১) অনুষ্ঠানসমূহ মূলতঃ কেই প্ৰকাৰৰ ?
i) চাৰি প্ৰকাৰৰ
ii) দুই প্ৰকাৰৰ
iii) এক প্ৰকাৰৰ
Ans- ii) দুই প্ৰকাৰৰ
২) মহাবিদ্যালয়সমূহত কি কি বিষয়ে শিক্ষা দিয়া হয়?
i) কৃষি
ii) কলা, বিজ্ঞান , বাণিজ্য, পশু, কাৰিকৰী
iii) পশু
Ans- ii) কলা, বিজ্ঞান , বাণিজ্য, পশু, কাৰিকৰী
৩) বিশ্ববিদ্যালয়ত মুৰবীজনক কি বুলি কোৱা হয়?
i) উপাচাৰ্য
ii) শিক্ষক
iii)অধ্যাপক
Ans- i) উপাচাৰ্য
৪) চিকিৎসালয়সমূহ কেই ধৰণৰ থাকে ?
i) তিনি
ii) এক
iii) দুই
Ans- iii) দুই
৫) পুথি হৈছে কিহৰ ভাণ্ডাৰ ?
i) জ্ঞানৰ
ii) পোহৰৰ
iii) ভাৰতৰ
Ans-i) জ্ঞানৰ
৬) পুথিভঁৰাল হৈছে কিহৰ ঘৰ?
i) দোকাণ ঘৰ
ii) কিতাপৰ ঘৰ
iii) শিক্ষা ঘৰ
Ans- ii) কিতাপৰ ঘৰ
৭) অসমৰ সামাজিক জীৱনৰ বৈশিষ্ট্যপূৰ্ণ অংগ কি ?
i) নামঘৰ
ii) সত্ৰ
iii) বিদ্যালয়
Ans-ii) সত্ৰ
৮) কোনে সত্ৰ স্থাপনৰ পৰস্পৰা আৰম্ভ কৰিছিল?
i) শ্ৰী মাধৱ দেৱে
ii) শ্ৰীমন্ত শংকৰদেৱে
iii) শ্ৰী লক্ষ্মীনাথ বেজবৰুৱা দেৱে
Ans- ii) শ্ৰীমন্ত শংকৰদেৱে
৯) সত্ৰৰ মুৰবীজনক কি বুলি কোৱা হয়?
i) অধ্যাপক
ii) সত্ৰাধিকাৰ
iii) উপাচাৰ্য
Ans- ii) সত্ৰাধিকাৰ
১০) অসমত কিমাণ সত্ৰ আছে ?
i) সাতশৰো অধিক
ii) তিনিশৰো অধিক
iii) পাঁচশৰো অধিক
Ans- iii) পাঁচশৰো অধিক