১) বৰ্তমান তেজপুৰ চহৰ প্ৰাচীন কালত কি নামৰ ৰজাৰ ৰাজধানী আছিল ?
ক) চুকাফা ৰজা
খ) চুখাংফা ৰজা
গ) চুডাংফা ৰজা
ঘ) বাণ ৰজা
Ans-ঘ) বাণ ৰজা
২) বাণ ৰজাৰ জীয়েকৰ নাম কি ?
ক) লিজাশ্ৰী
খ) কৰবী
ঘ) কাঞ্চন
Ans-গ) ঊষা
৩) শ্ৰীকৃষ্ণৰ নাতিয়েকৰ নাম কি ?
ক) পিংকু
খ) পল্লব
গ) প্ৰিয়ম
Ans-ঘ) অনিৰুদ্ধই
৪) বাণ ৰজাই অনিৰুদ্ধক কত বন্দী কৰি থয় ?
ক) মৰিগাওঁত
খ) নলবাৰীত
ঘ) বৰঙাবাৰীত
Ans- গ) তেজপুৰত
৫) 'হৰি-হৰৰ যুদ্ধ কাৰ মাজত হৈছিল ?
ক) মোগল আৰু আহোম মাজত
খ) মোগল আৰু ইংৰাজসকল মাজত
ঘ) ওপৰৰ এটাও নহয়
Ans-গ) হৰি আৰু হৰৰ মাজত
৬) 'হৰি-হৰৰ 'যুদ্ধত কিহেৰে নৈ বৈ গৈছিল ?
ক) পানীৰে
গ) বৰষেৰে
ঘ) চাহেৰে
Ans-খ) শোণিতেৰে
৭) তেজপুৰ জিলাৰ সদৰ ঠাই কি ?
খ) মৰিগাওঁ
গ) নলবাৰী
ঘ) নগাওঁ
Ans-ক) তেজপুৰ
খ) ৫,৩২৩.৯৮ বৰ্গ কিঃমিঃ
গ) ৫,৩২৪.৯৮ বৰ্গ কিঃমিঃ .
ঘ) ৫,৩২৫.৯৮ বৰ্গ কিঃমিঃ
Ans-ক) ৫,৩২২.৯৮ বৰ্গ কিঃমিঃ
৯) শোণিতপুৰ জিলাৰ জনসংখ্যা কিমান ?
ক) ১৯,২৬,৮৭৫ জন
খ) ১৬,২৫,৮৯০ জন
ঘ) ৫৫,৫৫,৫৫৫ জন
Ans-গ) ১৯,২৫,৯৭৫ জন
১০) শোণিতপুৰ জিলাৰ প্ৰধান নদী ?
ক) বৰাক
খ) গংগা
ঘ) ওপৰৰ এটাও নহয়
0 Comments