১) গোলাঘাট নাম টো ক'ৰ পৰা উৎপত্তি হৈছে?

i) ঘাটত থকা গোলাৰ পৰা উৎপত্তি হৈছে।

ii) ধনশিৰি নৈৰ ঘাটৰ পৰা উৎপত্তি হৈছে।

iii) নৈৰ নামৰ পৰা উৎপত্তি হৈছে।

Ans-i) ঘাটত থকা গোলাৰ পৰা উৎপত্তি হৈছে।

২) গোলাঘাট জিলাৰ চাৰিসীমাত কি কি জিলা আছে?

i) বিশ্বনাথ, মাজুলি,যোৰহাট ইত্যাদি।

ii) মৰিগাঁও, নগাঁও,যোৰহাট ইত্যাদি।

iii) গোৱালপাৰা, মৰিগাঁও, নগাঁও ইত্যাদি।

Ans-i) বিশ্বনাথ, মাজুলি,যোৰহাট ইত্যাদি।

৩) গোলাঘাট জিলা সদৰ ঠাই কি?

i) গোৱালপাৰা।

ii) মেৰাপানী।

iii) গোলাঘাট।

Ans-iii) গোলাঘাট।

৪) গোলাঘাট জিলা মহকুমা কি?

i) গোলাঘাট, মৰিগাঁও, নগাঁও।

ii) গোৱালপাৰা, বোকাখাট,মেৰাপানি।

iii) গোলাঘাট, মেৰাপানি, বোকাখাট, আৰু ধনশিৰি।

Ans-iii) গোলাঘাট, মেৰাপানি, বোকাখাট, আৰু ধনশিৰি।

৫) গোলাঘাট জিলা মাটিকালি কিমান?

i) ৩,৭৮৭.৭০ বৰ্গ কিঃমি।

ii) ৩,৫৪০.৭০ বৰ্গ কিঃমি।

iii) ৩,৮৭৯.৭০ বৰ্গ কিঃমি।

Ans-ii) ৩,৫৪০.৭০ বৰ্গ কিঃমি।

৬) গোলাঘাট জিলা জনসংখ্যা কিমান?

i) ১০,৫৮,৬৭৪ জন।

ii) ১০,৭৮,৮৭৯ জন।

iii) ১০,৬৭,৭৮৯ জন।

Ans-i) ১০,৫৮,৬৭৪ জন।

৭) গোলাঘাট জিলা প্ৰধান উপনৈ কি?:

i) ধনশিৰি, ৰেংমা,নামবৰ ইত্যাদি।

ii) কপিলি, ননৈ, কলং ইত্যাদি।

iii) ধনশিৰি, নামবৰ, ননৈ ইত্যাদি।

Ans-i) ধনশিৰি, ৰেংমা,নামবৰ ইত্যাদি।

৮) গোলাঘাট জিলা ৰে'ল জংছনৰ নাম কি?

i) ফৰকাটিং জংচন।

ii) লামডিং জংছন।

iii) শেনচোৱা জংচন।

Ans-i) ফৰকাটিং জংচন।

৯) গোলাঘাট জিলা কিমান নং ৰাষ্ট্ৰিয় পথ?

i) ৩২ নং।

ii) ২১ নং।

iii) ৩৭ নং।

Ans-iii) ৩৭ নং।

১০) গোলাঘাট জিলাত কি ৰাষ্ট্ৰীয় অভয়াৰণ্য অৱস্থিত?

i) কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য।

ii) পবিতৰা অভয়াৰণ্য।

iii) নামবৰ অভয়াৰণ্য

Ans-iii) নামবৰ অভয়াৰণ্য