১) বৰ্তমান তেজপুৰ চহৰ প্ৰাচীন কালত কি নামৰ ৰজাৰ ৰাজধানী আছিল ? 

ক) চুকাফা ৰজা

খ) চুখাংফা ৰজা

গ) চুডাংফা  ৰজা

ঘ) বাণ ৰজা

Ans-ঘ) বাণ ৰজা

২) বাণ ৰজাৰ জীয়েকৰ নাম কি ?

ক) লিজাশ্ৰী

খ) কৰবী

ঘ) কাঞ্চন

Ans-গ) ঊষা

৩) শ্ৰীকৃষ্ণৰ নাতিয়েকৰ নাম কি ? 

ক) পিংকু

খ) পল্লব

গ) প্ৰিয়ম

Ans-ঘ) অনিৰুদ্ধই

৪) বাণ ৰজাই অনিৰুদ্ধক কত বন্দী কৰি থয় ? 

ক) মৰিগাওঁত

খ) নলবাৰীত

ঘ) বৰঙাবাৰীত

Ans- গ) তেজপুৰত

৫) 'হৰি-হৰৰ যুদ্ধ কাৰ মাজত হৈছিল ? 

ক) মোগল আৰু আহোম মাজত

খ) মোগল আৰু ইংৰাজসকল মাজত

ঘ) ওপৰৰ এটাও নহয়

Ans-গ) হৰি আৰু হৰৰ মাজত

৬) 'হৰি-হৰৰ 'যুদ্ধত কিহেৰে নৈ বৈ গৈছিল ?  

ক) পানীৰে

গ) বৰষেৰে

ঘ) চাহেৰে

Ans-খ) শোণিতেৰে

৭) তেজপুৰ জিলাৰ সদৰ ঠাই কি ?

খ) মৰিগাওঁ

গ) নলবাৰী

ঘ) নগাওঁ

Ans-ক) তেজপুৰ

৮) শেণিতপুৰ জিলাৰ মাটিকালি কিমান ? 

খ) ৫,৩২৩.৯৮ বৰ্গ কিঃমিঃ

গ) ৫,৩২৪.৯৮ বৰ্গ কিঃমিঃ .

ঘ) ৫,৩২৫.৯৮ বৰ্গ কিঃমিঃ

Ans-ক) ৫,৩২২.৯৮ বৰ্গ কিঃমিঃ

৯) শোণিতপুৰ জিলাৰ জনসংখ্যা  কিমান ? 

ক) ১৯,২৬,৮৭৫ জন

খ) ১৬,২৫,৮৯০ জন

ঘ) ৫৫,৫৫,৫৫৫ জন

 Ans-গ) ১৯,২৫,৯৭৫ জন

১০) শোণিতপুৰ জিলাৰ প্ৰধান নদী ? 

ক) বৰাক

খ) গংগা

ঘ) ওপৰৰ এটাও নহয়

Ans-গ) ব্ৰহ্মপুত্ৰ