১) বশিষ্ঠ মুনিয়ে কোনখন জিলাত কাশীৰদৰে এখন তীৰ্ত পাতিবলৈ মনস্থ কৰিছিল ?
ক) মৰিগাওঁ জিলাত
খ) নলবাৰী জিলাত
গ) লখিমপুৰ জিলাত
ঘ) বিশ্বনাতজিলাত
Ans-ঘ) বিশ্বনাতজিলাত
২) কিমান শিৱলিংগ প্ৰতিষ্ঠা কৰাৰ সময়ত মাএ এটা শিৱলিংগ প্ৰতিষ্ঠা কৰিব পৰা নগ'ল ?
ক) দুটা শিৱলিংগ
খ) এককোটি শিৱলিংগ
গ) সাতটা শিৱলিংগ
ঘ) ওপৰৰ এটাও নহয়
Ans-খ) এককোটি শিৱলিংগ
৩) শিৱলিংগ প্ৰতিষ্ঠা নকৰাৰ কাৰণে কি কাশীৰ সলনি কি বুলি কোৱা হল ?
ক) অকাশী বুলি কোৱা হল
খ) বিশ্বনাথ বুলি কোৱা হল
গ) গুপ্তকাশী বুলি কোৱা হল
ঘ) ওপৰৰ এটাও নহয়
Ans- গ) গুপ্তকাশী বুলি কোৱা হল
৪) বিশ্বনাথ জিলাৰ উওৰে কি জিলা আছে ?
ক) অৰুনাচল প্ৰদেশ আছে
খ) শোণিতপুৰ জিলা
গ) মৰিগাওঁ জিলা
ঘ) নগাওঁ জিলা
Ans-ক) অৰুনাচল প্ৰদেশ আছে
৫) বিশ্বনাথ জিলাৰ দক্ষিনে কি জিলা আছে ?
ক) মৰিগাওঁ জিলা
খ) নগাওঁ জিলা
গ) নলবাৰী জিলা
ঘ) তিনিচুকীয়া জিলা
Ans-খ) নগাওঁ জিলা
৬) বিশ্বনাথ জিলাৰ সদৰ ঠাই কি ?
ক) নলবাৰী
খ) ধুবুৰি
গ) বিশ্বনাথ চাৰিআলি
ঘ) লাকুৱা
Ans- গ) বিশ্বনাথ চাৰিআলি
৭) বিশ্বনাথ জিলাৰ মহকুমাৰ কি ?
ক) বিশ্বনাথ চাৰিআলি
খ) গহপুৰ
গ) নলবাৰী
ঘ) বিশ্বনাথ চাৰিআলি আৰু গহপুৰ
Ans-ঘ) বিশ্বনাথ চাৰিআলি আৰু গহপুৰ
৮) বিশ্বনাথ জিলাৰ প্ৰধান নদী কি ?
ক) গংগা
খ) ব্ৰহ্মপুত্ৰ
গ) বৰাক
ঘ) ওপৰৰ এটাও নহয়
Ans-খ) ব্ৰহ্মপুত্ৰ
৯) বিশ্বনাথ জিলাত থকা বনাঞ্চল দুখনৰ নাম কি ?
ক) বিহালী
খ) গহপূৰ
গ) বিহালী আৰু গহপুৰ
ঘ) মানস
Ans-গ) বিহালী আৰু গহপুৰ
১০) কোন গৰাকী মুনিয়ে এই অঞ্চল কাশীৰ দৰে তীৰ্থ পাতিবলৈ বিচাৰিচিল ?
ক) দুৰবাসা মুনি
খ) বশিষ্ঠ মুনি
গ) পিংকু মুনি
ঘ) ওপৰৰ এটাও নহয়
Ans-খ) বশিষ্ঠ মুনি
0 Comments