Chapter-9

জীৱজগত


1/ শিল,বালি,মাটি,পানী বায়ু বাটি চকী আৰু মেজ আদি প্ৰাণ আছে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ।

2/ জীৱ জগতৰ ভাগ কেইটা ?

(ক) ৪ টা

(খ) ৫টা

(গ) ৬টা

উত্তৰঃ (খ) ৫টা।

3/ ডাঙৰ হৈ জীৱই নতুন কৈ কি দিয়ে ?

(ক) আহাৰ, গছ-গছনি

(খ) জীৱৰ জন্ম

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) জীৱৰ জন্ম।

4/ জড় বস্তু কোনবোৰ ?

(ক) প্ৰাণ থকা জীৱ

(খ) প্ৰাণ নথকা জীৱ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) প্ৰাণ নথকা জীৱ।

5/ জড় বস্তুৱে কাম কৰিব পাৰে আৰু জড় বস্তুক আহাৰ লাগে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ।

6/ মানুহ, গৰু ,ছাগলী, বাঘ আদি বোৰ প্ৰাণী ?

(ক) হয়

(খ) নহয়

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) হয়।

7/ জীৱই কি কি আহাৰ খায় ?

(ক) জীৱই সকলো আহাৰ খায়

(খ) কিছুমান জীৱই সকলো আহাৰ নাখাই

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) জীৱই সকলো আহাৰ খায়।

8/ সকলো জীৱই কাম কৰে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়.

উত্তৰঃ (ক) শুদ্ধ।

9/ জড় বস্তুবোৰে জন্ম দিব পাৰে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ।

10/ জীৱ জীয়াই থাকিবলৈ কি কি প্ৰয়োজন ? 

(ক) পানী ,বায়ু আৰু আহাৰ

(খ) কাম কাজ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) পানী ,বায়ু আৰু আহাৰ।