১) ওদালগুৰি চাৰিসীমাত কি কি জিলা আছে?
i) মৰিগাঁও, নগাঁও, গোৱালপাৰা
ii) শোণিতপুৰ, দৰং, বাকসা
iii) মৰিগাঁও, নগাঁও, ওদালগুৰি
Ans-ii) শোণিতপুৰ, দৰং, বাকসা
২) ওদালগুৰি সদৰ ঠাই কি?
i) মৰিগাঁও
ii) শোণিতপুৰ
iii) ওদালগুৰি
Ans-iii) ওদালগুৰি
৩) ওদালগুৰি জিলা মহকুমা কি?
i) ভেৰগাঁও
ii) ওদালগুৰি আৰু ভেৰগাঁও
iii) ওদালগুৰি
Ans-ii) ওদালগুৰি আৰু ভেৰগাঁও
৪) ওদালগুৰি জিলা মাটিকালি কিমাণ?
i) ১,৮৯৭.৯৫ বৰ্গ কিঃমিঃ
ii) ২,৮৭৯.৭৮ বৰ্গ কিঃমিঃ
iii) ১,৬৭৩.৯৩ বৰ্গ কিঃমিঃ
Ans-iii) ১,৬৭৩.৯৩ বৰ্গ কিঃমিঃ
৫) ওদালগুৰি জিলা জনসংখ্যা কিমাণ ?
i) ৬,৮৭,৮৯০ জন
ii) ৮,৩২,৭৬৯ জন
iii) ৭,৯৮,৯৮০ জন
Ans- ii) ৮,৩২,৭৬৯ জন
৬) ওদালগুৰি জিলা প্ৰধান উপনৈ কি কি ?
i) ধনশিৰি, নোৱানৈ, বৰনৈ ইত্যাদি।
ii) ডিগাৰু, ভৰলু, মৰা ইত্যাদি।
iii) বৰনদী, বৰলীয়া, বকো ইত্যাদি।
Ans-i) ধনশিৰি, নোৱানৈ, বৰনৈ ইত্যাদি।
৭) ওদালগুৰি প্ৰধান বিল কি ?
i) দীপৰ
ii) চলচলা
iii) কুন্দৰ বিল
Ans-iii) কুন্দৰ বিল
i) কিংবদন্তী
ii) খাটিং
iii) ওদালগুৰি
Ans-ii) খাটিং
৯) ওদালগুৰি জিলা কিমাণ নং ৰাষ্ট্ৰীয় ঘাইপথ ?
i) ৩৩ নং
ii) ৩২ নং
iii) ৫২ নং
Ans-iii) ৫২ নং
১০) ওদালগুৰি জিলা প্ৰধান ৰে'ল ষ্টেছনসমূহ কি কি ?
i) খৈৰাবাৰি।
ii) টংলা, হৰিশিঙা, ওদালগুৰি ইত্যাদি।
iii) ৰৌতা।
0 Comments