১) বশিষ্ঠ মুনিয়ে কোনখন জিলাত কাশীৰদৰে এখন তীৰ্ত পাতিবলৈ মনস্থ কৰিছিল ? 

ক) মৰিগাওঁ জিলাত

খ) নলবাৰী জিলাত

গ) লখিমপুৰ জিলাত

ঘ) বিশ্বনাতজিলাত 

Ans-ঘ) বিশ্বনাতজিলাত 

২) কিমান শিৱলিংগ প্ৰতিষ্ঠা কৰাৰ  সময়ত মাএ এটা শিৱলিংগ প্ৰতিষ্ঠা কৰিব পৰা নগ'ল ?  

ক) দুটা শিৱলিংগ

খ) এককোটি  শিৱলিংগ

গ) সাতটা শিৱলিংগ

ঘ) ওপৰৰ এটাও নহয়

Ans-খ) এককোটি  শিৱলিংগ

৩) শিৱলিংগ প্ৰতিষ্ঠা নকৰাৰ কাৰণে কি কাশীৰ সলনি কি বুলি কোৱা হল ? 

ক) অকাশী বুলি কোৱা হল

খ) বিশ্বনাথ বুলি কোৱা হল

গ) গুপ্তকাশী বুলি কোৱা হল

ঘ) ওপৰৰ এটাও নহয়

Ans- গ) গুপ্তকাশী বুলি কোৱা হল

৪) বিশ্বনাথ জিলাৰ উওৰে কি জিলা আছে ? 

ক) অৰুনাচল প্ৰদেশ আছে

খ) শোণিতপুৰ জিলা

গ) মৰিগাওঁ জিলা

ঘ) নগাওঁ জিলা

Ans-ক) অৰুনাচল প্ৰদেশ আছে

৫) বিশ্বনাথ জিলাৰ দক্ষিনে  কি জিলা আছে ? 

ক) মৰিগাওঁ জিলা

খ) নগাওঁ জিলা

গ) নলবাৰী জিলা

ঘ) তিনিচুকীয়া জিলা

Ans-খ) নগাওঁ জিলা

৬) বিশ্বনাথ জিলাৰ সদৰ ঠাই কি ? 

ক) নলবাৰী

খ) ধুবুৰি

গ) বিশ্বনাথ চাৰিআলি

ঘ) লাকুৱা

Ans- গ) বিশ্বনাথ চাৰিআলি

৭) বিশ্বনাথ জিলাৰ মহকুমাৰ কি ? 

ক) বিশ্বনাথ চাৰিআলি

খ) গহপুৰ

গ) নলবাৰী

ঘ) বিশ্বনাথ চাৰিআলি আৰু গহপুৰ

Ans-ঘ) বিশ্বনাথ চাৰিআলি আৰু গহপুৰ

৮) বিশ্বনাথ জিলাৰ প্ৰধান নদী কি ? 

ক) গংগা

খ) ব্ৰহ্মপুত্ৰ

গ) বৰাক

ঘ) ওপৰৰ এটাও নহয়

Ans-খ) ব্ৰহ্মপুত্ৰ

৯) বিশ্বনাথ জিলাত থকা  বনাঞ্চল দুখনৰ নাম কি ? 

ক) বিহালী

খ) গহপূৰ

গ) বিহালী আৰু গহপুৰ

ঘ) মানস

Ans-গ) বিহালী আৰু গহপুৰ

 ১০) কোন গৰাকী  মুনিয়ে এই অঞ্চল কাশীৰ দৰে তীৰ্থ পাতিবলৈ বিচাৰিচিল ?  

ক) দুৰবাসা মুনি

খ) বশিষ্ঠ মুনি

গ) পিংকু মুনি

ঘ) ওপৰৰ এটাও নহয়

Ans-খ) বশিষ্ঠ মুনি