১)আমাৰ চাৰিওফালে কি থকা কথা কৈছে ?
i) মিঠাতেল
ii) কাগজ
iii) বায়ু, পানি , মাটি
Ans- iii) বায়ু, পানি , মাটি
২) দৈনন্দিন জীৱনত আমি কেনেকোৱা পৰিৱেশ পাওঁ?
i) অশান্তি পৰিৱেশ
ii) ঘৰুৱা , সামাজিক ,প্ৰাকূতিক
iii) শান্তি পৰিৱেশ
Ans- ii) ঘৰুৱা , সামাজিক ,প্ৰাকূতিক
৩) সামাজিক পৰিৱেশ কিহক কোৱা হয় ?
i) গন্থমেলা
ii) পূজা
iii) খেলপথাৰ, যুৱক সংঘ, প্ৰাৰ্থনা গৃহ, ৰাস্তা - ঘাট
Ans- iii) খেলপথাৰ, যুৱক সংঘ, প্ৰাৰ্থনা গৃহ, ৰাস্তা - ঘাট
৪) প্ৰাকৃতিক পৰিৱেশ কিহক কোৱা হয় ?
i) মানুহক
ii) নৈ-বিল, গছ - গছনি , জান - জুৰি , জীৱ - জন্তু
iii) বায়ুক
Ans- ii) নৈ-বিল, গছ - গছনি , জান - জুৰি , জীৱ - জন্তু
৫) ভাল পৰিৱেশে ঘৰলৈ কি কঢ়িয়াই আনে ?
i) অশান্তি
ii) সুখ - শান্তিৰ, সমৃদ্ধি
iii) দুখ
Ans- ii) সুখ - শান্তিৰ, সমৃদ্ধি
৬) আমি বাস কৰা চুবুৰিটোৰ মানুহখিনিৰ লগত কেনেকোৱা কৈ থাকিব লাগে ?
i) কাজিয়া লাগি
ii) মিলা - প্ৰীতিৰে
iii) অশান্তি কৰি
Ans- ii) মিলা - প্ৰীতিৰে
৭) আমি প্ৰাকৃতিক পৰিৱেশ ভাল কৰিবলৈ কি কৰিব লাগে ?
i) যত্ন
ii) কাজিয়া
iii) দুখ
Ans- i) যত্ন
৮) জধে - মধে গছ- গছনি কি কৰিব নালেগে ?
i) কাটিব লাগে
ii) কাটিব নালাগে
iii) ৰুৱ নালাগে
Ans- ii) কাটিব নালাগে
৯) বৰষুণৰ পৰিমাণ কমি গ'লে কি হয় ?
i) গৰম হয়
ii) খেতি - বাতি ক্ষতি হয়
iii) ঠাণ্ডা হয়
Ans- ii) খেতি - বাতি ক্ষতি হয়
১০) আমাৰ পৰিৱেশৰ পৰম বন্ধু কি ?
i) বন্ধ - বান্ধৱী
ii) চৰাই - চিৰিকটি , পোক - পৰুৱা , সাপ - ভেকুলি
iii) প্ৰকৃতি
Ans- ii) চৰাই - চিৰিকটি , পোক - পৰুৱা , সাপ - ভেকুলি
0 Comments