তৃতীয় অধ্যায়

উৎপাদন আৰু ব্য়য় 


১) TC  = _______+TFC

ক) TVC

খ) AVC

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) TVC


২) AC = AVC +______
ক) AFC
খ) TFC
গ) ওপৰৰ এটাও নহয়।
উত্তৰঃ ক) AFC

৩)  এটা ব্য়ৱসায়িক প্ৰতিষ্ঠানৰ ৰাজহ অৰ্জনক কোৱা হয় লাভ।
ক) শুদ্ধ।
খ) অশুদ্ধ।
উত্তৰঃ খ) অশুদ্ধ।

৪) মুঠ উৎপাদন শূন্য় হোৱা অৱস্থাত, মুঠ পৰিৱৰ্তনশীল ব্য়য় ____ হ'ব। 
ক) এক।
খ) শূ্ন্য।
গ) এশ।
উত্তৰঃ খ) শূ্ন্য।

৫) আনুপাতিক বিস্তাৰৰ ফলে কি সূচায় ?
ক) দীৰ্ঘকালৰ উৎপাদন বিধিক সূচায়।
খ) হ্ৰস্বকালৰ উৎপাদন বিধিক সূচায়।
গ) ওপৰৰ এটাও নহয়।
উত্তৰঃ ক) দীৰ্ঘকালৰ উৎপাদন বিধিক সূচায়।

৬) গড় স্থিৰ ব্য়য় ৰেখাৰ(AFC) আকৃতি কেনেকুৱা ?
ক) উদ্ধগামী।
খ) নিম্নমুখী।
গ) ওপৰৰ এটাও নহয়।
উত্তৰঃ খ) নিম্নমুখী।

৭) উৎপন্ন সৃষ্টিৰ বাবে ব্য়ৱসায়িক প্ৰতিষ্ঠানে_______নিয়োগ প্ৰয়োজন।
ক) উপাদান।
খ) সামগ্ৰী।
গ) ওপৰৰ এটাও নহয়।
উত্তৰঃ ক) উপাদান।

৮) উৎপাদন প্ৰক্ৰিয়াত উপভোক্তাই উপাদান একত্ৰিত কৰে আৰু  উৎপন্নৰ সৃষ্টি কৰে।
ক) শুদ্ধ।
খ) অশুদ্ধ।
উত্তৰঃ খ) অশুদ্ধ।

৯) এটা ব্য়ৱসায়িক প্ৰতিষ্ঠানৰ উৎপাদন কাৰ্যই তাৰ ব্য়ৱহিত উপাদান আৰু সৃষ্ট উৎপন্নৰ মাজত সম্পৰ্কে দেখুৱায়।
ক) শুদ্ধ।
খ) অশুদ্ধ।
উত্তৰঃ ক) শুদ্ধ।

১০)  AC= TC/?
ক) P
খ) q
গ) ওপৰৰ এটাও নহয়।
উত্তৰঃ খ) q

১১) পৰিৱৰ্তনশীল উপাদানবোৰ ব্যৱহাৰ কৰিবলৈ যি ব্য়য় বহন কৰে তাক কি বোলা হয় ?
ক) মুঠ স্থিৰ ব্য়য় ।
খ) মুঠ পৰিৱৰ্তনশীল ব্য়য় ।
গ) এটাও নহয় ।
উত্তৰঃ খ) মুঠ পৰিৱৰ্তনশীল ব্য়য় ।

১২) প্ৰতিষ্ঠানৰ প্ৰতি একক উৎপন্নৰ বিপৰীতে হোৱা ব্য়য়ক হ্ৰস্বকালীন গড় কি বুলি আখ্য়া দিয়া হয় ?
ক) মুঠ স্থিৰ ব্য়য় ।
খ) পৰিৱৰ্তনশীল ব্য়য় ।
গ) উৎপাদান ব্য়য় ।
উত্তৰঃ গ) উৎপাদান ব্য়য় ।

