জলবায়ু, প্ৰকৃতিক উদ্ভিদ আৰু মৃওিকা

১। আটাইতকৈ  অধিক বৰষুন হোৱা এটা অঞ্চলৰ নাম কি?

(ক)  পশ্চিম উপকূল

(খ) সমভূমি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)  পশ্চিম উপকূল

২। বছৰটোত কেইটা ঋতুত ভাগ কৰা হয়?

(ক) ছয়টা

(খ) পাঁচটা

(গ) তিনিটা

উত্তৰঃ (ক) ছয়টা

৩। দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বৰষুণ কি মাহৰ পৰা কি মাহলৈ হয়?

(ক) জুন মাহৰ পৰা চেপ্তম্বৰ মাহৰলৈ

(খ) বহাগ মাহৰ পৰা জেঠ মাহৰলৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) জুন মাহৰ পৰা চেপ্তম্বৰ মাহৰলৈ

৪। গ্ৰীষ্মকালিৰ মাহবোৰত অতিপাত কি?

(ক) গৰম

(খ) ঠাণ্ডা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গৰম

৫। আৰব সাগৰেদি অহা মৌচুমী বতাহ কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) দুটা ভাগত

(খ) তিনিটা ভাগত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) তিনিটা ভাগত

৬। ভাৰতবৰ্ষৰ গড় বৰষুণৰ পৰিমাণ কিমান?

(ক) ১২ ছে. মি.

(খ) ২৫ ছে. মি.

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ১২ ছে. মি.

৭। উওৰ ভাৰতত কি কি মাহত অধিক গৰম হয় ?

(ক) এপ্ৰিল, মে আৰু জুন মাহত

(খ) বহাগ ,মাঘ আৰু জুন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) এপ্ৰিল, মে আৰু জুন মাহত

৮। শীতকালি তামিলনাডু উপকূলত বৰষুণৰ সৃষ্টি কিহৰ কাৰণে হয়?

(ক) দক্ষিণ পশ্চিম মৌচুমী

(খ) উওৰ পূৱ মৌচুমী

(গ) সমমণ্ডলীয় ঘূৰ্ণীবতাহ

উত্তৰঃ (ক) দক্ষিণ পশ্চিম মৌচুমী

৯। উওৰ পশ্চিম ITCZ ৰ কেন্দ্ৰ অঞ্চলত শুকান আৰু গৰম বতাহক কি নামেৰে জনা যায়?

(ক) লু নামেৰে

(খ) খু নামেৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) লু নামেৰে

১০। প্ৰত্যাগমন দক্ষিণ-পশ্চিম মৌচুমী ঋতুৰ লক্ষণ কি?

(ক) ফৰকাল আকাশ আৰু উওাপ বৃদ্ধি

(খ) উচ্চ তাপ আৰু আৰ্দ্ৰতা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ফৰকাল আকাশ আৰু উওাপ বৃদ্ধি

Answer Type - Boby  Bora