শান্তি

১। তলৰ কোন জন ব্যক্তিয়ে শান্তিক মূল্যৱান বুলি গণ্য কৰিছিল ?

ক।   ভাইদেল ডা লা  ব্লাছি

খ ।  ফ্ৰেডৰিক নীতসে

গ।  মহাত্মা গান্ধী

উত্তৰঃ খ ।  ফ্ৰেডৰিক নীতসে

২।  'শান্তি' শব্দৰ অৰ্থ কি ?

ক। যুদ্ধৰ অনুপস্থিতি

খ। যুদ্ধৰ উপস্থিতি

গ। ওপৰৰ  এটাও নহয়

উত্তৰঃ ক। যুদ্ধৰ অনুপস্থিতি

৩। হিংসাই কেতিয়াবা শান্তি প্ৰতিষ্ঠা কৰিব পাৰেনে  ?

ক।  পাৰে

খ। নোৱাৰে

গ।  ওপৰৰ এটাও  নহয়

উত্তৰঃ খ। নোৱাৰে

৪।   জৰুৰীকালীণ অৱস্থা হ'ল-

ক। দেশৰ শান্তি অবক্ষয়ৰ কাল

খ। দেশৰ শান্তি নতুন ৰূপত প্ৰতিস্থা কৰাৰ সময়

গ। ওপৰৰ  দুয়োটাই

উত্তৰঃ ক। দেশৰ শান্তি অবক্ষয়ৰ কাল

৫। 'মজবুৰি কা নাম মহাত্মা গান্ধী' এই বাক্য শাৰীৰ কাক উদ্দেশ্য   কৰি  কৈছিল ?

ক। মহাত্মা গান্ধী

খ। জৱাহৰলাল  নেহৰু

গ। নেতাজী সুভায চন্দ্ৰ বসু

উত্তৰঃ ক। মহাত্মা গান্ধী

৬। হিংসাৰ পৰিৱৰ্তে মহাত্মা গান্ধীয়ে কি নীতি গ্ৰহণ কৰিছিল ?

ক। অহিংস  নীতি

খ।  সত্য নীতি

উত্তৰঃ ক। অহিংস  নীতি

৭। এখন দেশ অস্থিৰ কৰি ৰখাত  কোনে  বেছি অৰিহণা যোগায়  ?

ক। দেশৰ আভ্যন্তৰিণ বিদ্ৰোহী সংগঠন

খ। দেশৰ  বাহ্যিক বিদ্ৰোহী  সংগঠন

গ। ওপৰৰ দুয়োটাই

উত্তৰঃ গ। ওপৰৰ দুয়োটাই

৮। বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবলৈ  থকা এটা উমৈহতীয়া অনুষ্ঠানৰ নাম কি?

ক। ৰাষ্ট্ৰসংঘ

খ।  বিশ্ব স্বাস্থ্য সংস্থা

উত্তৰঃ ক। ৰাষ্ট্ৰসংঘ

৯। WHO সম্পূৰ্ণ অৰ্থ কি?

ক। World Health Organisation

খ। Wonderful World

উত্তৰঃ ক। World Health Organisation

১০। 'শান্তি' শব্দৰ ইংৰাজী প্ৰতিশব্দ কি?

ক। Peace

খ। Justice

উত্তৰঃ ক। Peace