আগমনৰ বস্তুগত ভিত্তি

১) আগমন অনুমানৰ উদ্দেশ্য কি?

ক) সিদ্ধান্ত স্বৰূপে এটা সামান্য বচন প্ৰতিষ্ঠা কৰা।

খ) বিষয়বস্তু বাচি লোৱা।

গ) এক নিদিষ্ট উদ্দেশ্যৰে সুনিয়ন্ত্ৰিত সুস্পষ্ট প্ৰতক্ষ্য কৰা।

উত্তৰঃ ক) সিদ্ধান্ত স্বৰূপে এটা সামান্য বচন প্ৰতিষ্ঠা কৰা।

২) শাৰীৰিক ইন্দ্ৰিয়সমুহ পৰ্যবেক্ষণৰ বাবে কি?

ক) মানসিক চৰ্ত

খ) দৈহিক চৰ্ত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) দৈহিক চৰ্ত

৩) পৰ্যবেক্ষণৰ বাবে আটাইতকৈ প্ৰয়োজনীয় চৰ্ত কি?

ক) বৌদ্ধিক চৰ্ত

খ) দৈহিক চৰ্ত

গ) নৈতিক চৰ্ত

উত্তৰঃ গ) নৈতিক চৰ্ত

৪) অনবেক্ষণ দোষক কেইটা ভাগত ভাগ কৰা হৈছে।

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ খ) দুটা

৫) কিহৰ অবিহনে প্ৰত্যক্ষক কেতিয়াও নিৰীক্ষণ কৰিব নোৱাৰি।

ক) ধাৰণা

খ) উদ্দেশ্য

গ) বিষয়বস্তু

উত্তৰঃ খ) উদ্দেশ্য

৬) নিৰীক্ষণ কিহৰ ওপৰত নিৰ্ভৰশীল।

ক) প্ৰকৃতিক পৰিৱেশ

খ) মানৱসৃষ্ট কাৰক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) প্ৰকৃতিক পৰিৱেশ

৭) পৰ্যবেক্ষণৰ দোষ কেইটা?

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ খ) দুটা

৮) কোনো এটা ঘটনাৰ আৱিষ্কাৰক কি?

ক) নিৰীক্ষণ

খ) পৰ্যৱেক্ষণ

গ) পৰীক্ষণ

উত্তৰঃ ক) নিৰীক্ষণ

৯) পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ পৰিসৰ কি?

ক) কম

খ) বহল

গ) সমান

উত্তৰঃ খ) বহল

১০) ভ্ৰান্ত পৰ্যবেক্ষণক কেইপ্ৰকাৰে ভাগ কৰা হৈছে?

ক) এক প্ৰকাৰ

খ) দুই প্ৰকাৰ

গ) তিনি প্ৰকাৰ

উত্তৰঃ খ) দুই প্ৰকাৰ