পৃথিৱীৰ জীৱ জগত

১। তলৰ কোনটো জীৱমণ্ডলৰ অন্তৰ্গত-

(ক)কেৱল উদ্ভিদ

(খ)কেৱল জীৱ-জন্তু

(গ)কোনোটোৱেই নহয়

উত্তৰঃ (গ)কোনোটোৱেই নহয়

২। ক্ৰান্তীয় ঘাঁহনি অঞ্চলবোৰৰ আন এটি নাম-

(ক)প্ৰেইৰী

(খ)ষ্টেপছ

(গ)
ছাভানা

উত্তৰঃ (গ)ছাভানা

৩।Ernst Haeckel হৈছে ecology শব্দটো ব্যৱহাৰ কৰা প্ৰথম গৰাকী ব্যক্তি।

(ক)সচাঁ

(খ)মিছা

উত্তৰঃ 
(ক)সচাঁ

৪। শিলাত অক্সিজেন আৰু লৌহ লগ লাগি থাকিলে কি গঠন হয়?

(ক)লৌহ-কাৰবনেট

(খ)লৌহ অক্সাইড

(গ)
লৌহ নাইষ্ট্ৰেট

উত্তৰঃ (খ)লৌহ অক্সাইড

৫। সালোক সংশ্লেষণৰ সময়ত, সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত পানীৰ সতে কাৰ্বন-ডাই-অক্সাইড লগ লাগি কি গঠন কৰে ?

(ক)প্ৰটিন

(খ)কাৰ্বহাইড্ৰেটচ

(গ)
ভিটামিন

উত্তৰঃ (খ)কাৰ্বহাইড্ৰেটচ

৬। Ecology শব্দটো কোন ভাষাৰ পৰা আহিছে ?

(ক)গ্ৰীক

(খ)ফৰাচী

(গ)লেটিন


উত্তৰঃ 
(ক)গ্ৰীক

৭। পৰিস্থিতি তন্ত্ৰ মূখ্যভাৱে কেইপ্ৰকাৰৰ-

(ক)দুইপ্ৰকাৰৰ

(খ)তিনিপ্ৰকাৰৰ

(গ)চাৰিপ্ৰকাৰৰ

উত্তৰঃ (ক)দুইপ্ৰকাৰৰ

৮। ecology শব্দটো ব্যৱহাৰ কৰা প্ৰথম গৰাকী ব্যক্তি হল-

(ক)Charles Darwin

(খ)gregor mendel

(গ)
Ernst Heackel

উত্তৰঃ (গ)Ernst Heackel

৯। বিশুদ্ধ পানীয় পৰিস্থিতি তন্ত্ৰসমূহ হল-

(ক)ঘাঁহনি, হাবিয়নি

(খ)বৰষুণ, মাটিৰ অৱস্থা

(গ)নিজৰা, জলাশয়

উত্তৰঃ 
(গ)নিজৰা, জলাশয়

১০। গেলাবস্তু খোৱা প্ৰাণী হল-

(ক)গৰু

(খ)মানুহ

(গ)চৰাই-চিৰিকটি


উত্তৰঃ 
(গ)চৰাই-চিৰিকটি