১) অনুষ্ঠানসমূহ মূলতঃ কেই প্ৰকাৰৰ ?

i) চাৰি প্ৰকাৰৰ

ii) দুই প্ৰকাৰৰ

iii) এক প্ৰকাৰৰ

Ans- ii) দুই প্ৰকাৰৰ

২) মহাবিদ্যালয়সমূহত কি কি বিষয়ে শিক্ষা দিয়া হয়?

i) কৃষি

ii) কলা, বিজ্ঞান , বাণিজ্য, পশু, কাৰিকৰী

iii) পশু

Ans- ii) কলা, বিজ্ঞান , বাণিজ্য, পশু, কাৰিকৰী

৩) বিশ্ববিদ্যালয়ত মুৰবীজনক কি বুলি কোৱা হয়?

i) উপাচাৰ্য

ii) শিক্ষক

iii)অধ্যাপক

Ans- i) উপাচাৰ্য

৪) চিকিৎসালয়সমূহ কেই ধৰণৰ থাকে ?

i) তিনি

ii) এক

iii) দুই

Ans- iii) দুই

৫) পুথি হৈছে কিহৰ ভাণ্ডাৰ ?

i) জ্ঞানৰ

ii) পোহৰৰ

iii) ভাৰতৰ

Ans-i) জ্ঞানৰ

৬) পুথিভঁৰাল হৈছে কিহৰ ঘৰ?

i) দোকাণ ঘৰ

ii) কিতাপৰ ঘৰ

iii) শিক্ষা ঘৰ

Ans- ii) কিতাপৰ ঘৰ

৭) অসমৰ সামাজিক জীৱনৰ বৈশিষ্ট্যপূৰ্ণ অংগ কি ?

i) নামঘৰ

ii) সত্ৰ

iii) বিদ্যালয়

Ans-ii) সত্ৰ

৮) কোনে সত্ৰ স্থাপনৰ পৰস্পৰা আৰম্ভ কৰিছিল?

i) শ্ৰী মাধৱ দেৱে

ii) শ্ৰীমন্ত শংকৰদেৱে

iii) শ্ৰী লক্ষ্মীনাথ বেজবৰুৱা দেৱে 

Ans- ii) শ্ৰীমন্ত শংকৰদেৱে

৯) সত্ৰৰ মুৰবীজনক কি বুলি কোৱা হয়?

i) অধ্যাপক

ii) সত্ৰাধিকাৰ

iii) উপাচাৰ্য

Ans- ii) সত্ৰাধিকাৰ

১০) অসমত কিমাণ সত্ৰ আছে ?

i) সাতশৰো অধিক

ii) তিনিশৰো অধিক

iii) পাঁচশৰো অধিক

Ans- iii) পাঁচশৰো অধিক