.মি.

(গ)এটাও নহয় ।


উত্তৰঃ 
(ক)২০০০ মি.মি.

৬। মেঘালয়ৰ চেৰাপুঞ্জীত সৰ্বাধিক কিমান মি.মি. বৃষ্টিপাত হয়?

(ক)৩০০০ মি.মি.

(খ)১১,০০০ মি.মি

(গ)২০০০ মি.মি


উত্তৰঃ 
(খ)১১,০০০ মি.মি

৭। ছিকিমত কেইটাতকৈ বেছি প্ৰাকৃতিক হ্ৰদ আছে ?

(ক)১০ টাতকৈ

(খ)২৩ টাতকৈ

(গ)১২ টাতকৈ


উত্তৰঃ 
(ক)১০ টাতকৈ

৮। খনিজ দ্ৰব্য়সমূহ কেই প্ৰকাৰৰ হ'ব পাৰে ?

(ক)দুই প্ৰকাৰৰ

(খ)তিনি প্ৰকাৰৰ

(গ)এক প্ৰকাৰৰ


উত্তৰঃ 
(খ)তিনি প্ৰকাৰৰ

৯। অসমত সোৱণশিৰি নদীত কিমান শতিকাৰ পূৰ্বৰে পৰা সোণ আহৰণ চলি আহিছিল ?

(ক)ঊনৈশ  শতিকাৰ

(খ)বিশ শতিকাৰ

(গ)এক শতিকাৰ


উত্তৰঃ 
(ক)ঊনৈশ  শতিকাৰ

১০ ।  দৈনন্দিন জীৱনত সদায়ে ব্য়ৱহাৰ কৰা খনিজ পদাৰ্থসমূহ কি কি ?

(ক)পেট্ৰ' লিয়াম আৰু ইউৰেনিয়াম

(খ)লো, কয়লা আৰু জিংক

(গ)এটাও নহয় ।


উত্তৰঃ 
(খ)লো, কয়লা আৰু জিংক