আধুনিকীকৰণৰ পথত

১। গেঞ্জীকথা কোনে লিখিছিল?

(ক) মুৰাচাকী চিকিবুয়ে

(খ) ফুকুযাৱা য়ুকিচী

(গ) কনফুচিয়াচ

উত্তৰঃ (ক) মুৰাচাকী চিকিবুয়ে

২। জাপানত কোনে ইডো ছগোমেট স্থাপন কৰিছিল?

(ক) চান য়াৎ সেন

(খ) চিয়াং কাই ছেক

(গ) টুকুগুৱা য়েয়াচুৱে

উত্তৰঃ (গ) টুকুগুৱা য়েয়াচুৱে

৩। প্ৰথম কানিযুদ্ধ কিমান চনত হৈছিল?

(ক) ১৮৩৯ খ্ৰীঃ পূঃ

(খ) ১৯০৫ খ্ৰীঃ পূঃ

(গ) ১৯৩৫ খ্ৰীঃ পূঃ

উত্তৰঃ (ক) ১৮৩৯ খ্ৰীঃ পূঃ

৪। প্ৰথম ৰেডিঅ কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল?

(ক) ১৮৭৩ খ্ৰীঃ পূঃ

(খ) ১৯২৫ খ্ৰীঃ পূঃ

(গ) ১৯৬০ খ্ৰীঃ পূঃ

উত্তৰঃ (খ) ১৯২৫ খ্ৰীঃ পূঃ

৫। আধুনিক চীনৰ নিৰ্মাতা বুলি কাক কোৱা হয়?

(ক) জিয়াংছিত মাও জে ডুং

(খ) চিয়াং কাই ছেক

(গ) চান য়াৎ সেন

উত্তৰঃ (গ) চান য়াৎ সেন

৬। পিকিং বিশ্ববিদ্য়ালয় কিমান চনত স্থাপন কৰা হৈছিল?

(ক) ১৯০২ চনত

(খ) ১৯১৯ চনত

(গ) ১৯২৫ চনত

উত্তৰঃ (ক) ১৯০২ চনত

৭। চীনৰ কমিউনিষ্ট দল কেতিয়া গঠন কৰা হৈছিল?

(ক) ১৮৭২ চনত

(খ) ১৮৮৯ চনত

(গ) ১৯২১ চনত

উত্তৰঃ (গ) ১৯২১ চনত

৮। কিউ বিশ্ববিদ্য়ালয় কোনে প্ৰতিষ্ঠা কৰিছিল?

(ক) টানাকাচ'জো

(খ) ফুকুযাৱা য়ুকিচী

(গ) নিছিটানি কেইজী

উত্তৰঃ (খ) ফুকুযাৱা য়ুকিচী

৯। বিশ্ব অলিম্পিক খেল টকিওত কেতিয়া অনুষ্ঠিত হৈছিল?

(ক) ১৯৬৪ চনত

(খ) ১৮৭৩ চনত

(গ) ১৯২৯ চনত

উত্তৰঃ (ক) ১৯৬৪ চনত

১০। জাপানে কেতিয়া চীন আক্ৰমণ কৰিছিল?

(ক) ১৯১৪ চনত

(খ) ১৯২৫ চনত

(গ) ১৯৩১ চনত

উত্তৰঃ (গ) ১৯৩১ চনত