জীৱন্ত দলিলৰ ৰূপত সংবিধান
1. ১৭৯৩ চনৰ সংবিধানখনক কি কাল বুলি জনা যায়।
(ক)ফৰাচী প্ৰজাতন্ত্ৰৰ কাল বুলি জনা যায়।
(খ)গ্ৰীক প্ৰজাতন্ত্ৰৰ কাল বুলি জনা যায়।
(গ)লেটিন প্ৰজাতন্ত্ৰৰ কাল বুলি জনা যায়।
উত্তৰঃ (ক)ফৰাচী প্ৰজাতন্ত্ৰৰ কাল বুলি জনা যায়।
2. দ্বিতীয় ফ্ৰান্স প্ৰজাতন্ত্ৰ কেতিয়া আৰম্ভ হয়।
(ক)১৮৪৮
(খ)১৮৬৩
(গ)১৮৭২
উত্তৰঃ (ক)১৮৪৮
(গ)১৮৭২
উত্তৰঃ (ক)১৮৪৮
3. কোনখন ৰাষ্ট্ৰৰ ৭৪ বছৰীয়া জীৱনকালত চাৰিখন সংবিধান আছিল।
(ক)আমেৰিকা যুক্তৰাষ্ট্ৰৰ
(খ)চোভিয়েট যুক্তৰাষ্ট্ৰৰ
(গ)বৃটেইন।
উত্তৰঃ (খ)চোভিয়েট যুক্তৰাষ্ট্ৰৰ
4. ভাৰতৰ সংবিধানখন কেতিয়া গৃহিত হৈছিল।
(ক)১৯৪৯ চনৰ ২৬ নবেম্বৰৰ দিনা
(খ)১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা
(গ)১৯৪৭ চনৰ ১৫ আগষ্ট দিনা।
উত্তৰঃ (ক)১৯৪৯ চনৰ ২৬ নবেম্বৰৰ দিনা
(গ)১৯৪৭ চনৰ ১৫ আগষ্ট দিনা।
উত্তৰঃ (ক)১৯৪৯ চনৰ ২৬ নবেম্বৰৰ দিনা
5. লোকসভাত কেইজন সদস্য আছে।
(ক)৫৪৫ জন
(খ)২৭৩ জন
(গ)৩০০ জন।
(গ)৩০০ জন।
উত্তৰঃ (ক)৫৪৫ জন
6. ২০০৬ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতৰ সংবিধানে কেই বছৰ পূৰ্ণ কৰিলে।
(ক)৪৭ বছৰ
(খ)৫৩ বছৰ
(গ)৫৬ বছৰ
উত্তৰঃ (গ)৫৬ বছৰ
(গ)৫৬ বছৰ
উত্তৰঃ (গ)৫৬ বছৰ
7. ভাৰতৰ সংবিধানখন ৫৬ বছৰত কেইবাৰ সংশোধন কৰা হয়।
(ক)৮০ বাৰ
(খ)৯৩ বাৰ
(গ)৬৭ বাৰ
উত্তৰঃ (খ)৯৩ বাৰ
(গ)৬৭ বাৰ
উত্তৰঃ (খ)৯৩ বাৰ
8. সংশোধন সমূহৰ ভিতৰত ভোটদানৰ নিম্নতম বয়স কিমান?
(ক)১৮ ৰ পৰা ২৫ লৈ
(খ)১২ ৰ পৰা ১৮ লৈ
(গ)২১ ৰ পৰা ১৮ লৈ
(গ)২১ ৰ পৰা ১৮ লৈ
উত্তৰঃ (গ)২১ ৰ পৰা ১৮ লৈ
9. কিমান চনৰ পৰা দেশত ঘোশণা কৰা আভ্যন্তৰীণ জৰুৰী অৱস্থাৰ পৰিপেক্ষিতত কৰা হৈছিল।
(ক)১৯৮৫
(খ)১৯৭৫
(গ)১৯৬২
উত্তৰঃ (খ)১৯৭৫
উত্তৰঃ (খ)১৯৭৫
10. উচ্চতম ন্যায়লয়ে ১৯৭৩ চনত কাৰ ৰায়দান কৰিছিল।
(ক)কেশৱানন্দ গোচৰৰ ৰায়দান
(খ)পিয়লি বৰুৱাৰ ৰায়দান
(গ)ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক)কেশৱানন্দ গোচৰৰ ৰায়দান
(গ)ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক)কেশৱানন্দ গোচৰৰ ৰায়দান
11. নতুন সংবিধানৰ ৫ঃম ফ্ৰান্স প্ৰজাতন্ত্ৰ কেতিয়া গঠন হৈছিল।
(ক)১৯৫৮
(খ)১৯৭৫
(গ)১৭৯৩
(গ)১৭৯৩
উত্তৰঃ (ক)১৯৫৮
12. ভাৰতৰ সংবিধানখন কেতিয়া আনুষ্ঠানিকভাবে বলবত হয়।
(ক)১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰাই
(খ)১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰাই
(গ)ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক)১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰাই
(গ)ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক)১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰাই
13. শুদ্ধ উত্তৰটো বাছি উলিওৱা। ভাৰতৰ সংবিধানখন নমনীয়।
(ক)শুদ্ধ
(খ)অশুদ্ধ
(গ)ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক)শুদ্ধ
(গ)ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক)শুদ্ধ
14. খালী ঠাই পুৰ কৰা।
যিবিলাক সংবিধানৰ সংশোধন প্ৰক্ৰিয়া অতি জটিল তাক -------বোলা হয়।
(ক)নমনীয়
(খ)অনমনীয়
(গ)ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ)অনমনীয়
(গ)ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ)অনমনীয়
15. এখন বিধেয়কৰ ওপৰত ভোটদানৰ সময়ত সদনত কেইজন সদস্য উপস্থিত থাকিব লাগে।
(ক)২৪৭ জন
(খ)৩৪৫ জন
(গ)৫৪৫ জন।
উত্তৰঃ (ক)২৪৭ জন
(গ)৫৪৫ জন।
উত্তৰঃ (ক)২৪৭ জন