কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
1. কাঞ্চনজঙঘা বুৰঞ্জী কবিতাতো কোনে ৰচিছিল ?
ক)হেমচন্দ্ৰ গোস্বামী
খ)জ্যোতিপ্ৰসাদ আগৰৱালা
গ)আনন্দচন্দ্ৰ আগৰৱালা
উত্তৰঃ খ)জ্যোতিপ্ৰসাদ আগৰৱালা
2. জ্যোতিপ্ৰসাদ আগৰৱালাৰ কিমান চনত জন্ম হৈছিল ?
ক)১৯০৬
খ)১৯০৩
গ)১৮৬৭
উত্তৰঃ খ)১৯০৩
3. জ্যোতিপ্ৰসাদ আৰগৱালা ক'ত জন্ম হৈছিল ?
ক)ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত
খ)তেজপুৰ
গ)যোৰহাত
গ)যোৰহাত
উত্তৰঃ ক)ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত
4. জ্যেতিপ্ৰসাদ আগৰৱালাই উচ্চশিক্ষাৰ বাবে কলৈ গৈছিল-
ক)জাৰ্মানীলৈ
খ)ইংলণ্ডলৈ
গ)আমেৰিকালৈ
খ)ইংলণ্ডলৈ
গ)আমেৰিকালৈ
উত্তৰঃ খ)ইংলণ্ডলৈ
5. উচ্চ শিক্ষা লাভৰ বাবে কিমান চনত তেওঁ ইংলণ্ডলৈ যায় ?
ক)১৯২৩
খ)১৯৬৫
গ)১৯২৬
উত্তৰঃ গ)১৯২৬
6. জ্যোতিপ্ৰসাদ আগৰৱালাই ইংলণ্ডৰ পৰা উভতি আহি কলৈ যায় ?
ক)জাৰ্মানীলৈ
খ)নগাঁওলৈ
গ)গুৱাহাটীলৈ
উত্তৰঃ ক)জাৰ্মানীলৈ
7. ভৱিষ্যতে গংগা বৈ থকাৰ দৰে কাঞ্চনজঙ্ঘাও বৈ থাকিব নে নাথাতকে ?
ক)থাকিব
খ)নাথাকে
উত্তৰঃ ক)থাকিব
8. কিমান চনত গণ-আন্দোলনত তেওঁ সত্ৰুিয়ভাৱে যোগদান কৰে ?
ক)১৯৩২
খ)১৮৯৫
গ)১৯৪২
উত্তৰঃ গ)১৯৪২
9. অসমীয়া সাহিত্য-সংস্কৃতিলৈ জ্যোতিপ্ৰসাদৰ দান কি ?
ক)গীতিকাৰ
খ)বহুমুখী
গ)ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰঃ খ)বহুমুখী
10. অসমীয়া সংস্কৃতিৰ পূজাৰী কোন ?
ক)অম্বিকাগিৰী ৰায়চৌধৰী
খ)জ্যোতিপ্ৰসাদ আগৰৱালা
গ)চন্দ্ৰকুমাৰ আগৰৱালা
উত্তৰঃ খ)জ্যোতিপ্ৰসাদ আগৰৱালা
11. তেওঁ নাট্যকাৰ, কবি, গীতিকাৰ আৰু কি ?
ক)প্ৰবন্ধকাৰ
খ)সাহিত্য
গ)ওপৰৰ দুইটাই শুদ্ধ
উত্তৰঃ ক)প্ৰবন্ধকাৰ
12. জ্যোতিপ্ৰসাদ আগৰৱালাৰ কেইখন নাট ৰচনা কৰিছিল ?
ক)ন খন
খ)দহ খন
গ)এঘাৰ খন
উত্তৰঃ ক)ন খন
13. জ্যেতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু কেনেকৈ হৈছিল-
ক)দুৰ্ঘটনা হৈ
খ)দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ
উত্তৰঃ খ)দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ
14. অসমীয়া সংস্কৃত পূজাৰী জ্যোতিপ্ৰসাদে কিমান চনত জয়মতী কথাছবি নিৰ্মাণ কৰিছিল ?
ক)১৯২৩
খ)১৮৫৪
গ)১৯৩৫
উত্তৰঃ গ)১৯৩৫
15. অসমীয়া সংস্কৃতিৰ পূজাৰী জ্যোতিপ্ৰসাদে কেইখন কথাছবি নিৰ্মাণ কৰিছিল ?
ক)এখন
খ)দুখন
গ)তিনিখন
উত্তৰঃ খ)দুখন
খ)দুখন
গ)তিনিখন
উত্তৰঃ খ)দুখন
16. জ্যোতিপ্ৰসাদ আগৰৱালাৰ কিমান চনত মৃত্যু হৈছিল ?
ক)১৯৫১
খ)১৯৫৪
গ)১৯৩৪
উত্তৰঃ ক)১৯৫১
17. স্বৰ্গত নৃত্য কৰা অপ্সৰীক কি বুলি কোৱা হয়?
ক)অপ্সৰা
খ)শৈলবালা
গ)কিন্নৰী
উত্তৰঃ গ)কিন্নৰী
18. তুষাৰ শব্দ অৰ্থ কি ?
ক)উজ্জ্বলতা
খ)বৰফ
গ)ধৰ্ম
উত্তৰঃ খ)বৰফ
19. সলিলা শব্দ অৰ্থ কি ?
ক)নদী
খ)পাহাৰ
খ)পাহাৰ
গ)পুখুৰী
উত্তৰঃ ক)নদী
20. কুসুম শব্দ অৰ্থ কি ?
ক)বতাহ
খ)ফুল
গ)পাহাৰ
উত্তৰঃ খ)ফুল