পদাৰ্থ আৰু পদাৰ্থৰ অৱস্থা


১) পদাৰ্থ অৱস্থা কেইটা  ?

ক) ২ টা

খ) ৩ টা

গ) ৪ টা

Ans: খ) ৩ টা


২) বায়ু, ধোঁৱা আদি আন প্ৰকাৰৰ কি পদাৰ্থৰ দৰে নহয় ?

ক) গোটা আৰু জুলিয়া

খ) পনীয়া

গ) শুকান

Ans: ক) গোটা আৰু জুলিয়া


৩) ধোঁৱাৰ দৰে বায়ুৰ নিৰ্দিষ্ট আয়তন বা আকৃতি ?

ক) আকৃতি আছে

খ) আকৃতি নাই

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) আকৃতি নাই


৪) বৰষুণৰ লগত নামি অহা শিল আচলতে কি হয় ?

ক) শিল গুটি

খ) বালি

গ) বৰফ

Ans: গ) বৰফ


৫) নিৰ্দিষ্ট আয়তন কিন্তু নিৰ্দিষ্ট আকৃতি নথকা পদাৰ্থবোৰক কি পদাৰ্থ বোলে ?

ক) শুকান পদাৰ্থ

খ) জুলিয়া পদাৰ্থ

 গ) গোটা পদাৰ্থ

Ans: খ) জুলিয়া পদাৰ্থ


৬) পানী অতি চেচাঁ হ লে জুলিয়া অৱস্থাপৰা কি অৱস্থালৈ যায় ?

ক) কঠিন

খ) পলীয়া

গ) গোটা

Ans: ক) কঠিন


৭) কি বস্তু মানুহে সাজি লয় ?

ক) টেবুল চকী আদি

খ) লোহা বস্তু আদি

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) টেবুল চকী আদি


৮) বস্তুৰ আন এটা নাম কি ?

ক) গোটা

খ) পদাৰ্থ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) পদাৰ্থ


৯) কিছুমান বস্তু আমি দেখা নাপাঁও ? 

ক) গছ - গছনি

খ) বতাহ আৰু বায়ু

গ) ইয়াৰ ভিতৰত এটাও নহয়

 Ans: খ) বতাহ আৰু বায়ু


১০) মানুহে প্ৰাকৃতিক বস্তুৰ পৰাই কি কি উলিয়া লয় ?

ক) মাটি জুইত পুৰি বনায় ,বাঁহ খেৰৰ পৰা কাৰখানাত কাগজ আদি

খ) লোহাৰ পৰান গছৰ কাঠৰ পৰা বিচনা আদি

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) মাটি জুইত পুৰি বনায় ,বাঁহ খেৰৰ পৰা কাৰখানাত কাগজ আদি