১) আহোমসকলে ৰংপুৰৰ পৰা ৰাজধানী তুলি নি কত পাতিছিল ?
ক) ডিব্ৰুগড়
খ) চৰাইদেউ
গ) লাকুৱা
ঘ) মৰাণ
Ans-খ) চৰাইদেউ
২) চৰাইদেউ কিহৰ বাবে বিখ্যাত ?
ক) পৰিভ্ৰমী চৰাই বাবে
খ) প্ৰাকূতিক গেছ বাবে
গ) স্বৰ্গদেউসকলৰ মৈদামৰ বাবে
ঘ) কয়লাৰ বাবে
Ans-গ) স্বৰ্গদেউসকলৰ মৈদামৰ বাবে
৩) চৰাইদেউ জিলাৰ উওৰে কি জিলা আছে ?
ক) শিৱসাগৰ
খ) ডিব্ৰুগড়
গ)মৰাণ
ঘ) লাকুৱা
Ans-খ) ডিব্ৰুগড়
৪) চৰাইদেউৰ মাটিকালী কিমান ?
ক) ৯৩৬,০৬ বৰ্গ কিঃ মিঃ
খ) ৮৩৫,০৫ বৰ্গ কিঃ মিঃ
গ) ৭৩৪,০৪ বৰ্গ কিঃ মিঃ
ঘ) ৬৩৩,০৫ বৰ্গ কিঃ মিঃ
Ans-ক) ৯৩৬,০৬ বৰ্গ কিঃ মিঃ
৫) চৰাইদেউৰ সদৰ ঠাই কি ?
ক) লাকুৱা
খ) সোনাৰী
গ) মৰাণ
ঘ) মৰিগাওঁ
Ans-খ) সোনাৰী
৬) চৰাইদেউৰ মহকুমাৰ কি ?
ক) চৰাইদেউ
খ) মৰাণ
গ) লাকুৱা
ঘ) সোণাৰী
Ans-ক) চৰাইদেউ
৭) চৰাইদেউ পশ্চিমে কি জিলা আছে ?
ক) সোণাৰী
খ) লাকুৱা
গ) শিৱসাগৰ
ঘ) অৰুণাচল প্ৰদেশ
Ans-গ) শিৱসাগৰ
৮) চৰাইদেউ জিলাৰ পূৱা-পশ্চিম কি পাৰ হৈ গৈছে ?
ক) ধোদৰ আলি
খ) ৩৫ নং ৰাষ্ট্ৰীয় ঘাইপথ
গ) ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথ
ঘ) ওপৰৰ এটাও নহয়
Ans-ক) ধোদৰ আলি
৯) ধোদৰ আলি কত আছে ?
ক) মৰিগাওঁত
খ) নগাওঁত
গ) চৰাইদেউত
ঘ) শিৱসাগৰত
Ans-গ) চৰাইদেউত
১০) চৰাইদেউ নামৰ উৎপত্তি কি ভাষাৰ পৰা হৈছিল ?
ক) তাই ভাষাৰ পৰা
খ) অসমীয়া ভাষাৰ পৰা
গ) হিন্দী ভাষাৰ পৰা
ঘ) ওপৰৰ এটাও নহয়
Ans-ক) তাই ভাষাৰ পৰা