পদাৰ্থ আৰু পদাৰ্থৰ অৱস্থা
১) পদাৰ্থ অৱস্থা কেইটা ?
ক) ২ টা
খ) ৩ টা
গ) ৪ টা
Ans: খ) ৩ টা
২) বায়ু, ধোঁৱা আদি আন প্ৰকাৰৰ কি পদাৰ্থৰ দৰে নহয় ?
ক) গোটা আৰু জুলিয়া
খ) পনীয়া
গ) শুকান
Ans: ক) গোটা আৰু জুলিয়া
৩) ধোঁৱাৰ দৰে বায়ুৰ নিৰ্দিষ্ট আয়তন বা আকৃতি ?
ক) আকৃতি আছে
খ) আকৃতি নাই
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) আকৃতি নাই
৪) বৰষুণৰ লগত নামি অহা শিল আচলতে কি হয় ?
ক) শিল গুটি
খ) বালি
গ) বৰফ
Ans: গ) বৰফ
৫) নিৰ্দিষ্ট আয়তন কিন্তু নিৰ্দিষ্ট আকৃতি নথকা পদাৰ্থবোৰক কি পদাৰ্থ বোলে ?
ক) শুকান পদাৰ্থ
খ) জুলিয়া পদাৰ্থ
গ) গোটা পদাৰ্থ
Ans: খ) জুলিয়া পদাৰ্থ
৬) পানী অতি চেচাঁ হ লে জুলিয়া অৱস্থাপৰা কি অৱস্থালৈ যায় ?
ক) কঠিন
খ) পলীয়া
গ) গোটা
Ans: ক) কঠিন
৭) কি বস্তু মানুহে সাজি লয় ?
ক) টেবুল চকী আদি
খ) লোহা বস্তু আদি
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) টেবুল চকী আদি
৮) বস্তুৰ আন এটা নাম কি ?
ক) গোটা
খ) পদাৰ্থ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) পদাৰ্থ
৯) কিছুমান বস্তু আমি দেখা নাপাঁও ?
ক) গছ - গছনি
খ) বতাহ আৰু বায়ু
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) বতাহ আৰু বায়ু
১০) মানুহে প্ৰাকৃতিক বস্তুৰ পৰাই কি কি উলিয়া লয় ?
ক) মাটি জুইত পুৰি বনায় ,বাঁহ খেৰৰ পৰা কাৰখানাত কাগজ আদি
খ) লোহাৰ পৰান গছৰ কাঠৰ পৰা বিচনা আদি
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) মাটি জুইত পুৰি বনায় ,বাঁহ খেৰৰ পৰা কাৰখানাত কাগজ আদি
0 Comments