তৃতীয় অধ্যায়
মুদ্ৰা আৰু বেংক ব্যৱস্থা
১.মুদ্ৰা কি ?
(ক) যাতায়ত মাধ্যম
(খ) বিনিময় মাধ্যম
(গ) যোগাযোগ মাধ্যম
উত্তৰঃ (খ) বিনিময় মাধ্যম
২. বিনিময় প্ৰথা সুবিধা জনক হয় নে
(ক) হয়
(খ) নহয়
(গ) ওপৰৰ দুইটাই
উত্তৰঃ (খ) নহয়
৩.নগদ মুদ্ৰাৰ প্ৰধান উদ্দেশ্য কেইটা
(ক) ২ টা
(খ) ৪ টা
(গ) ৬ টা
উত্তৰঃ (ক) ২ টা
৪. দেশৰ মুদ্ৰা কৰ্তৃপক্ষই প্ৰধান কৈ কেইটাক মুদ্ৰাৰ আখ্যা দিচে
(ক) ৬ টা
(খ) ২টা
(গ) ৩ টা
উত্তৰঃ (খ) ২টা
৫. আদেশ মুদ্ৰা হল
(ক) কাগজী নোট
(খ) ধাতু মুদ্ৰা
(গ) ওপৰৰ দুইটাই
উত্তৰঃ (গ) ওপৰৰ দুইটাই
৬. চাহিদা আমানতসমূহ____________?
(ক) বিহিত মুদ্ৰা হয়
(খ) বিহিত মুদ্ৰা নহয়
(গ) ধাতু মুদ্ৰা
উত্তৰঃ (খ) বিহিত মুদ্ৰা নহয়
৭. কাল অমানত পৰিৱৰ্তন হ'লে মুদ্ৰাৰ যোগান_______________?
(ক) পৰিৱৰ্তন নহয়
(খ) পৰিৱৰ্তন হব
(গ) এটাও নহয়
উত্তৰঃ (খ) পৰিৱৰ্তন হব
(খ) ৩ টা
(গ) ৪ টা
উত্তৰঃ (ক) ২ টা
Answer Type- Pompi Hazarika