আমাৰ গাওঁ

১) শুৱনি আমাৰ গাওঁখন অতি শুৱনি কিহেৰে ভৰা ?

i) ছোৱালীৰে

ii) গছেৰে

iii) ওপৰৰ এটাও নহয়

Ans- ii) গছেৰে

২) শুৱনি আমাৰ ধাননি পথাৰ কিহেৰে উপচি থাকে ?

i) ধানেৰে

ii) ফুলেৰে

iii) ফলেৰে

Ans- i) ধানেৰে

৩) আমাৰ গাওঁ কবিতাটিৰ কবি কোন ?

i) নিৰ্মলপ্ৰভা বৰদলৈ

ii) আনন্দ চন্দ আগৰৱালা

iii) ওপৰৰ এটাও নহয়

Ans- ii) আনন্দ চন্দ আগৰৱালা

৪) শুৱনি শব্দৰ অৰ্থ কি ?

i) দেখিবলৈ ভাল

ii) ভৰি পৰা

iii) ওপৰৰ এটাও নহয়

 Ans- i) দেখিবলৈ ভাল

৫) মুদৈ শব্দৰ অৰ্থ কি ?

i) অকপট

ii) বাঁহী

iii) নাৱেৰে বেপাৰ কৰা বেপাৰী

Ans- iii) নাৱেৰে বেপাৰ কৰা বেপাৰী

Type - Boby Bora