ন্যায়পালিকা
1. চৰকাৰৰ প্ৰধান আৰু গুৰুত্বপূৰ্ণ অংগ হল----------।
(ক)ন্যায়পালিকা
(খ)কাৰ্য্যপালিকা
(গ)বিধানমণ্ডল
উত্তৰঃ (ক)ন্যায়পালিকা
2. কিমান চনত ৰাষ্ট্ৰপতিয়ে তিনিজন জ্যেষ্ঠ ন্যায়ধীশক অতিক্ৰম কৰি কনিষ্ঠ ন্যায়ধীশ পদত নিয়োগ কৰিছিল।
(ক)১৯৭০
(খ)১৯৭৩
(গ)১৯৬৫
উত্তৰঃ (খ)১৯৭৩
(খ)১৯৭৩
(গ)১৯৬৫
উত্তৰঃ (খ)১৯৭৩
3. ১৯৭৩ চনত ৰাষ্ট্ৰপতিয়ে কেইজন ন্যায়ধীশক অতিক্ৰম কৰি কনিষ্ঠ ন্যায়ধীশ পদত নিয়োগ কৰিছিল।
(ক)৩ জন
(খ)৫ জন
(গ)৮ জন
(গ)৮ জন
উত্তৰঃ (ক)৩ জন
4. ১৯৭৫ চনত কোনজন ন্যায়ধীশক মুখ্য ন্যায়ধীশ পদত নিয়োগ কৰিছিল।
(ক)এইচ,আৰ,খান্নাক
(খ)এম, এইচ, বেগক
(গ)কৃষ্ণস্বামী আয়াৰ।
(গ)কৃষ্ণস্বামী আয়াৰ।
উত্তৰঃ (খ)এম, এইচ, বেগক
5. কিমান চনৰ পৰা ন্যায়ধীশৰ নিযুক্তি সম্পৰ্কে উচ্চতম ন্যায়লয় বহুবাৰ আলোচনা হৈছিল।
(ক)১৯৮২ চনৰ পৰা১৯৯৯
(খ)১৯৮২ চনৰ পৰা ১৯৯৮
(গ)১৯৭৩ চনৰ পৰা ১৯৮৫
(গ)১৯৭৩ চনৰ পৰা ১৯৮৫
উত্তৰঃ (খ)১৯৮২ চনৰ পৰা ১৯৯৮
6. কিমান চনত প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়লয়ৰ এন ন্যায়ধীশকঅপসাৰণৰ প্ৰস্তাৱ লোৱা হৈছিল।
(ক)১৯৯১
(খ)১৯৯৩
(গ)১৯৯০
উত্তৰঃ (ক)১৯৯১
7. প্ৰস্তাৱত সংসদৰ কেইজন সদস্যই চহী কৰিছিল।
(ক)১০২ জন
(খ)১০৪ জন
(গ)১০৮ জন
উত্তৰঃ (গ)১০৮ জন
(গ)১০৮ জন
উত্তৰঃ (গ)১০৮ জন
8. চৰকাৰী ধনৰ অপব্যৱহাৰ কৰা বুলি প্ৰস্তাৱটোত কোনে অভিযোগ কৰিছিল।
(ক)ভি,ৰামস্বামীয়ে
(খ)বি,আৰ,আম্বেদকাৰ
(গ)এ,পি,জে,আব্দুল কালাম
উত্তৰঃ (ক)ভি,ৰামস্বামীয়ে
(গ)এ,পি,জে,আব্দুল কালাম
উত্তৰঃ (ক)ভি,ৰামস্বামীয়ে
9. কিমান চনত সংসদত ন্যায়ধীশজনৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।
(ক)১৯৮৭
(খ)১৯৯২
(গ)১৯৮৩
উত্তৰঃ (খ)১৯৯২
(গ)১৯৮৩
উত্তৰঃ (খ)১৯৯২
10. কিমান চনত ন্যায়পালিকাই এক নতুন ধাৰণা প্ৰৱৰ্তন কৰিছিল।
(ক)১৯৭৯
(খ)১৯৬৫
(গ)১৯৭২
(গ)১৯৭২
উত্তৰঃ (ক)১৯৭৯
11. কিমান চনত উচ্চতম ন্যায়লয়ে নিজাববীয়াকৈ এক গোচৰ বিচাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
(ক)১৯৭৯
(খ)১৯৫৩
(গ)১৯৭৩
উত্তৰঃ (ক)১৯৭৯
(গ)১৯৭৩
উত্তৰঃ (ক)১৯৭৯
12. বাতৰি কাকত কিমান চনত প্ৰতিবেদন প্ৰকাশ পাইছিল।
(ক)১৯৫৩
(খ)১৯৩৯
(গ)১৯৭৯
উত্তৰঃ (গ)১৯৭৯
(খ)১৯৩৯
(গ)১৯৭৯
উত্তৰঃ (গ)১৯৭৯
13. কিমান চনৰ মাজৰ সময়চোৱাত সংসদ আৰু ন্যায়পালিকাৰ মাজৰ বিবাদে গুৰুতৰ ৰূপ ধাৰণ কৰিছিল।
(ক)১৯৮৩ চন আৰু ১৯৯৩
(খ)১৯৬৭ চন আৰু ১৯৭৩
(গ)ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ)১৯৬৭ চন আৰু ১৯৭৩
(গ)ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ)১৯৬৭ চন আৰু ১৯৭৩
14. কিমান চনত উচ্চতম ন্যায়লয়ে এটা গুৰুত্বপূৰ্ণ ৰায়দান কৰিছিল।
(ক)১৮৬৩
(খ)১৮৬৪
(গ)১৯৭৩
(গ)১৯৭৩
উত্তৰঃ (গ)১৯৭৩
15. ১৯৭৯ চনত মৌলিক অধিকাৰৰ তালিকাৰ পৰা কোনটো অধিকাৰ কৰ্তন কৰা হৈছিল।
(ক)সমতা অধিকাৰ
(খ)সম্পত্তিৰ অধিকাৰ
(গ)ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ)সম্পত্তিৰ অধিকাৰ