Chapter-10

উদ্ভিদ 

1/ গছ-বন শেলাই আদিকে উদ্ভিদ বোলে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

2/ কিছুমান গছ মাটিৰ হয় এইবোৰ গছক কিহে ধৰি ৰাখে ?

(ক) শিলে

(খ) শিপাই

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) শিপাই।

3/ গছৰ বৃক্ষ বোৰৰ নাম লিখা ? 

(ক) কোমোৰা,পাণ আৰু উৰহী

(খ) শাল, চেগুণ আৰু নাহৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) শাল, চেগুণ আৰু নাহৰ।

4/ সেউজীয়া উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী আৰু সাৰ শুহি  ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

5/ ক্ষুদ্ৰ উদ্ভিদৰ কিছুনামৰ নাম লিখা ?

(ক) মচ, আৰু শেলাই

(খ) লাও আৰু উৰহী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) মচ, আৰু শেলাই।

6/ ফুল ফুলা কিছুমান গছ বৰ ডাঙৰ ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

7/ সেউজীয়া উদ্ভিদে আহাৰ তৈয়াৰ নকৰে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

8/ ভেঁট, পদুম, পুণী আদি পানীত নগজে ?

(ক) হয়

(খ) নহয়

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) নহয়।

9/ গছৰ মাটি ওপৰত থকা অংশটোক কি বুলি কোৱা হয় ?

(ক) গা গছ

(খ) শিপা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) গা গছ।

10/ গছে পাতত নিজৰ খাদ্য তৈয়াৰ কৰি নলয় ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ।