১) মৰিগাঁও জিলা নামটো ক'ৰ পৰা উৎপত্তি হয়?

i) 'কলেৰাত' মৰি প্ৰায়  মানুহ নিঃশেষ হোৱা পৰা উৎপতি হয়।

ii) বসবাস কৰা মানুহৰ পৰা উৎপত্তি হয়।

iii) মৰাপাতৰ নামৰ পৰা উৎপত্তি হয়।

Ans- i) 'কলেৰাত' মৰি প্ৰায়  মানুহ নিঃশেষ হোৱা পৰা উৎপতি হয়।

২) মৰিগাঁও জিলা চাৰিসিমাত কি কি জিলা আছে?

i) দৰং, নগাঁও, কাৰ্বি আংলং ।

ii) গোৱালপাৰা, মৰিগাঁও, চিৰাং।

iii) নগাঁও, কামৰূপ, দৰং।

Ans-i) দৰং, নগাঁও, কাৰ্বি আংলং ।

৩) মৰিগাঁও জিলা সদৰ ঠাই কি?

i) জাগীৰোদ

ii) ধৰমতুল

iii) মৰিগাঁও

Ans-iii) মৰিগাঁও

৪) মৰিগাঁও জিলা মাটিকালি কিমান ?

i) ১,৮৭৯.৯৮ বৰ্গ কিঃমিঃ।

ii) ১,৫৮৭.৬৫ বৰ্গ কিঃমিঃ

iii) ১,৯৮৬.৮৭ বৰ্গ কিঃমিঃ

Ans-ii) ১,৫৮৭.৬৫ বৰ্গ কিঃমিঃ

৫) মৰিগাঁও জিলা জনসংখ্যা কিমান?

i) ৯,৫৭,৮৫৩ জন

ii) ৮,৯৮ ,৯৮৭ জন

iii) ৯,৬৭,৪৫৬ জন

Ans- i) ৯,৫৭,৮৫৩ জন

৬) মৰিগাঁও জিলা মহকুমা কি?

i) জাগীৰোড

ii) বৰঙাৱাৰী

iii) মৰিগাঁও

Ans-iii) মৰিগাঁও

৭) মৰিগাঁও প্ৰধান বিল কি কি?

i) সৰুচলা, বৰচলা ইত্যাদি।

ii) খামৰাং, দীপৰ ইত্যাদি।

iii) চলচলা, সতাদলা ইত্যাদি।

Ans-i) সৰুচলা, বৰচলা ইত্যাদি।

৮) মৰিগাঁও জিলা প্ৰধান উপনৈ কি কি?

i) কপিলি, ননৈ,জীয়া ইত্যাদি।

ii) বৰদনী, পাঁচনৈ, বেগা ইত্যাদি।

iii) কপিলি, কিলিং, কলং ইত্যাদি।

Ans-iii) কপিলি, কিলিং, কলং ইত্যাদি।

৯) মৰিগাঁও জিলা প্ৰধান শস্য কি কি?

i) ধান

ii) মাহ

iii) সৰিয়হ, মৰাপাত , ধান আদি

Ans-iii) সৰিয়হ, মৰাপাত , ধান আদি

 ১০) মৰিগাঁও জিলা কিমান নং ৰাষ্ট্ৰীয় পথ?

i) ৩৩ নং

ii) ৩৭ নং

iii) ৫২ নং

Ans-ii) ৩৭ নং