১) ওদালগুৰি চাৰিসীমাত কি কি জিলা আছে?

i) মৰিগাঁও, নগাঁও, গোৱালপাৰা

ii) শোণিতপুৰ, দৰং, বাকসা

iii) মৰিগাঁও, নগাঁও, ওদালগুৰি

Ans-ii) শোণিতপুৰ, দৰং, বাকসা

২) ওদালগুৰি সদৰ ঠাই কি?

i) মৰিগাঁও

ii) শোণিতপুৰ

iii) ওদালগুৰি

Ans-iii) ওদালগুৰি

৩) ওদালগুৰি জিলা মহকুমা কি?

i) ভেৰগাঁও

ii) ওদালগুৰি আৰু ভেৰগাঁও

iii) ওদালগুৰি

Ans-ii) ওদালগুৰি আৰু ভেৰগাঁও

৪) ওদালগুৰি জিলা মাটিকালি কিমাণ?

i) ১,৮৯৭.৯৫ বৰ্গ কিঃমিঃ

ii) ২,৮৭৯.৭৮  বৰ্গ কিঃমিঃ

iii) ১,৬৭৩.৯৩ বৰ্গ কিঃমিঃ

Ans-iii) ১,৬৭৩.৯৩ বৰ্গ কিঃমিঃ

৫) ওদালগুৰি জিলা জনসংখ্যা কিমাণ ?

i) ৬,৮৭,৮৯০ জন

ii) ৮,৩২,৭৬৯ জন

iii) ৭,৯৮,৯৮০ জন

Ans- ii) ৮,৩২,৭৬৯ জন

৬) ওদালগুৰি জিলা প্ৰধান উপনৈ কি কি ?

i) ধনশিৰি, নোৱানৈ, বৰনৈ ইত্যাদি।

ii) ডিগাৰু, ভৰলু, মৰা ইত্যাদি।

iii) বৰনদী, বৰলীয়া, বকো  ইত্যাদি।

Ans-i) ধনশিৰি, নোৱানৈ, বৰনৈ ইত্যাদি।

৭) ওদালগুৰি প্ৰধান বিল কি ?

i) দীপৰ

ii) চলচলা

iii) কুন্দৰ বিল

Ans-iii) কুন্দৰ বিল

৮) ওদাৰগুৰি জিলা সংৰক্ষিত বনাঞ্চলৰ কি?

i) কিংবদন্তী

ii) খাটিং

iii) ওদালগুৰি

Ans-ii) খাটিং

৯) ওদালগুৰি জিলা কিমাণ নং ৰাষ্ট্ৰীয় ঘাইপথ ?

i) ৩৩ নং

ii) ৩২ নং

iii) ৫২ নং

 Ans-iii) ৫২ নং

১০) ওদালগুৰি জিলা প্ৰধান ৰে'ল ষ্টেছনসমূহ কি কি ?

i) খৈৰাবাৰি।

ii) টংলা, হৰিশিঙা, ওদালগুৰি ইত্যাদি।

iii) ৰৌতা।

Ans- ii) টংলা, হৰিশিঙা, ওদালগুৰি ইত্যাদি।