ভাৰতীয় আদৰ্শত বৈৰাগ্য়

Chapter 5

১) ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?

(ক) বেদ

(খ) ধৰ্ম

(গ) সত্য়

উত্তৰঃ (ক) বেদ


২) তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি?

(ক) সত্য়

(খ) ধৰ্ম

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ


৩) কৰ্ম কৰা কৌশলক ভগৱদ্গীতাত কি যোগ বুলি কৈছে?

(ক) 'কৰ্মযোগ'

(খ) 'ধৰ্মযোগ'

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) 'কৰ্মযোগ'


৪) তীৰ্থনাথ শৰ্মাৰ কাব্য়গ্ৰন্থখনৰ নাম কি?

(ক) ঝান্সীৰ ৰাণী

(খ) কামসেন্দুৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) কামসেন্দুৰ


৫) বেদ কেইখন?

(ক) তিনিখন

(খ) চাৰিখন

(গ) পাঁচখন

উত্তৰঃ (খ) চাৰিখন


৬) ভগৱদ্গীতাৰ মূল বাণী কি?

(ক) 'কৰ্মই ধৰ্ম'

(খ) 'কৰ্মযোগ'

(গ) 'ধৰ্মযোগ'

উত্তৰঃ (ক) 'কৰ্মই ধৰ্ম'


৭) লেখকে ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ কি বুলি কৈছে?

(ক) বেদ

(খ) সত্য়

(গ) ধৰ্ম

উত্তৰঃ (ক) বেদ


৮) তৈত্তিৰীয় উপনিষদৰ মতে কোনো ব্য়ক্তি বাবে কৰ্ষণীয় গুণ কি?

(ক) 'সত্য়'

(খ) 'ধৰ্ম'

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ


৯) ভাৰতীয় আদৰ্শত বৈৰাগ্য় পাঠটিত সংবিভাজ্য় শব্দ অৰ্শ কি?

(ক) সমানে বিতৰণ কৰা

(খ) ভগাই দিয়া

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ


১০) বৈৰাগ্য় মানে কি?

(ক) বিষয় বা ইন্দিয়

(খ) সাৱধান

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (ক) বিষয় বা ইন্দিয়


১১)  তীৰ্থনাথ শৰ্মাৰ জন্ম কিমান চনত হৈছিল?

(ক) ১৯১১ চনত

(খ) ১৯৮৬ চনত

(গ) ১৯৭১ চনত 

উত্তৰঃ (ক) ১৯১১ চনত  

                                                                                                                         

১২)  তীৰ্থনাথ শৰ্মায়ে অসম সাহিত্য় সভাৰ মাকুম অধিৱেশনত কিমান চনত সভাপতি কৰিছিল?

(ক) ১৯১১ চনত

(খ) ১৯৮৬ চনত

(গ) ১৯৭১ চনত

উত্তৰঃ (গ) ১৯৭১ চনত


১৩) ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য় সম্পন্ন কৰাৰ পাছত কিহৰ বিধান দিয়া হৈছে?

(ক) বানপ্ৰস্থ

(খ) সন্ন্য়াসৰ

(গ) ওপৰৰ দুয়োটা শুদ্ধ 

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ 


১৪) তীৰ্থনাথ শৰ্মাৰ কোন বিশ্ৱবিদ্য়ালয়ৰ পৰা এম. এ. ডিগ্ৰী লাভ কৰিছিল?

(ক) শিৱসাগৰ 

(খ) কলিকতা

(গ) গুৱাহাটী

উত্তৰঃ (খ) কলিকতা


১৫) তীৰ্থনাথ শৰ্মাৰ কি গ্ৰন্থৰ বাবে 'সাহিত্য় অকাডেমি বঁটা লাভ কৰিছিল?

(ক) 'কামসেন্দূৰ'

(খ) 'সাহিত্য়-বিদ্য়া'

(গ) 'বেণুধৰ শৰ্মাৰ জীৱনী'

উত্তৰঃ (গ) 'বেণুধৰ শৰ্মাৰ জীৱনী'


১৬)  তীৰ্থনাথ শৰ্মাৰ কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৯১১ চনত

(খ) ১৯৭১ চনত

(গ) ১৯৮৬ চনত

উত্তৰঃ (গ) ১৯৮৬ চনত


১৭) 'শ্ৰদ্ধয়া দেয়ম' মানে কি?

(ক) শ্ৰদ্ধাৰে দান কৰিবা

(খ) পৰম কল্য়াণকৰ বস্তু

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (ক) শ্ৰদ্ধাৰে দান কৰিবা


১৮) ভাৰতীয় আদৰ্শত বৈৰাগ্য়ৰ স্থান কেনেকুৱা?

(ক) অতি নিম্ন

(খ) অতি উচ্চ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অতি উচ্চ


১৯) তীৰ্থনাথ শৰ্মাৰ জন্ম গ্ৰহণ কৰা জিলা খনৰ নাম কি?

(ক) ডিব্ৰুগড়

(খ) গুৱাহাটী

(গ) শিৱসাগৰ

উত্তৰঃ (গ) শিৱসাগৰ


২০) চাৰি আশ্ৰম বুলিলে কি বুজা?

(ক) সাৱধান

(খ) সতৰ্ক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়