১৩) স্তম্ভৰ মানসমূহক তদনুৰূপ প্ৰথম স্তম্ভৰ মানেৰে হৰণ কৰিলে আমি কি পাম ?
ক) মুঠ পৰিৱৰ্তনশীল ব্য়য় ।
খ) মুঠ স্থিৰ ব্য়য় ।
গ) গড় উৎপাদান ব্য়য় ।
ঘ) গড় পৰিৱৰ্তনশীল ব্য়য় ।
উত্তৰঃ ঘ) গড় পৰিৱৰ্তনশীল ব্য়য় ।

১৪) প্ৰতি এককৰ পৰিৱৰ্তনৰ বাবে হোৱা মুঠ ব্য়য়ৰ পৰিৱৰ্তনক কি ব্য়য় বোলা হয় ?
ক) হ্ৰস্বকালীন প্ৰান্তিক  ব্য়য় ।
খ) মুঠ স্থিৰ ব্য়য়  ।
গ) গড় উৎপাদান ব্য়য় ।
ঘ) এটাও নহয় ।
উত্তৰঃ ক) হ্ৰস্বকালীন প্ৰান্তিক  ব্য়য় ।

১৫) প্ৰান্তিক উৎপাদন ৰেখা আৰু গড়  উৎপাদন ৰেখা দুয়োবিধেই কি আকৃতিৰ দৰে ?
ক) v আকৃতিৰ ।
খ) w আকৃতিৰ ।
গ) u আকৃতিৰ ।
ঘ) ওপৰৰ এটাও নহয় ।
উত্তৰঃ গ) u আকৃতিৰ ।

১৬) দীৰ্ঘকালীন প্ৰান্তিক ব্য়য় ৰেখাই তলৰ ফালৰ পৰা দীৰ্ঘকালীন গড় ব্য়য় ৰেখাৰ কি বিন্দুত ছেদ কৰে ?
ক) মধ্য়তম বিন্দুত ।
খ) নিম্নতম বিন্দুত ।
গ) ওপৰৰ এটাও নহয় ।
উত্তৰঃ খ) নিম্নতম বিন্দুত ।

১৭) গড় পৰিৱৰ্তনশীল ব্য়য় ৰেখাৰ নিম্নতম বিন্দুত কি ৰেখাই তলৰ ফালৰ পৰা ছেদ কৰে ?
ক) হ্ৰস্বকালীন প্ৰান্তিক ব্য়য় ।
খ) দীৰ্ঘকালীন গড় ব্য়য় ।
গ) পৰিৱৰ্তনশীল ব্য়য় ৰেখা ।
উত্তৰঃ ক) হ্ৰস্বকালীন প্ৰান্তিক ব্য়য় ।

১৮) প্ৰতি  এককৰ পৰিৱৰ্তন বাবে মুঠ ব্য়য়ৰ পৰিৱৰ্তন হয় তাক কি বুলি কয় ?
ক) বিপৰীতে হোৱা ব্য়য় ।
খ) দীৰ্ঘকালীন  প্ৰান্তিক ব্য়য় ।
গ) প্ৰান্তিক ব্য়য় ।
ঘ)  ওপৰৰ এটাও নহয় ।
উত্তৰঃ খ) দীৰ্ঘকালীন  প্ৰান্তিক ব্য়য় ।

১৯) হ্ৰস্বকালীন প্ৰান্তিক ব্য়য় ৰেখা, গড় পৰিৱৰ্তনশীল ব্য়য় ৰেখা আৰু হ্ৰস্বকালীন গড় ব্য়য় ৰেখা আটাইবোৰ কি আকৃতিৰ দৰে ?
ক) U
খ) V
গ) W
ঘ) X
ঙ) ওপৰৰ এটাও নহয় ।
উত্তৰঃ ক) U

২০) সমতলত প্ৰান্তিক উৎপাদন ৰেখা ডাল কি আকৃতিৰ হয় ?
ক) X
খ) W
গ) এটাও নহয় ।
উত্তৰঃ গ) এটাও নহয় ।



Answer Type- Pompi Hazarika