চতুৰ্থ অধ্যায়

আয় নিৰ্ধাৰণ



১) চৰকাৰ এখনৰ মূল অৰ্থনৈতিক যিকোনো এটা কামসমূহ কি ?

ক) চৰকাৰী ব্য়য়

খ) সামগ্ৰিক চাহিদা

গ) প্ৰত্য়াশিত উপভোগ

উত্তৰঃ গ) প্ৰত্য়াশিত উপভোগ


২) সামগ্ৰিক চাহিদা ভাৰসাম্য় মান কিমান ?

ক) ২৬৭

খ) ২৫০

গ) ২৩৪

উত্তৰঃ খ) ২৫০


৩) ৰেখা এডাল কেনেদৰে স্থানান্তৰ হয় ?

ক) ছেদাংশ বৃদ্ধি হয়

খ) সক্ৰিয় চাহিদাৰ নীতি

গ) প্ৰত্য়াশিত

উত্তৰঃ ক) ছেদাংশ বৃদ্ধি হয়


৪) সমষ্টিবাদী অৰ্থনীতিৰ মুখ্য় উদ্দেশ্য় কি ?

ক) তাত্ত্বিক আহিলাসমূহৰ বিকাশ সাধন কৰা

খ) পৰিমাণ সীমিত কৰিবলৈ যত্ন কৰা

গ) বজাৰ ভাৰসাম্য় অৱস্থাত উপনীত হয়

উত্তৰঃ ক) তাত্ত্বিক আহিলাসমূহৰ বিকাশ সাধন কৰা


৫) চূড়ান্ত দ্ৰব্য় উৎপাদনত কি কি নিয়োজিত কৰা হয় ?

ক) ভূমি, শ্ৰম, মূলধন, আৰু উদ্য়োগী

খ) শেহান্ত, প্ৰত্য়াশিত

গ) স্বতন্ৰ পৰিৱৰ্তন , বিনিয়োগ ,

উত্তৰঃ ক) ভূমি, শ্ৰম, মূলধন, আৰু উদ্য়োগী


৬) বিনিয়োগ কি ?

ক) সামগ্ৰী ক্ৰয় কৰি জীৱন নিৰ্বাহ কৰা

খ) দৃশ্য়মান মূলধনী মজুতলৈ হোৱা সংযোজন

গ) পৰিকল্পিত বিনিয়োগ

উত্তৰঃ খ) দৃশ্য়মান মূলধনী মজুতলৈ হোৱা সংযোজন


৭) ভাৰসাম্য় অৱস্থাত অৰ্থনীতিখন প্ৰত্য়াশিত যোগান আৰু চাহিদা পৰিমাণৰ সমান হয়নে ?

ক) নহয়

খ) হয়

গ) দুইটা

উত্তৰঃ খ) হয়


৮) প্ৰান্তিক ভোগ প্ৰৱণতা বুলিলে কি বুজা ?

ক) এক একক পৰিমাণৰ আয় বৃদ্ধিৰ ফলস্বৰূপে প্ৰত্য়াশিত উপভোগ বৃদ্ধিৰ হাৰ কৰা

খ) চাহিদা অনুসৰি যোগানকাৰীয়ে সামগ্ৰী যোগান ধৰিবলৈ প্ৰস্তুত কৰা

(গ) অৰ্থনীতিখনৰ মুঠ স্বয়ংক্ৰিয় ব্য়য় কৰা

উত্তৰঃ ক) এক একক পৰিমাণৰ আয় বৃদ্ধিৰ ফলস্বৰূপে প্ৰত্য়াশিত উপভোগ বৃদ্ধিৰ হাৰ কৰা


৯) চৰকাৰ এখনৰ মূল অৰ্থনৈতিক যিকোনো এটা কামৰ নাম কি ?

ক) চূড়ান্ত দ্ৰব্য়

খ) হ্ৰস্বকালীন স্থিৰ

গ) ভাৰসাম্য়

উত্তৰঃ 


১০) প্ৰত্য়াশিত বিনিয়োগৰ দুটা উদাহৰণ দিয়া ?

ক) যন্ত্ৰপাতি ,ঘৰ

খ)  উপভোগ , বিনিয়োগ

গ)  ৰাজহ প্ৰাপ্তি , মূলধন ব্য়য়

উত্তৰঃ ক) যন্ত্ৰপাতি ,ঘৰ



Answer Type- Pompi Hazarika