সংস্কৃতিৰ সংঘাত 

১। আমেৰিকাৰ খেতি-পথাৰত কাম কৰিবলৈ ক'ৰ পৰা মানুহ আনি ইউৰোপীয়সকলে দাস হিচাপে বিক্ৰী কৰিছিল?

(ক) চীনৰ পৰা

(খ) আফ্ৰিকাৰ পৰা

(গ) এছিয়া পৰা

উত্তৰঃ (খ) আফ্ৰিকাৰ পৰা

২। আৰাৱাকসকলে অলংকাৰ হিচাপে কি ব্য়ৱহাৰ কৰিছিল?

(ক) সোণ

(খ) ৰূপ

(গ) তাম

উত্তৰঃ (ক) সোণ

৩। টলেমিৰ ভূগোল কেতিয়া ছপা আকাৰে প্ৰকাশিত হৈছিল?

(ক) ১৩৮০ চনত

(খ) ১৪৫৩ চনত

(গ) ১৪৭৭ চনত

উত্তৰঃ (গ) ১৪৭৭ চনত

৪। আমেৰিকাৰ নামটো কিমান চনৰ পৰা ব্য়ৱহাৰ কৰা হৈছিল?

(ক) ১৫০৭ চনৰ পৰা

(খ) ১৫২২ চনৰ পৰা

(গ) ১৫৭১ চনৰ পৰা

উত্তৰঃ (ক) ১৫০৭ চনৰ পৰা

৫। বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটো কিমান চনত গঠন কৰা হৈছিল?

(ক) ১৫৩২ চনত

(খ) ১৬০০ চনত

(গ) ১৬০২ চনত

উত্তৰঃ (খ) ১৬০০ চনত

৬। এজটেক সাম্ৰাজ্য় সমস্য়াৰ কেতিয়া সন্মুখীন হৈছিল?

(ক) একাদশ শতিকাত

(খ) দ্বাদশ শতিকাত

(গ) ১৬ শতিকাত

উত্তৰঃ (গ) ১৬ শতিকাত

৭। কুজকোত কোনে ৰাজধানী স্থাপন কৰিছিল?

(ক) মান্কো কাপাকে

(খ) ক্ৰিষ্ট'ফাৰ কলম্বাচে

(গ) বাৰ্ণাৰ ডিয়াজ ডেল কেষ্টিলো

উত্তৰঃ (ক) মান্কো কাপাকে

৮। কিমান চনত পীজাৰই ইনকা ৰাজ্য় জয় কৰিছিল?

(ক) ১৪৯৭ চনত

(খ) ১৫১৩ চনত

(গ) ১৫৩২ চনত

উত্তৰঃ (গ) ১৫৩২ চনত

৯। ইন্কাসকলে কি খেতি কৰিছিল?

(ক) ধান খেতি

(খ) আলু খেতি

(গ) ঘেঁহু খেতি

উত্তৰঃ (খ) আলু খেতি

১০। উত্তৰ আমেৰিকাৰ উপকূল কোনে আৱিষ্কাৰ কৰিছিল?

(ক) স্পেনিচসকলে

(খ) এজটেকসকলে

(গ) ইন্কাসকলে

উত্তৰঃ (ক) স্পেনিচসকলে