১) আহোমসকলে ৰংপুৰৰ পৰা ৰাজধানী তুলি নি কত পাতিছিল ?  

ক) ডিব্ৰুগড়

খ) চৰাইদেউ

গ) লাকুৱা

ঘ) মৰাণ

Ans-খ) চৰাইদেউ

২) চৰাইদেউ কিহৰ বাবে  বিখ্যাত ? 

ক) পৰিভ্ৰমী চৰাই বাবে

খ) প্ৰাকূতিক গেছ বাবে

গ) স্বৰ্গদেউসকলৰ মৈদামৰ বাবে

ঘ) কয়লাৰ বাবে

Ans-গ) স্বৰ্গদেউসকলৰ মৈদামৰ বাবে

৩) চৰাইদেউ জিলাৰ উওৰে কি জিলা আছে ? 

ক) শিৱসাগৰ

খ) ডিব্ৰুগড়

গ)মৰাণ

ঘ) লাকুৱা

Ans-খ) ডিব্ৰুগড়

৪) চৰাইদেউৰ মাটিকালী কিমান ? 

ক) ৯৩৬,০৬ বৰ্গ কিঃ মিঃ

খ) ৮৩৫,০৫ বৰ্গ  কিঃ মিঃ

গ) ৭৩৪,০৪ বৰ্গ কিঃ মিঃ

ঘ) ৬৩৩,০৫ বৰ্গ কিঃ মিঃ

Ans-ক) ৯৩৬,০৬ বৰ্গ কিঃ মিঃ

৫) চৰাইদেউৰ সদৰ ঠাই কি ? 

ক) লাকুৱা

খ) সোনাৰী

গ) মৰাণ

ঘ) মৰিগাওঁ

Ans-খ) সোনাৰী

৬) চৰাইদেউৰ মহকুমাৰ কি ? 

ক) চৰাইদেউ

খ) মৰাণ

গ) লাকুৱা

ঘ) সোণাৰী

Ans-ক) চৰাইদেউ

৭) চৰাইদেউ পশ্চিমে কি জিলা আছে ?  

ক) সোণাৰী

খ) লাকুৱা

গ) শিৱসাগৰ

ঘ) অৰুণাচল প্ৰদেশ

Ans-গ) শিৱসাগৰ

৮) চৰাইদেউ জিলাৰ পূৱা-পশ্চিম কি পাৰ হৈ গৈছে ? 

ক) ধোদৰ আলি

খ) ৩৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

গ) ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথ

ঘ) ওপৰৰ এটাও নহয়

Ans-ক) ধোদৰ আলি

৯) ধোদৰ আলি কত আছে ?

ক) মৰিগাওঁত

খ) নগাওঁত

গ) চৰাইদেউত

ঘ) শিৱসাগৰত

Ans-গ) চৰাইদেউত

 ১০) চৰাইদেউ নামৰ  উৎপত্তি কি ভাষাৰ পৰা হৈছিল ?

ক) তাই ভাষাৰ পৰা

খ) অসমীয়া ভাষাৰ পৰা

গ) হিন্দী ভাষাৰ পৰা

ঘ) ওপৰৰ এটাও নহয়

Ans-ক) তাই ভাষাৰ পৰা