ৰাজনৈতিক তত্ত্বঃ এক চমু পৰিচয়

১.মানুহ আৰু জীৱজগতৰ মাজত থকা প্ৰথম পাৰ্থ্যক্যটো হ'ল-

(ক)মানুহ যুক্তিশীল প্ৰাণী

(খ)ভাষাৰ ব্যৱহাৰ

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক)মানুহ যুক্তিশীল প্ৰাণী

২.ৰাজনীতি মানে কি ?

(ক)নিৰ্বাচনকেন্দ্ৰিক কাৰ্য-কলাপ

(খ)ৰাজনীতিবিদসকলে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে কৰা কাৰ্য-কলাপ

(গ)
চক্ৰান্তমূলক কাৰ্য-কলাপ

উত্তৰঃ (গ)চক্ৰান্তমূলক কাৰ্য-কলাপ

৩.স্বাস্থ্য়সেৱা আৰু কৰ্মসংস্থানৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ অৱস্থা উন্নীতকৰণৰ বাবে ভাৰত চৰকাৰে কেইখন আঁচনি প্ৰয়োগ কৰিছিল। 

(ক)দুখন

(খ)তিনিখন

(গ)চাৰিখন

উত্তৰঃ 
(ক)দুখন

৪.'জনচেতনা' শীৰ্ষক কবিতাটো কিমান চনত প্ৰাণ পাই উঠিছে। 

(ক)১৯৩৯

(খ)১৯৪৯

(গ)১৯৫৯


উত্তৰঃ 
(খ)১৯৪৯

৫.'জনচেতনা' শীৰ্ষক কবিতাটো কোনে ৰচনা কৰিছিল। 

(ক)জ্যোতিপ্ৰসাদ আগৰৱালা

(খ)মহাত্মা গান্ধী

(গ)বিষ্ণুপ্ৰসাদ ৰাভা


উত্তৰঃ 
(ক)জ্যোতিপ্ৰসাদ আগৰৱালা

৬.ৰাজনীতি-------------প্ৰক্ৰিয়া।

(ক)একপক্ষীয়

(খ)বহুপাক্ষীক

(গ)ওপৰৰ এটাও নহয়।


উত্তৰঃ 

৭.চৰকাৰ হৈছে ৰাজনীতি বিজ্ঞানৰ প্ৰধান -----------।

(ক)বিষয় বস্তু

(খ)কাম

(গ)
ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক)বিষয় বস্তু

 ৮.UNESCO সন্মিলন কিমান চনত গঠন হৈছিল। 

(ক)১৯৪৮

(খ)১৯৪৫

(গ)ওপৰৰ এটাও


উত্তৰঃ 
(ক)১৯৪৮