চতুৰ্থ অধ্যায় 

পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব


১) এখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ কেইটা সংজ্ঞাসূচক বৈশিষ্ট্য় থাকে ? 

ক) ৩ টা ।

খ) ৪ টা ।

গ) ১ টা ।

ঘ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ ঘ) ওপৰৰ এটাও নহয় ।


২) কোনে বজাৰখন গঠিত কৰে ?

ক) বহুতো ক্ৰেতা আৰু বিক্ৰেতা।

খ) বাহিৰাগত মানুহে ।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বহুতো ক্ৰেতা আৰু বিক্ৰেতা।


৩) বজাৰখনৰ প্ৰত্য়েকগৰাকী ক্ৰেতা আৰু বিক্ৰেতাই একোজন------- ।   

ক) ক্ৰেতা ।

খ) বিক্ৰেতা ।

গ) দাম গ্ৰহন কৰোতা ।

ঘ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ গ) দাম গ্ৰহন কৰোতা ।


৪) দাম গ্ৰহন কৰা ব্য়ৱসায় প্ৰতিষ্ঠান এটাৰ উৎপন্ন এক একক বৃদ্ধি কৰিলে মুঠ আয়ৰ যি বৃদ্ধি হয় তাক কি বোলে ?

ক) বজাৰৰ দাম ।

খ) বিক্ৰী আয় ।

গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ খ) বিক্ৰী আয় ।


৫)  তৃতীয় চৰ্তটোৰ কেইটা অংশ আছে ?

ক) ৫ টা ।

খ) ৩ টা ।

গ) ২ টা ।

ঘ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ গ) ২ টা ।


৬) লাভৰ যিটো পৰিমাণ, ব্য়ৱসায় প্ৰতিষ্ঠান টোৱে প্ৰকাশ্য় ব্য়য় আৰু সুযোগ ব্য়য় সামৰি ল'ব পৰাকৈ যথেষ্ট তাক কি বোলে ?

ক) অস্বাভাৱিক লাভ ।

খ) উৎপাদন বন্ধ বিন্দু ।

গ) স্বাভাৱিক লাভ ।

ঘ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ গ) স্বাভাৱিক লাভ ।


৭) ব্য়ৱসায় প্ৰতিষ্ঠান এটাই স্বাভাৱিক লাভতকৈ বেছি যিখিনি লাভ অৰ্দন কৰে তাক--------- বোলে । 

ক) সমাৱস্থা বিন্দু ।

খ) অস্বাভাৱিক লাভ ।

গ) উৎপাদন বন্ধ বিন্দু ।

ঘ) স্বাভাৱিক লাভ ।

উত্তৰঃ খ) অস্বাভাৱিক লাভ ।


৮) যোগান ৰেখাৰ যিটো বিন্দুত ব্য়ৱসায় প্ৰতিষ্ঠান এটাই স্বাভাৱিক লাভ অৰ্জন কৰে, তাকে ব্য়ৱসায় প্ৰতিষ্ঠানটোৰ কি বোলে ?

ক) যোগান ৰেখাৰ নিৰ্ধাৰক ।

খ) সমাৱস্থা বিন্দু ।

গ) উৎপাদন বন্ধ বিন্দু ।

ঘ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ খ) সমাৱস্থা বিন্দু ।


৯) ব্য়ৱসায় প্ৰতিষ্ঠানৰ প্ৰান্তিক ব্য়য় ৰেখাক প্ৰভাৱান্বিত কৰাক কি বোলে ?

ক) দীৰ্ঘকালীন গড় ব্য়য় ৰেখা ।

খ) যোগান ৰেখাৰ নিৰ্ধাৰক ।

গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ খ) যোগান ৰেখাৰ নিৰ্ধাৰক ।



Answer Type- Pompi Hazarika