১) গোলাঘাট নাম টো ক'ৰ পৰা উৎপত্তি হৈছে?
i) ঘাটত থকা গোলাৰ পৰা উৎপত্তি হৈছে।
ii) ধনশিৰি নৈৰ ঘাটৰ পৰা উৎপত্তি হৈছে।
iii) নৈৰ নামৰ পৰা উৎপত্তি হৈছে।
Ans-i) ঘাটত থকা গোলাৰ পৰা উৎপত্তি হৈছে।
২) গোলাঘাট জিলাৰ চাৰিসীমাত কি কি জিলা আছে?
i) বিশ্বনাথ, মাজুলি,যোৰহাট ইত্যাদি।
ii) মৰিগাঁও, নগাঁও,যোৰহাট ইত্যাদি।
iii) গোৱালপাৰা, মৰিগাঁও, নগাঁও ইত্যাদি।
Ans-i) বিশ্বনাথ, মাজুলি,যোৰহাট ইত্যাদি।
৩) গোলাঘাট জিলা সদৰ ঠাই কি?
i) গোৱালপাৰা।
ii) মেৰাপানী।
iii) গোলাঘাট।
Ans-iii) গোলাঘাট।
৪) গোলাঘাট জিলা মহকুমা কি?
i) গোলাঘাট, মৰিগাঁও, নগাঁও।
ii) গোৱালপাৰা, বোকাখাট,মেৰাপানি।
iii) গোলাঘাট, মেৰাপানি, বোকাখাট, আৰু ধনশিৰি।
Ans-iii) গোলাঘাট, মেৰাপানি, বোকাখাট, আৰু ধনশিৰি।
৫) গোলাঘাট জিলা মাটিকালি কিমান?
i) ৩,৭৮৭.৭০ বৰ্গ কিঃমি।
ii) ৩,৫৪০.৭০ বৰ্গ কিঃমি।
iii) ৩,৮৭৯.৭০ বৰ্গ কিঃমি।
Ans-ii) ৩,৫৪০.৭০ বৰ্গ কিঃমি।
৬) গোলাঘাট জিলা জনসংখ্যা কিমান?
i) ১০,৫৮,৬৭৪ জন।
ii) ১০,৭৮,৮৭৯ জন।
iii) ১০,৬৭,৭৮৯ জন।
Ans-i) ১০,৫৮,৬৭৪ জন।
৭) গোলাঘাট জিলা প্ৰধান উপনৈ কি?:
i) ধনশিৰি, ৰেংমা,নামবৰ ইত্যাদি।
ii) কপিলি, ননৈ, কলং ইত্যাদি।
iii) ধনশিৰি, নামবৰ, ননৈ ইত্যাদি।
Ans-i) ধনশিৰি, ৰেংমা,নামবৰ ইত্যাদি।
৮) গোলাঘাট জিলা ৰে'ল জংছনৰ নাম কি?
i) ফৰকাটিং জংচন।
ii) লামডিং জংছন।
iii) শেনচোৱা জংচন।
Ans-i) ফৰকাটিং জংচন।
৯) গোলাঘাট জিলা কিমান নং ৰাষ্ট্ৰিয় পথ?
i) ৩২ নং।
ii) ২১ নং।
iii) ৩৭ নং।
Ans-iii) ৩৭ নং।
১০) গোলাঘাট জিলাত কি ৰাষ্ট্ৰীয় অভয়াৰণ্য অৱস্থিত?
i) কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য।
ii) পবিতৰা অভয়াৰণ্য।
iii) নামবৰ অভয়াৰণ্য
Ans-iii) নামবৰ অভয়াৰণ্য