১)আমাৰ চাৰিওফালে কি থকা কথা কৈছে ?

i) মিঠাতেল

ii) কাগজ

iii) বায়ু,  পানি , মাটি

Ans- iii) বায়ু,  পানি , মাটি

২) দৈনন্দিন জীৱনত আমি কেনেকোৱা পৰিৱেশ পাওঁ?

i) অশান্তি পৰিৱেশ

ii) ঘৰুৱা , সামাজিক ,প্ৰাকূতিক

iii) শান্তি পৰিৱেশ

Ans- ii) ঘৰুৱা , সামাজিক ,প্ৰাকূতিক

৩) সামাজিক পৰিৱেশ কিহক কোৱা হয় ?

i) গন্থমেলা

ii) পূজা

iii) খেলপথাৰ, যুৱক সংঘ, প্ৰাৰ্থনা গৃহ, ৰাস্তা - ঘাট

Ans- iii) খেলপথাৰ, যুৱক সংঘ, প্ৰাৰ্থনা গৃহ, ৰাস্তা - ঘাট

৪) প্ৰাকৃতিক পৰিৱেশ কিহক কোৱা হয় ?

i) মানুহক

ii) নৈ-বিল, গছ - গছনি , জান - জুৰি , জীৱ - জন্তু

iii) বায়ুক

Ans- ii) নৈ-বিল, গছ - গছনি , জান - জুৰি , জীৱ - জন্তু

৫) ভাল পৰিৱেশে ঘৰলৈ কি কঢ়িয়াই আনে ?

i) অশান্তি

ii) সুখ - শান্তিৰ, সমৃদ্ধি

iii) দুখ

Ans- ii) সুখ - শান্তিৰ, সমৃদ্ধি

৬) আমি বাস কৰা চুবুৰিটোৰ মানুহখিনিৰ লগত  কেনেকোৱা কৈ থাকিব লাগে ?

i) কাজিয়া লাগি

ii) মিলা - প্ৰীতিৰে

iii) অশান্তি কৰি

Ans- ii) মিলা - প্ৰীতিৰে

৭) আমি প্ৰাকৃতিক পৰিৱেশ ভাল কৰিবলৈ কি কৰিব লাগে ?

i) যত্ন

ii) কাজিয়া

iii) দুখ

Ans- i) যত্ন

৮) জধে - মধে গছ- গছনি কি কৰিব নালেগে ?

i) কাটিব লাগে

ii) কাটিব নালাগে

iii) ৰুৱ নালাগে

Ans- ii) কাটিব নালাগে

৯) বৰষুণৰ পৰিমাণ কমি গ'লে কি হয় ?

i) গৰম হয়

ii) খেতি - বাতি ক্ষতি হয়

iii) ঠাণ্ডা হয়

Ans- ii) খেতি - বাতি ক্ষতি হয়

১০) আমাৰ পৰিৱেশৰ পৰম বন্ধু কি ?

i) বন্ধ - বান্ধৱী

ii) চৰাই - চিৰিকটি , পোক - পৰুৱা , সাপ - ভেকুলি

iii) প্ৰকৃতি

Ans- ii) চৰাই - চিৰিকটি , পোক - পৰুৱা , সাপ - ভেকুলি