দ্বিতীয় অধ্যায়
জাতীয় আয় গণনা
১.অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ হ'ল
(ক) প্লেটো
(খ) আদাম স্মিথ
(গ) মেইনাৰ্ড
উত্তৰঃ (খ) আদাম স্মিথ
২. চূড়ান্ত দ্ৰব্যসমূহক কেইটা ভাগত ভাগ কৰা হয়
(ক) ৫টা
(খ) ২টা
(গ) ৪টা
উত্তৰঃ (খ) ২টা
৩. নিগুট বিনিয়োগ = মুঠ বিনিয়োগ - ___________ ?
(ক) মূলধন
(খ) মূলধনৰ ক্ষয়-ক্ষতি
(গ) বিনিয়োগ
উত্তৰঃ (খ) মূলধনৰ ক্ষয়-ক্ষতি
৪.জন মেইনাৰ্ড কেইন্চ কিমান চনত জন্ম হৈছিল
(ক) ১৮৯৪
(খ) ১৮৮৩
(গ) ১৮৭৯
উত্তৰঃ (খ) ১৮৮৩
৫.জন মেইনাৰ্ড কেইন্চৰ যুগান্তকাৰী কিতাপ কেই খন
(ক) ৩ খন
(খ) ১খন
(গ) ২খন
উত্তৰঃ (গ) ২খন
৬.জীৱন নিৰ্বাহৰ প্ৰাথমিক প্ৰয়োজন
(ক) খাদ্য
(খ) ধন
(গ) সন্মান
উত্তৰঃ (ক) খাদ্য
৭.উৎপাদন কাৰ্যত আয়ৰ সৃষ্টি হয়
(ক) ৪ প্ৰকাৰ
(খ) ৫ প্ৰকাৰ
(গ) ২ প্ৰকাৰ
উত্তৰঃ (ক) ৪ প্ৰকাৰ