ষষ্ঠ অধ্যায় 
অ-প্ৰতিষোগিতামূলক বজাৰ


১) যি বজাৰ গাঁথনিত মাত্ৰ এজন বিক্ৰেতা থাকে তাক কি বোলে ?  
ক) হাত বজাৰ ।
খ) একচেটিয়া বজাৰ ।
গ) এচেটিয়া  ব্য়ৱসায়ী ।
ঘ) ওপৰৰ এটাও নহয় ।
উত্তৰঃ খ) একচেটিয়া বজাৰ ।

২) দাম কি ?
ক) বিক্ৰীৰ পৰিমাণৰ এটা ক্ৰমহ্ৰাসমান ফলনৰ ।
খ) বস্তু কিনা বেচা কৰা ।
গ) ওপৰৰ এটাও নহয় ।
উত্তৰঃ ক) বিক্ৰীৰ পৰিমাণৰ এটা ক্ৰমহ্ৰাসমান ফলনৰ ।

৩) একচেটিয়া প্ৰতিষ্ঠানটোৱে ইয়াৰ সামগ্ৰী কি দামত বিক্ৰী কৰিব ইচ্ছা কৰে তাৰ সিদ্ধান্ত ল'ব পাৰে নে নোৱাৰে ?
ক) নোৱাৰে ।
খ) পাৰে ।
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ খ) পাৰে ।

৪) চাহিদা ফলনৰ সমীকৰণটো হ'ল-  
ক) q = 20 - 2p
খ) p = 10 - 0.5q
গ) ওপৰৰ এটাও নহয় ।
উত্তৰঃ ক) q = 20 - 2p

৫) একচেটিয়া প্ৰতিষ্ঠানৰ বাবে বজাৰ চাহিদা ৰেখাই হ'ল ------। 
ক) মুঠ বিক্ৰী আয় ৰেখা ।
খ) গড় বিক্ৰী আয় ৰেখা ।
গ) প্ৰান্তিক বিক্ৰী আয় ৰেখা ।
উত্তৰঃ ) গড় বিক্ৰী আয় ৰেখা ।

৬) প্ৰান্তিক বিক্ৰী আয় ৰেখাৰ মানবোৰ কোনডাল ৰেখাৰ পৰা পোৱা যায় ?
ক) গড় বিক্ৰী আয় ৰেখা ।
খ) মুঠ বিক্ৰী আয় ৰেখা ।
গ) ওপৰৰ এটাও নহয় ।
উত্তৰঃ খ) মুঠ বিক্ৰী আয় ৰেখা ।

৭) চাহিদা ৰেখা এডাল এটা বিন্দুত কি বুলি কোৱা হয় ? 
ক) স্থিতিস্থাপকতা ।
খ) ৰেখা একক ।
গ) গড় বিক্ৰী আয় ৰেখা ।
উত্তৰঃ ক) স্থিতিস্থাপকতা ।

৮) এটা বিশেষ সামগ্ৰীৰ বজাৰ যদি এজনতকৈ বেছি বিক্ৰেতাৰ দ্বাৰা গঠিত হয় কিন্তু বিক্ৰেতাৰ সংখ্য়া কম, তেতিয়া তাক কি বুলি কোৱা হয় ?
ক) দ্বয়াধিকাৰ ।
খ) স্বল্পাধিকাৰ ।
গ) ওপৰৰ এটাও নহয় ।
উত্তৰঃ খ) স্বল্পাধিকাৰ ।

৯) স্বল্পাধিকাৰৰ এটা বিশেষ অৱস্থা য'ত মুঠতে দুজন বিক্ৰেতা থাকে তাক কি বোলি কোৱা হয় ?
ক) দ্বয়াধিকাৰ ।
খ) স্বল্পাধিকাৰ ।
গ) ওপৰৰ এটাও নহয় ।
উত্তৰঃ ক) দ্বয়াধিকাৰ ।

১০) একচেটিয়া প্ৰতিষ্ঠানৰ হ্ৰস্বকালীন যোগাত্মক লাভ দীৰ্ঘকাললৈ বৰ্তি থাকে । বাক্য়টো শুদ্ধ নে ? 
ক) শুদ্ধ ।
খ) অশুদ্ধ ।
গ) ওপৰৰ এটাও নহয় ।
উত্তৰঃ ক) শুদ্ধ ।


Answer Type- Pompi Hazarika